• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত মেটাভাৰ্ছ যোগে প্ৰথমখন বিবাহ সম্পন্ন; আশীৰ্বাদ দিলে মৃত পিতৃয়ে!

ভাৰতত মেটাভাৰ্ছ যোগে প্ৰথমখন বিবাহ সম্পন্ন; আশীৰ্বাদ দিলে মৃত পিতৃয়ে!

4 years ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

13 minutes ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

41 minutes ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

2 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

3 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

3 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

4 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

4 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

5 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

5 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

7 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

7 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতত মেটাভাৰ্ছ যোগে প্ৰথমখন বিবাহ সম্পন্ন; আশীৰ্বাদ দিলে মৃত পিতৃয়ে!

editor by editor
February 7, 2022
in অসম, ভাৰত
0
ভাৰতত মেটাভাৰ্ছ যোগে প্ৰথমখন বিবাহ সম্পন্ন; আশীৰ্বাদ দিলে মৃত পিতৃয়ে!
0
SHARES
832
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেটাভাৰ্ছৰ যোগে মৃত পিতৃৰ আশীৰ্বাদ গ্ৰহণ কৰি বিবাহত বহিল তামিলনাডুৰ এগৰাকী কন্যাই আৰু তেওঁৰ সৈতে মৃত শহুৰেকৰ আশীষ হ’লে জোঁৱায়েকে৷ অৰ্থাৎ মৃত পিতৃয়ে ভাৰ্চুৱেলি নিজ কন্যাৰ বিবাহৰ অভ্যথনাত আশীৰ্বাদ প্ৰদান কৰে৷

যোৱা ৫ ফ্ৰেবুৱাৰিত তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ আনচেট্টী মহকুমাৰ অতি প্ৰত্যন্ত এলেকাৰ জনজাতীয় গাঁও শিৱলিঙ্গপুৰমত দীনেশ এছপি আৰু জনগণানন্দিনী ৰামাস্বামীয়ে বিবাহপাশত আৱদ্ধ হয়৷ দীনেশ এছপি হৈছে আইআইটি মাদ্ৰাজ এক প্ৰকল্প সহযোগী আৰু জনগণানন্দিনীও হৈছে এগৰাকী প্ৰযুক্তিবিদ৷

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি যোৱা বছৰ জনগণানন্দিনীৰ পিতৃৰ মৃত্যু হৈছিল আৰু তেতিয়াই দীনেশ এছপিয়ে তেওঁক দেউতাকৰ এটা ‘অৱতাৰ’ উপহাৰ দিয়া সিদ্ধান্ত লৈছিল যাতে তেওঁৰ পিতৃয়ে দম্পতীহালক আশীৰ্বাদ দিব পাৰে৷

বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতে দীনেশ আৰু জনগণানন্দিনীয়ে কোভিড প্ৰটকলৰ বাবে মেটাভাৰ্ছৰ যোগে অভ্যৰ্থনা আয়োজন কৰে৷ ইয়াৰ সমগ্ৰ দৃশ্যৰাজি সামাজিক মাধ্যম যোগে ভাইৰেল হৈ পৰিছে৷

দীনেশ, জনগণানন্দিনী আৰু ৰামাস্বামী (জনগণানন্দিনীৰ পিতৃ)ৰ তিনিটা অৱতাৰ সৃষ্টি কৰি মেটাভাৰ্ছৰ যোগেদি বিবাহৰ অভ্যৰ্থনা সম্পন্ন কৰে আৰু ৰামাস্বামীয়ে কন্যা আৰু জোঁৱায়েকক আশীৰ্বাদ প্ৰদান কৰে৷

চেন্নাইৰ পৰা মেটাভাৰ্চৰ জৰিয়তে এটা সংগীতানুষ্ঠানও অনুষ্ঠিত কৰা হয় আৰু মেটাভাৰ্চৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থকা প্ৰায় ২০০ জন লোকৰ বাবে ঘৰত খাদ্য বিতৰণ কৰা হয়।

সামাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে দেশজুৰি এই সমগ্ৰ বিবাহখনে চৰ্চা লাভ কৰিছে৷ উল্লেখ্য যে এই বিবাহখন ভাৰতৰ প্ৰথম মেটাভাৰ্ছ বিবাহ হিচাপেও স্বীকৃতি লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য
জীৱনশৈলী

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

March 30, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
‘মহাভাৰত’ৰ জনপ্ৰিয় ‘ভীম’ৰ দেহাৱসান, প্ৰবীণ কুমাৰ চ’বতীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী

‘মহাভাৰত’ৰ জনপ্ৰিয় ‘ভীম’ৰ দেহাৱসান, প্ৰবীণ কুমাৰ চ’বতীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী

প্ৰথমে ছ’চিয়েল মিডিয়াত বন্ধুত্ব, তাৰ পাছত অপহৰণ… অশ্লীল ভিডিঅ’ বনাই ব্লেকমেইলিং ছাত্ৰক

প্ৰথমে ছ’চিয়েল মিডিয়াত বন্ধুত্ব, তাৰ পাছত অপহৰণ… অশ্লীল ভিডিঅ’ বনাই ব্লেকমেইলিং ছাত্ৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.