• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাট-অনুষ্কাই ভাৰত এৰাটো খাটাং! লণ্ডনই হ’ব বিৰাট পৰিয়ালৰ ঠিকনা

বিৰাট-অনুষ্কাই ভাৰত এৰাটো খাটাং! লণ্ডনই হ’ব বিৰাট পৰিয়ালৰ ঠিকনা

1 year ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

39 minutes ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

1 hour ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

2 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

2 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

14 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

15 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

15 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

16 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

17 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

17 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

18 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিৰাট-অনুষ্কাই ভাৰত এৰাটো খাটাং! লণ্ডনই হ’ব বিৰাট পৰিয়ালৰ ঠিকনা

বিৰাট-অনুষ্কাই ভাৰত এৰাটো খাটাং! লণ্ডনই হ’ব বিৰাট পৰিয়ালৰ ঠিকনা

editor by editor
December 19, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
বিৰাট-অনুষ্কাই ভাৰত এৰাটো খাটাং! লণ্ডনই হ’ব বিৰাট পৰিয়ালৰ ঠিকনা
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰাট ক’হলি এই  প্ৰজন্মৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে প্ৰায়সংখ্যকেই দাবী কৰে৷ তেওঁৰ ষ্টাইল, ক্ৰিকেটৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবেই তেওঁ বহুতৰে মনত ঠাই দখল কৰি আছে৷ শেহতীয়াকৈ বিগত কেইটামাহ ধৰি ক’হলি লণ্ডনলৈ একেবাৰে যাবগৈ বুলি এক চৰ্চা চলি আছে৷ কোহলীয়ে লণ্ডনক ভাল পায় বুলি তেওঁ নিজেও বহুবাৰ কৈ আহিছে৷ কিন্তু একেবাৰেই লণ্ডনৰ নাগৰিকত্ব ল’ব নেকি বিৰাটে সেই বিষয়ক লৈহে চলি আছে চৰ্চা৷

কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে প্ৰায়ে পৰিয়ালৰ সৈতে লণ্ডন ভ্ৰমণ কৰে আৰু তাতেই ঘৰ ক্ৰয় কৰা বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি ক্ৰিকেটত নিজৰ কেৰিয়াৰ ঊৰ্ধমূখী কৰাৰ পিছত কোহলীয়ে ভাৰতক চিৰদিনৰ বাবে এৰি যোৱাৰ চৰ্চা আকৌ এবাৰ তুংগত উঠিছে৷ কোহলীয়ে দেশ এৰা সন্দৰ্ভত এইবাৰ মুখ খুলিছে ক’হলীৰ কন্যাক চোৱাচিতা কৰা এগৰাকী মহিলাৰ পৰা৷

বিৰাটে লণ্ডনলৈ যোৱাৰ পৰিকল্পনা কৰিছে

ভামিকাৰ এগৰাকী কেয়াৰটেকাৰে জনাইছে যে বিৰাট আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাই লণ্ডনলৈ যোৱাৰ পৰিকল্পনা কৰিছে৷ তেওঁ ভাৰত এৰি সোনকালেই লণ্ডনলৈ যাব পাৰে৷ অৱশ্যে বৰ্তমান ক’হলিয়ে ক্ৰিকেটৰ বাহিৰেও বেছিভাগ সময় পৰিয়ালৰ সৈতে কটাব খুজিছে৷ ক’হলীৰ বয়স এতিয়া ৩৬ বছৰ৷ তেওঁৰ ফিটনেছক প্ৰতি লক্ষ্য ৰাখি ক’ব পাৰি যে ক্ৰিকেট কেৰিয়াৰ এতিয়াও শেষ হোৱা নাই বিৰাটৰ৷ অৱশ্যে বিৰাট কেতিয়া লণ্ডনত সম্পূৰ্ণৰূপে যাব সেই কথাহে এতিয়াও জানিব পৰা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!
জীৱনশৈলী

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

March 15, 2026
Next Post
ৰাহুলৰ বিৰুদ্ধে BJPসাংসদৰ ধাক্কা দিয়াৰ অভিযোগ, ৰাহুলে ধাক্কা মৰা কোন এই প্ৰতাপ ষড়ঙ্গি?

ৰাহুলৰ বিৰুদ্ধে BJPসাংসদৰ ধাক্কা দিয়াৰ অভিযোগ, ৰাহুলে ধাক্কা মৰা কোন এই প্ৰতাপ ষড়ঙ্গি?

নতুন বছৰত জীৱনলৈ আহিব বিৰাট পৰিবৰ্তন, ২০২৫ কেনে হ’ব মিথুন ৰাশিৰ জাতকৰ?

নতুন বছৰত জীৱনলৈ আহিব বিৰাট পৰিবৰ্তন, ২০২৫ কেনে হ’ব মিথুন ৰাশিৰ জাতকৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.