• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ এনে এটা বিশেষ ষ্টেচন, য’ৰ পৰা সকলো ঠাইলৈ পোৱা যায় ট্ৰেইন

দেশৰ এনে এটা বিশেষ ষ্টেচন, য’ৰ পৰা সকলো ঠাইলৈ পোৱা যায় ট্ৰেইন

1 year ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

24 minutes ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

46 minutes ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

1 hour ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

2 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

2 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

3 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

3 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

4 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

5 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশৰ এনে এটা বিশেষ ষ্টেচন, য’ৰ পৰা সকলো ঠাইলৈ পোৱা যায় ট্ৰেইন

editor by editor
January 31, 2025
in বিবিধ, ভাৰত
0
দেশৰ এনে এটা বিশেষ ষ্টেচন, য’ৰ পৰা সকলো ঠাইলৈ পোৱা যায় ট্ৰেইন
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ এনে এটা বিশেষ ষ্টেচন, য’ৰ পৰা সকলো ঠাইলৈ পোৱা যায় ট্ৰেইন

দেশত প্ৰতিদিনে কোটি কোটি লোকে ৰে’লযোগে যাত্ৰা কৰে। ১৩ হাজাৰৰো অধিক যাত্ৰীবাহী ৰে’লে দেশৰ চুক-কোণে সংযোগ কৰে। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে গন্তব্যস্থানলৈ যাবলৈ কোনো পোনপটীয়া ৰে’ল উপলব্ধ নহয়।

ইয়াৰ বাবে ৰেল সলনি কৰিবলগীয়া হয়, যিটো সাধাৰণতে অতি ক্লান্তিকৰ প্ৰক্ৰিয়া। পাছে দেশৰ এনে এটা ষ্টেচন আছে, যি ষ্টেচনৰ পৰা পোনপটীয়াকৈ ৰেলযোগে দেশৰ প্ৰতিটো দিশত যাব পাৰি।

বিশ্বৰ ভিতৰতে সৰ্বাধিক ৰেলৱে নেটৱৰ্ক থকা দেশেই হৈছে ভাৰত। যাৰ ফলত দেশৰ সংযোগ বৃদ্ধি হৈছে। যাৰ সুবিধা দেশৰ প্ৰতিটো শ্ৰেণীৰ লোকেই ব্যৱহাৰ কৰিব পাৰে। সেই ভাৰততে এটা বিশেষ ষ্টেচন।

উত্তৰ প্ৰদেশত অৱস্থিত এই বিশেষ ষ্টেচনটো। ৰাজ্যখনৰ মথুৰা চহৰৰ মথুৰা জংচন সেই বিশেষ ষ্টেচনটো।। যিটো ভাৰতৰ একমাত্ৰ ৰেল ষ্টেচন য’ৰ পৰা দেশৰ প্ৰতিটো দিশলৈ পোনপটীয়া ৰে’ল পোৱা যায়।

১৮৭৫ চনত মথুৰা জংচনত ৰেল চলাচল আৰম্ভ হৈছিল। আজি ইয়াৰ ষ্টেচনটোত ১০টা প্লেটফৰ্ম আছে, য’ৰ পৰা ২৪ ঘণ্টাই ৰে’ল চলি থাকে। প্ৰতিদিনে মথুৰা জংচনত ১৯৭ খন ৰেল ৰৈ থাকে।

ইয়াক ৰাজধানী, শতাবদী আৰু ডুৰন্টো এক্সপ্ৰেছৰ দৰে প্ৰিমিয়াম ৰেল, এক্সপ্ৰেছ আৰু ছুপাৰফাষ্ট ৰেল আৰু মেমু-ডেমু ৰে’লেৰে পৰিচালিত হয়। মথুৰা জংচনৰ পৰা চলা ৰে’লসমূহে দিল্লী, কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশ, বিহাৰ, পশ্চিমবংগ, অসম আদি বহু ৰাজ্যক সংযোগ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian RailwayMathura Railway Stationrailway
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
এইবাৰৰ বাজেটত দাখিল কৰা হ’ব ১৬ খন বিধেয়ক, কি কি এই বিল তথা বিধেয়ক

এইবাৰৰ বাজেটত দাখিল কৰা হ'ব ১৬ খন বিধেয়ক, কি কি এই বিল তথা বিধেয়ক

আফগানিস্তানৰ দৰে হ’বলৈ গৈ আছে বাংলাদেশ! দেশখনত মহিলাৰ ফুটবলত খেলাত বাধা

আফগানিস্তানৰ দৰে হ'বলৈ গৈ আছে বাংলাদেশ! দেশখনত মহিলাৰ ফুটবলত খেলাত বাধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.