• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ সমগ্ৰ বিশ্বৰ ১৭৭খন দেশে পালন কৰিলে যোগ দিৱস 

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ সমগ্ৰ বিশ্বৰ ১৭৭খন দেশে পালন কৰিলে যোগ দিৱস 

2 years ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

1 hour ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

2 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

2 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

3 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

3 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

4 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

4 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

4 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

5 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

6 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

6 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ সমগ্ৰ বিশ্বৰ ১৭৭খন দেশে পালন কৰিলে যোগ দিৱস 

editor by editor
June 21, 2024
in অসম, উত্তৰ-পূব, বিশ্ব, ভাৰত, লেখা
0
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ সমগ্ৰ বিশ্বৰ ১৭৭খন দেশে পালন কৰিলে যোগ দিৱস 
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ সমগ্ৰ বিশ্বৰ ১৭৭খন দেশে পালন কৰিলে যোগ দিৱস

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)। সমগ্ৰ বিশ্বৰ ১৭৭খন দেশে আজি ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিছে। আজিৰ এই দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰীনগৰৰস্থিত শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত যোগাভ্যাস কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

এই বছৰ যোগ দিৱসৰ থীম তথা শীৰ্ষক বিষয়বস্তু হৈছে- ‘নিজৰ আৰু সমাজৰ বাবে যোগ’(Yoga for Self and Society)। যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোয়েই হৈছে এইবছৰৰ যোগ দিৱস উদযাপনৰ উদ্দেশ্য।

শ্ৰীনগৰৰ SKICC হলত যোগৰ কাৰ্যসূচীৰ নেতৃত্ব লয় প্ৰধানমন্ত্ৰীয়ে। ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “আমি শ্ৰীনগৰত এই শক্তি অনুভৱ কৰিব পাৰো, যিটো আমি যোগৰ পৰা লাভ কৰো। মই দেশৰ জনতা আৰু বিশ্বৰ প্ৰতিটো কোণত যোগ কৰা লোকসকলক যোগ দিৱসৰ শুভকামনা জ্ঞাপন কৰিছো।’’

লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াকো কয় যে, ‘‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে ১০ বছৰৰ ঐতিহাসিক যাত্ৰা সম্পূৰ্ণ কৰিলে। ২০১৪ চনত মই ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তাৱ ৰাখিছিলো। ভাৰতৰ এই প্ৰস্তাৱক ১৭৭খন দেশে সমৰ্থন কৰিছিল আৰু এয়া এক অভিলেখ আছিল। তেতিয়াৰে পৰা এতিয়ালৈ যোগ দিৱসে নতুন নতুন অভিলেখ সৃষ্টি কৰি আহিছে।’’

https://x.com/narendramodi/status/1803975853115912203

অসমতো আজি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। গুৱাহাটী নেহৰু ষ্টেডিয়ামস্থিত দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। জিলা প্ৰশাসন, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুস মিছনে আয়োজন কৰিছে এই অনুষ্ঠান। অনুষ্ঠানত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশ গৰাকী লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু মেয়ৰ মৃগেন শৰণীয়াও।

https://x.com/himantabiswa/status/1803986098395451900

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ এই যোগ দিৱসত তেজপুৰত অনুষ্ঠিত যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ছচিয়েল মিডিয়াত প্লেটফৰ্মত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাৰ দিশত ভাৰতৰ যোগ দিৱস পালন সমগ্ৰ বিশ্বৰ বাবে এক অনন্য উপহাৰ।’’

উল্লেখ্য যে, প্ৰথম আন্তৰ্জাতিক যোগ দিৱস ২১ জুন, ২০১৫ চনত পালন কৰা হৈছিল। সমগ্ৰ বিশ্বৰ লোকসকলক এই বিষয়ে সজাগ কৰাৰ বাবে ৰাষ্ট্ৰসংঘত ভাৰতৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। দৰাচলতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৭ ছেপ্টেম্বৰ, ২০১৪ চনত যোগ দিৱসৰ পদক্ষেপ গ্ৰহণ কৰিছিল। যাৰ পিছত ১৭৭ খন দেশে ২১ জুন,২০১৪ চনত ৰাষ্ট্ৰসংঘত আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 Yoga Dayinternational yoga dayyogayoga-day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
Next Post
হঠাতে আহি পৰিল বাধা, উচ্চ ন্যায়ালয়ে জামিন বাতিল কৰিলে কেজৰিৱালৰ

হঠাতে আহি পৰিল বাধা, উচ্চ ন্যায়ালয়ে জামিন বাতিল কৰিলে কেজৰিৱালৰ

আজিৰ আকাশত গুলপীয়া চন্দ্ৰ, ইয়াৰ অৰ্থ কি

আজিৰ আকাশত গুলপীয়া চন্দ্ৰ, ইয়াৰ অৰ্থ কি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.