• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এসপ্তাহৰ বাবে আইপিএলৰ মেচ বাতিল, পৰিস্থিতি বুজিহে সিদ্ধান্ত লোৱা হ’ব, বিজ্ঞাপ্তিযোগে কি জনালে IPL আৰু BCCIয়ে?

এসপ্তাহৰ বাবে আইপিএলৰ মেচ বাতিল, পৰিস্থিতি বুজিহে সিদ্ধান্ত লোৱা হ’ব, বিজ্ঞাপ্তিযোগে কি জনালে IPL আৰু BCCIয়ে?

10 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

4 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

4 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

5 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এসপ্তাহৰ বাবে আইপিএলৰ মেচ বাতিল, পৰিস্থিতি বুজিহে সিদ্ধান্ত লোৱা হ’ব, বিজ্ঞাপ্তিযোগে কি জনালে IPL আৰু BCCIয়ে?

এসপ্তাহৰ বাবে আইপিএলৰ মেচ বাতিল, পৰিস্থিতি বুজিহে সিদ্ধান্ত লোৱা হ’ব, বিজ্ঞাপ্তিযোগে কি জনালে IPL আৰু BCCIয়ে?

editor by editor
May 9, 2025
in জীৱনশৈলী
0
এসপ্তাহৰ বাবে আইপিএলৰ মেচ বাতিল, পৰিস্থিতি বুজিহে সিদ্ধান্ত লোৱা হ’ব, বিজ্ঞাপ্তিযোগে কি জনালে IPL আৰু BCCIয়ে?
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এসপ্তাহৰ বাবে স্থগিত আইপিএল৷ শুকুৰবাৰে সমাজমাধ্যমত ঘোষণা কৰিলে আইপিএল কৰ্তৃপক্ষ৷ ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ সচিব দেৱজিত লন শইকীয়াইয়ো একেই কথাই জনাইছে৷ ভাৰত-পাক সংঘাতৰ মাজত আইপিএল বন্ধ ৰাখিছে বৰ্ডে৷ বৃহস্পতিবাৰে জৰুৰী বৈঠকত আইপিএল স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হ’লেও বৰ্ড আৰু আইপিএলৰ তৰপৰ পৰা চৰকাৰী ঘোষণা কৰা হৈছে শুকুৰবাৰে দুপৰীয়া ২.৪৭ মিনিটত৷

আইপিএলৰ সূত্ৰৰ পৰা জনা গৈছে যে নিৰাপত্তাজনিত কাৰণতেই নহয়, মানৱিক কাৰণতো আইপিএল স্থগিত কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বৃহস্পতিবাৰৰ বৈঠকত৷ জনা গৈছে বৈঠকত আলোচনা হোৱা অনুসৰি ভাৰত-পাক সংঘৰ্ষ হৈ থকাৰ সময়তে আইপিএলৰ দৰে বিনোদনৰ এই মুহূৰ্ত অত্যন্ত দৃষ্টিকটূ৷ এফালে ভাৰতীয় সেনাই যেতিয়া যুদ্ধ কৰিছে তেতিয়া আইপিএলৰ মঞ্চত ডি জে বাজিছে, চিয়াৰলিডাৰসকলে নাচিছে, এইবোৰ একেবাৰেই ভাল বাৰ্তা নহয়৷ ফলত প্ৰতিযোগিতা স্থগিত কৰি দিয়াৰ সিদ্ধান্তক লৈ খুব বেছি ভাৱিব লগা একো নাই৷

আইপিএলৰ এতিয়াও লিগ পৰ্বত ১২খন মেচ বাকী আছে৷ ইয়াৰ সৈতে বৃহস্পতিবাৰে পঞ্জাৱ-দিল্লী মেচ বাতিল হ’লেও তাৰ পয়েণ্ট ভাগ কৰা হোৱা নাই৷ বৰ্ডে যদি পাছত আকৌ আইপিএলৰ আয়োজন কৰে তেন্তে এই মেচ আকৌ হ’ব পাৰে৷ ইয়াৰ সৈতে প্লে অফৰ চাৰিখন মেচ আছে৷ কলকাতাত কোৱালিফায়াৰ ২ আৰু ফাইনেল হোৱাৰ কথা আছিল৷ কিন্তু এসপ্তাহৰ পাছত আইপিএল আৰম্ভ হলে সলনি হব পাৰে সূচী৷ নতুন সূচী ঘোষণা কৰিব আইপিএলৰ তৰপৰ পৰা৷

শুকুৰবাৰে আইপিএলৰ তৰফৰ পৰা সামাজিক মাধ্যমত কোৱা হৈছে, ‘আইপিএলৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে স্থগিত কৰা হৈছে৷ সকলো পক্ষৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে৷ ক্ৰিকেটাৰ, সম্প্ৰচাৰকাৰী সংস্থা, স্পনছৰ, সমৰ্থকসকলৰ কথা ভৱা হৈছে৷ ভাৰতীয় সেনাৰ ওপৰত ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সম্পূৰ্ণ আস্থা আছে৷ দেশৰ কাষত আছে বৰ্ড৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেছন সিন্দূৰৰ বাবে ভাৰতীয় সেনাক বাহ বাহ দিছে আইপিএলে৷’

বৃহস্পতিবাৰে আইপিএলৰ মেচ বাতিল কৰি দিয়া হৈছে৷ তাৰপাছতেই আইপিএল গৰ্ভৰ্নিং কাউন্সিলৰ জৰুৰী বৈঠক মতা হৈছে৷ বৃহস্পতিবাৰে সেই বৈঠকতেই সিদ্ধান্ত লোৱা হয় যে আইপিএল বৰ্তমান এসপ্তাহৰ বাবে স্থগিত কৰি দিয়া হৈছে৷ বৃহস্পতিবাৰৰ আইপিএল মেচৰ মাজত জম্মুত আৰম্ভ হৈছিল পাকিস্তানৰ আক্ৰমণ৷ প্ৰত্যাঘাত কৰিছে ভাৰতেও৷ সংঘৰ্ষৰ কাৰণে ধৰ্মশালাৰ পঞ্জাৱ কিংছ বনাম দিল্লী কেপিটেলছ মেচ বাতিল কৰি দিয়া হৈছে৷ দৰ্শকসকলক গেলাৰী ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ আইপিএলৰ চেয়াৰমেন অৰুণ ধুমলে নিজেই মেচত নামি দৰ্শকসকলক খেলপথাৰ ত্যাগ কৰিবলৈ আহ্বান জনাইছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
হ’ব পাৰে ছাইবাৰ আক্ৰমণ, কি ব্যৱস্থা লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে?

হ’ব পাৰে ছাইবাৰ আক্ৰমণ, কি ব্যৱস্থা লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে?

ৰাজ্যসমূহক বিশেষ ইমাৰজেন্সি পাৱাৰ দিছে নেকি কেন্দ্রই? ভাৰত-পাক সংঘাতৰ মাজতেই বিশেষ ধাৰা প্ৰয়োগৰ অনুমতি

ৰাজ্যসমূহক বিশেষ ইমাৰজেন্সি পাৱাৰ দিছে নেকি কেন্দ্রই? ভাৰত-পাক সংঘাতৰ মাজতেই বিশেষ ধাৰা প্ৰয়োগৰ অনুমতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.