• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ চনৰ শীৰ্ষ কৰ দাতাৰ তালিকা প্ৰকাশ, ৯২ কোটি টকা কৰ দানেৰে তালিকাৰ শীৰ্ষত কোন

1 year ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

২০২৪ চনৰ শীৰ্ষ কৰ দাতাৰ তালিকা প্ৰকাশ, ৯২ কোটি টকা কৰ দানেৰে তালিকাৰ শীৰ্ষত কোন

editor by editor
November 29, 2024
in চিনেমা, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
২০২৪ চনৰ শীৰ্ষ কৰ দাতাৰ তালিকা প্ৰকাশ, ৯২ কোটি টকা কৰ দানেৰে তালিকাৰ শীৰ্ষত কোন
0
SHARES
311
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ চনৰ শীৰ্ষ কৰ দাতাৰ তালিকা প্ৰকাশ, ৯২ কোটি টকা কৰ দানেৰে তালিকাৰ শীৰ্ষত কোন

২০২৪ চনৰ অন্ত হবলৈ মাজত আৰু মাথো এটা মাহ বাকি। কেৱল ডিচেম্বৰ মাহটো পাৰ হোৱাৰ লগে লগে আৰম্ভ হব নতুন বছৰ ২০২৫। পাছে এই ২০২৪ বৰ্ষত ভাৰতৰ সবাতোকৈ অধকি কৰ দাতা কোন। সেই সন্দৰ্ভত প্ৰকাশ পাইছে তালিকা।

এই তালিকাৰ শীৰ্ষত এগৰাকী কিং। যিয়ে ২০২৩-২০৪ বিত্তীয় বৰ্ষত ভাৰতৰ ভিতৰতে সৰ্বাধিক ৯২ কোটি টকাৰ কৰ দিয়ে। হয় ঠিকেই ধৰিছে, সেই লোকগৰাকী হৈছে বলীউডৰ কিং খান খ্যাত শ্বাহৰুখ খান। যিয়ে দেশৰ ভিতৰতে সকলোতকৈ অধিক কৰ দিছে। ২০২৩ চনত তাৰকা গৰাকীৰ কেইবাখনো হিট ছবি মুক্তি পাইছিল। কিন্তু ২০২৪ চনত এখনো ছবি মুক্তি নাপায় অভিনেতাগৰাকীৰ। তথাপি সৰ্বাধিক সংখ্যক কৰ দি ৰেকৰ্ড গঢ়ে।

আনহাতে এই তালিকাৰ দ্বিতীয়ত স্থান বুলি কবলৈ গলে এই স্থানতো আছে এগৰাকী অভিনেতা। পাছে ভুল নকৰিব এই স্থানত থকা কোনো ছলমান বা অমিতাভ নহয় তেখেত হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থলপতি। বিজয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮০ কোটি টকা কৰ দিছে।

তৃতীয়ত আছে বলীউড ভাইজান ছলমান খান। যিয়ে ৭৫ কোটি টকা কৰ দিয়ে। চতুৰ্থত বিগ বি অমিতাভ বচ্চন। তেখেতে ৭১ কোটি টকাৰ কৰ দিছে।

পঞ্চমত ভাৰতীয় ক্ৰিকে দলৰ সুদক্ষ খেলুৱৈ, বিৰাট কোহলী। বিৰাটে ৬৬ কোটি টকাৰ কৰ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
ডিচেম্বৰত গ্ৰহৰ ৰাশি আৰু গতি সলনিয়ে অশুভ প্ৰভাৱ পেলাব ৪ ৰাশি ওপৰত, সলনি হৈ পৰিব ভাগ্যৰ খেল

আহি গ’ল নিয়ম, ১৬ বছৰৰ তলৰ শিশু-কিশোৰে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া

আহি গ'ল নিয়ম, ১৬ বছৰৰ তলৰ শিশু-কিশোৰে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন