• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংঘাত কৰাব বিচাৰিছে, ভাৰতৰ মুছলমান শান্তিতেই আছে ইয়াত কোনো সংঘাত নাই, মাৰ্কিন সংস্থাৰ প্ৰতিবেদনক নস্যাৎ সংখ্যালঘূৰ

2 years ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

7 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

8 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

9 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

10 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

11 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সংঘাত কৰাব বিচাৰিছে, ভাৰতৰ মুছলমান শান্তিতেই আছে ইয়াত কোনো সংঘাত নাই, মাৰ্কিন সংস্থাৰ প্ৰতিবেদনক নস্যাৎ সংখ্যালঘূৰ

সংঘাত কৰাব বিচাৰিছে, ভাৰতৰ মুছলমান শান্তিতেই আছে ইয়াত কোনো সংঘাত নাই, মাৰ্কিন সংস্থাৰ প্ৰতিবেদনক নস্যাৎ সংখ্যালঘূৰ

editor by editor
June 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সংঘাত কৰাব বিচাৰিছে, ভাৰতৰ মুছলমান শান্তিতেই আছে ইয়াত কোনো সংঘাত নাই, মাৰ্কিন সংস্থাৰ প্ৰতিবেদনক নস্যাৎ সংখ্যালঘূৰ
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বৰ দেশসমূহৰ ধৰ্মীয় স্বাধীনতাৰ ওপৰত নজৰ ৰাখিছে মাৰ্কিন সংস্থা USCIRFয়ে৷ সম্প্ৰতি তেওঁলোকে ২০২৩ চনৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতাৰ ৰিপৰ্টত ভাৰতবৰ্ষক বিশেষ উদ্বেগৰ দেশ বুলি চিহ্নিত কৰিছে৷ এই ৰিপৰ্টত ভাৰত সম্পৰ্কীয় আৰু কেইবাটাও উদ্বেগ প্ৰকাশ কৰা হৈছে৷ বৃহস্পতিবাৰে ভাৰত সম্পৰ্কে USCIRFৰ ৰিপৰ্টকলৈ দেশজুৰি চলিছে চৰ্চা৷ বৃহস্পতিবাৰে ভাৰত সম্পৰ্কে দিয়া এই তথ্যৰ তীব্ৰ বিৰোধীতা কৰিছে ভাৰতীয় সংখ্যালঘু ফাউণ্ডেছন বা চমুকৈ আই এম এফে৷ তেওঁলোকৰ মত, আফগানিস্তান, কিউবা, উত্তৰ কোৰিয়া, ৰাছিয়া আৰু চীনৰ দৰে স্বৈৰাচাৰী শাসনৰ সৈতে তুলনা কৰি ভাৰতৰ ভাৱমূৰ্তি বিকৃত কৰাৰ চেষ্টা কৰিছে মাৰ্কিন সংস্থা়টোৱে৷ ভাৰতৰ গণতান্ত্ৰিক কাঠামো, প্ৰাণবন্ত নাগৰিক সমাজ আৰু ধৰ্মনিৰপেক্ষতাক উপেক্ষা কৰি এই ৰিপৰ্ট প্ৰকাশ কৰিছে৷ আইএম এফে প্ৰশ্ন কৰি কয়, তেওঁলোকৰ এই ৰিপৰ্ট সংঘাতৰ দালাল নে সম্প্ৰীতিৰ হাথিয়াৰ স্পষ্ট কৰক৷

https://x.com/Minoritiesfdn/status/1806344833499316582

আমেৰিকান সংস্থাটোৱে প্ৰকাশ কৰা এই ৰিপৰ্টেৰে ভাৰতৰ ধৰ্মীয় স্বাধীনতা, একতা আৰু আঞ্চলিক অখণ্ডতাক সন্মান কৰা হৈছে৷ ২০২০ চনৰ পৰাই ধাৰাবাহিকভাৱে ভাৰতক উদ্বেগজনিত দেশ বুলি তেওঁলোকে আখ্যা দি আহিছে৷ অনুচ্ছেদ ৩৭০ বাতিলৰ সময়ত কাশ্মীৰক লৈ বৃহৎ মন্তব্য কৰিছিল এই সংস্থাই৷ তেওঁলোকে কোৱাধৰণে কাশ্মীৰত একো সমস্যাই হোৱা নাই৷ ভাৰতীয় উচ্চতম ন্যায়ালয়ে বাহাল ৰখা পদক্ষেপক সমালোচনা কৰিবলৈ তেঁওলোক কোন বুলিও প্ৰশ্ন কৰিছে এতিয়া আইএমএফে৷
আইএমএফে লগতে অভিযোগ দি কয়, খালিস্তানি সমস্যাক মিছাকৈয়ে ধৰ্মাীয় স্বাধীনতাৰ বিষয় হিচাপে তুলি ধৰিছে মাৰ্কিন সংস্থাটোৱে৷ মাৰ্কিন সংস্থাটোৰ দৃষ্টিভংগী মাৰ্কিন ষ্টেট ডিপাৰ্টমেণ্টেই সমৰ্থন নকৰে৷ ভাৰতীয় সংখ্যালঘু ফাউণ্ডেছনে লগতে কয়, ‘মাৰ্কিন সংস্থাৰ এই দাবীসমূহৰ বাস্তৱ কোনো ভিত্তি নাই৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই
খাদ্য

May 13, 2026
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

May 13, 2026
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?
জীৱনশৈলী

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

May 13, 2026
Next Post
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ জামিন! ৫মাহ কাৰাবন্দিত্বৰ পাছত জামিন মঞ্জুৰ ঝাৰখণ্ড হাইকৰ্টৰ

বিজেপিৰ কাৰ্যালয়ত চলিল প্ৰশাসনৰ বুলড’জাৰ, ক’ত কোনে চলালে বুলড’জাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন