• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ দুই বিষয়া সন্ধানহীন

পাকিস্তানস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ দুই বিষয়া সন্ধানহীন

6 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

4 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

5 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

5 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

6 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

7 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

7 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

8 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

8 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

9 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

10 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

10 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাকিস্তানস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ দুই বিষয়া সন্ধানহীন

ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ দুই বিষয়া পুৱা ৮ বজাৰে পৰা সন্ধানহীন হৈ থকাৰ তথ‍্য পোহৰলৈ আহিছে৷ ইতিমধ‍্যে বিষয়টো নতুন দিল্লীয়ে পাকিস্তান চৰকাৰক অৱগত কৰিছে৷

নিউজ ডেস্ক by নিউজ ডেস্ক
June 15, 2020
in ভাৰত, ৰাজনীতি
0
পাকিস্তানস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ দুই বিষয়া সন্ধানহীন
0
SHARES
37
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ দুই বিষয়া পুৱা ৮ বজাৰে পৰা সন্ধানহীন হৈ থকাৰ তথ‍্য পোহৰলৈ আহিছে৷ ইতিমধ‍্যে বিষয়টো নতুন দিল্লীয়ে পাকিস্তান চৰকাৰক অৱগত কৰিছে৷ দিনচেৰেক পূর্বে নতুন দিল্লীস্থিত পাক উচ্চায়ুক্তৰ কার্যালয়ৰ দুই বিষয়াৰ বিৰুদ্ধে চোৰাংচোৱাৰ অভিযোগ উত্থাপিত হৈছিল৷ অভিযুক্ত দুয়োগৰাকী বিষয়াই দিল্লীৰ ‘ভিছা ছেকচন’ত কর্মৰত৷ আনহাতে বিগত কিছু দিনত পাকিস্তানত ভাৰতীয় কূটনীতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে৷ ভাৰতে এই ঘটনাৰ প্ৰতিবাদো জনাইছে৷ পাক চোৰাংচোৱা সংস্থা আইএছআইৰ সদস‍্যই গৌৰৱ আহলুৱালিয়া নামৰ ভাৰতীয় কূটনীতিকগৰাকীৰ গতিবিধি অনুসৰণ কৰি ফুৰিছে৷ পাকিস্তানস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ বিষয়া তথা কর্মচাৰীসকল হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ তুলি ইছলামাবাদৰ পাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ এক প্ৰতিবাদী পত্ৰ প্ৰেৰণ কৰিছে কার্যালয়টোৰ কর্তৃপক্ষই৷ বিগত মার্চ মাহতে হাৰাশাস্তিৰ ১৩টা ঘটনাৰ প্ৰসংগ উল্লেখ কৰা হৈছে পত্ৰখনত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiapakistan
নিউজ ডেস্ক

নিউজ ডেস্ক

Related Posts

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
Next Post
জিতেন দত্তৰ বিৰুদ্ধে আকৌ নাৰী কেলেংকাৰিৰ অভিযোগ

জিতেন দত্তৰ বিৰুদ্ধে আকৌ নাৰী কেলেংকাৰিৰ অভিযোগ

জিতেন গগৈৰ বিৰুদ্ধে জ্বলিছে বোকাখাত

জিতেন গগৈৰ বিৰুদ্ধে জ্বলিছে বোকাখাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.