• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত বিলাহীৰ দাম আকাশলংঘী! সীমান্ত পাৰ হৈ বিলাহী কিনিবলৈ নেপাল গৈছে ভাৰতীয় নাগৰিক

ভাৰতত বিলাহীৰ দাম আকাশলংঘী! সীমান্ত পাৰ হৈ বিলাহী কিনিবলৈ নেপাল গৈছে ভাৰতীয় নাগৰিক

3 years ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 hour ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

1 hour ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

2 hours ago
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

3 hours ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

3 hours ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

4 hours ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

5 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

6 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

6 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ভাৰতত বিলাহীৰ দাম আকাশলংঘী! সীমান্ত পাৰ হৈ বিলাহী কিনিবলৈ নেপাল গৈছে ভাৰতীয় নাগৰিক

editor by editor
July 13, 2023
in খাদ্য, বিশ্ব, ভাৰত
0
ভাৰতত বিলাহীৰ দাম আকাশলংঘী! সীমান্ত পাৰ হৈ বিলাহী কিনিবলৈ নেপাল গৈছে ভাৰতীয় নাগৰিক
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতত বিলাহীৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ ভাৰতত বিলাহী কিনিব নোৱাৰি নেপাললৈ বিলাহী কিনিবলৈ যাত্ৰা কৰিছে এজন ডুজনকৈ কেইবাজনো ব্যক্তি৷ বিদেশলৈ বিলাহী ক্ৰয় কৰিবলৈ যোৱা ব্যক্তিজন উত্তৰাখণ্ডৰ৷ নেপাললৈ গৈ ভাৰতৰ আধা দামতেই ক্ৰয় কৰিছে বিলাহী৷ উত্তৰাখণ্ডৰ ধাৰচুলা আৰু বানাবাছৰ বাসিন্দাই সীমা পাৰ হৈ নেপাললৈ গৈছে৷ উদ্দেশ্য এটাই বিলাহী ক্ৰয় কৰা৷ ভাৰতত প্ৰতি কিঃগ্ৰাঃ বিলাহীৰ দাম ১২০টকাৰ পৰা ১৩০ টকা পৰ্যন্ত৷ কিন্তু নেপালত বিলাহীৰ কেজি ৬২ৰ পৰা ৬৯ টকা৷ অৰ্থাৎ ভাৰতৰ দামৰ আধা৷

নেপালৰ ব্যৱসায়ীয়ে এই সন্দৰ্ভত কয়, ‘পাচলি বিক্ৰী কৰি অন্যান্য সময়তকৈ এতিয়া দুগুণ আয় কৰিছে নেপালৰ ব্যৱসায়ীয়ে৷ ভাৰতৰ সীমান্তবৰ্তী এলেকাত নেপালৰ বাসিন্দাসকলে এতিয়া পাচলি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে৷ ভাৰতীয় বহু লোকেই এতিয়া নেপালত পাচলি বজাৰ কৰিবলৈ যায়৷ ইফালে নেপাল চৰকাৰেও কৃষকসকলৰ বাবে এটা বিশেষ গ্ৰুপ তৈয়াৰ কৰিছে৷ চৰকাৰে বীজ, সাৰ আৰু কৃষকসকলৰ বাবে বিভিন্ন উপকৰণ প্ৰদান কৰিছে৷ ফলত নেপালৰ কৃষকসকলে পাচলিৰ ব্যৱসায়ত নামিও পৰিছে৷ ইয়াৰ মাজতেই বিশেষভাৱে বিলাহীৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে নেপালৰ কৃষকে৷

ভাৰতত বিলাহীৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পোৱাত বিশেষভাৱে লাভৱান হৈছে নেপালৰ কৃষক৷ নেপালৰ কৃষকে বাৰিষাৰ সময়ত বিলাহীৰ ওপৰিও ফুলকবিৰো খেতি কৰিবলৈ আৰম্ভ কৰিছে৷ উল্লেখ্য যে উত্তৰাখণ্ডৰ কেইবাটাও এলেকাত দলং পাৰ হৈ নেপালত বজাৰ কৰিব পাৰে ভাৰতীয় লোকে৷ সেয়ে সীমান্তবৰ্তী কেইবাটাও এলেকাত বিশেষ পাচলিৰ বজাৰ গঢ়ি তুলিছে নেপালৰ কৃষকে৷

উল্লেখ্য যে এতিয়া নেপালত বিলাহী কিনিবলৈ সাধাৰণ মানুহৰ লগতে ভীৰ কৰিছে বেপাৰীসকলেও৷ ৪০টকাত বিলাহী ক্ৰয় কৰি আনি ভাৰতত ১৫০টকালৈকেও বিক্ৰি কৰিছে একাংশ ব্যৱসায়ীয়ে৷

বিলাহী ক্ৰয়ৰ সময়ত ভাৰতীয় মুদ্ৰাই লৈছে নেপালৰ ব্যৱসায়ীয়ে৷ কাৰণ নেপালত ভাৰতীয় মুদ্ৰাৰ মুল্য অধিক৷ ফলত নেপালৰ ব্যৱসায়ীৰ লাভ বেছি হয়৷ কোনো ব্যৱসায়ীয়ে যাতে ক’লা বজাৰ গঢ়ি তুলিব নোৱাৰে তাৰবাবে বিশেষ নজৰ ৰাখিছে ভাৰতীয় টাস্ক ফোৰ্ছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ
ভাৰত

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

April 25, 2026
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা
ভাৰত

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

April 25, 2026
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি
জীৱনশৈলী

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

April 25, 2026
শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?
জীৱনশৈলী

শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

April 25, 2026
Next Post
কাউণ্টডাউন আৰম্ভ! দুপৰীয়া ২.৩৫ মিনিটত চন্দ্ৰলৈ ৰাওনা হ’ব ইছৰোৰ চন্দ্ৰযান-৩

কাউণ্টডাউন আৰম্ভ! দুপৰীয়া ২.৩৫ মিনিটত চন্দ্ৰলৈ ৰাওনা হ’ব ইছৰোৰ চন্দ্ৰযান-৩

লালকিল্লা পাৰ হৈ উচ্চতম ন্যায়ালয়লৈকে পানী! ডুবিল ৰাজঘাট, মুখ্যমন্ত্ৰীৰ ভৱন, বান পৰিস্থিতি নিয়ন্ত্ৰণ কেনেকৈ কৰিছে কেজৰিৱাল চৰকাৰে?

লালকিল্লা পাৰ হৈ উচ্চতম ন্যায়ালয়লৈকে পানী! ডুবিল ৰাজঘাট, মুখ্যমন্ত্ৰীৰ ভৱন, বান পৰিস্থিতি নিয়ন্ত্ৰণ কেনেকৈ কৰিছে কেজৰিৱাল চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.