• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ডলাৰৰ বিপৰীতে ভাৰতীয় ৯১ টকা, আকৌ পতন ভাৰতীয় মুদ্ৰাৰ

১ডলাৰৰ বিপৰীতে ভাৰতীয় ৯১ টকা, আকৌ পতন ভাৰতীয় মুদ্ৰাৰ

8 months ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

4 minutes ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

34 minutes ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

51 minutes ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

1 hour ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

2 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

2 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

3 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

4 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

7 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ডলাৰৰ বিপৰীতে ভাৰতীয় ৯১ টকা, আকৌ পতন ভাৰতীয় মুদ্ৰাৰ

১ডলাৰৰ বিপৰীতে ভাৰতীয় ৯১ টকা, আকৌ পতন ভাৰতীয় মুদ্ৰাৰ

editor by editor
January 20, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১ডলাৰৰ বিপৰীতে ভাৰতীয় ৯১ টকা, আকৌ পতন ভাৰতীয় মুদ্ৰাৰ
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডলাৰৰ তুলনাত আকৌ পতন ভাৰতীয় মুদ্ৰাৰ দাম৷ ১ ইউ এছ ডলাৰৰ বিপৰীতে প্ৰায় ৯১ টকা হ’ল ভাৰতীয় মুদ্ৰা৷ বিজনেছ ষ্টেণ্ডাৰ্ডৰ প্ৰতিবেদন অনুসৰি ২০ জানুৱাৰীত এই ৰেকৰ্ড পতন হৈছে ভাৰতীয় মুদ্ৰাৰ৷ সোমবাৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ দাম হৈছিল ৯০.৯০ টকা৷ বহুতৰে দাবী যে বিদেশী বিনিয়োগ বাঢ়ি যোৱাৰ বাবেই আন্তৰ্জাতিক বাণিজ্যত এই ধৰণৰ সমস্যা হৈছে৷ ক্ৰমশ ডলাৰৰ তুলনাত দুৰ্বল হৈছে ভাৰতীয় মুদ্ৰা৷

সোমবাৰে নতুন ৰেকৰ্ড তৈয়াৰ হৈছে ভাৰতীয় মুদ্ৰাৰ দামত৷ ১২পইছাৰ পৰা নামি প্ৰতি ডলাৰত ৯০.৯০ টকাত ৰৈছিল ভাৰতীয় মুদ্ৰা৷ যি ভাৰতীয় মুদ্ৰাৰ ৰেকৰ্ড ক্লোজিং লেভেলৰ খুবেই কাষত৷ ইয়াৰ পূৰ্বে ২০২৬ চনৰ ১৬ ডিচেম্বৰত ৰেকৰ্ড পতন দেখা গৈছিল ভাৰতীয় মুদ্ৰাত৷ সেই দিনাই ইন্ট্ৰা ডেত প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা হৈছিল ৯১.১৪ টকা৷ ক্লোজ হৈছিল ৯০.৯৩ টকাত৷

Forex মাৰ্কেট বিশেষজ্ঞই জনাইছে যে এতিয়া আভ্যন্তৰীণ আৰু আন্তৰ্জাতিক বজাৰৰ যি পৰিস্থিতি তাৰ বাবেই টকাৰ দাম ক্ৰমশ পৰি গৈছে৷ গ্ৰিণলেণ্ডক লৈ ইউৰোপৰ দেশসমূহৰ সৈতে চৰম বিৰোধ আৰম্ভ হৈছে আমেৰিকাৰ প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ৷ ২০২৫ চনৰ পৰা ক্ৰমশ ধাক্কা খাইছে ভাৰতীয় মুদ্ৰাই৷ ডলাৰৰ তুলনাত ক্ৰমশ পৰি গৈছে টকাৰ দাম৷ বিগত বছৰত ৬শতাংস দাম পৰি গৈছে ভাৰতীয় মুদ্ৰাৰ৷ ২০২৫ৰ ডিচেম্বৰত প্ৰথম ডলাৰে প্ৰতি ৯০ টকা পাৰ হয় ভাৰতীয় মুদ্ৰাৰ দাম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
ফেব্ৰুৱাৰীৰ পৰাই এই ৩ৰাশি মালামাল হ’ব, শুক্ৰৰ উদয়ত গোল্ডেন টাইম আৰম্ভ হ’ব

ফেব্ৰুৱাৰীৰ পৰাই এই ৩ৰাশি মালামাল হ’ব, শুক্ৰৰ উদয়ত গোল্ডেন টাইম আৰম্ভ হ’ব

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.