• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্সাৰ আৰু মানসিক বিকাৰগ্ৰস্ততাত আক্ৰান্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন!

কেন্সাৰ আৰু মানসিক বিকাৰগ্ৰস্ততাত আক্ৰান্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন!

4 years ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

4 minutes ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

10 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

10 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

10 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

11 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

12 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

13 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

13 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

14 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

15 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

15 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কেন্সাৰ আৰু মানসিক বিকাৰগ্ৰস্ততাত আক্ৰান্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন!

editor by editor
March 14, 2022
in বিশ্ব, ৰাজনীতি, স্বাস্থ্য
0
কেন্সাৰ আৰু মানসিক বিকাৰগ্ৰস্ততাত আক্ৰান্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন!
0
SHARES
585
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ অব্যাহত ৰখাৰ সময়তে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন গুৰুতৰভাৱে অসুস্থ হৈছে৷ অৰ্থাৎ কেৱল ইউক্ৰেইনৰ বিৰুদ্ধেই নহয় ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে অতি দুৰাৰোগ্য ৰোগৰ বিৰুদ্ধেও যুদ্ধ কৰি আছে৷

এই বিস্ফোৰক দাবী কৰিছে ব্ৰিটিছ সংবাদ মাধ্যমে৷ কে’বাটাও ব্ৰিটিছ সংবাদ সংস্থাই দাবী কৰিছে যে কিছুমান গুৰুতৰ ৰোগে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শৰীৰ তথা মুখায়ৱ পৰিৱৰ্তন সাধিছে৷ সংবাদ সংস্থাসমূহৰ প্ৰতিবেদনৰ মতে পুটিনৰ ‘অস্থিৰ আচৰণ’ৰ গুৰিটো এই গুৰুতৰ ৰোগসমূহে ক্ৰিয়া কৰি আছে৷

ব্ৰিটিছ সংবাদ সংস্থাসমূহে গুপ্তচৰৰ উদ্ধৃতিৰে পুটিনৰ শেহতীয়া ফ’টো প্ৰকাশ কৰি কৈছে যে ‘পাৰ্কিনছন’ ৰোগৰ ফলত ষ্টেইৰ’ড বৃদ্ধি হৈ পুটিনৰ মুখায়ৱ অস্বাভাৱিকভাৱে ফুলি আহিছে আৰু ইয়াৰ বাবেই পুটিন অতিথিক সাক্ষাৎ কৰাৰ পৰাও দূৰত্ব বৰ্তাই ৰাখিছে৷ আনকি সতীৰ্থৰ সৈতে সাক্ষাতৰ সময়তো ৰাষ্ট্ৰপতি পুটিনে লক্ষণীয় দূৰত্ব বজাই ৰখাও দৃষ্টিগোচৰ হৈ আহিছে৷

লগতে পঢ়ক অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু

ইমানেই নহয়, ডেইলী মেইলৰ মতে পুটিনে কৰ্কটত ৰোগতো ভুগি আহিছে আৰু ইয়াৰ চিকিৎসাৰ বিভিন্ন ঔষধ গ্ৰহণৰ ফলত মস্তিষ্কৰ বিকাৰতো ভুগিছে৷ ‘‘যোৱা পাঁচ বছৰত তেওঁ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত লক্ষণীয় পৰিৱৰ্তন দেখা গৈছে৷’’ ডেইলী মেইলৰ প্ৰতিবেদনত এইদৰে কোৱা হৈছে৷

আনহাতে, ৰাছিয়াৰ ৰাজনৈতিক বিশেষজ্ঞ তথা ইতিহাসবিধ ভেলেৰী চল’ভাইয়ে দাবী কৰিছিল পুটিনৰ শাৰীৰিক পৰিৱৰ্তনৰ কাৰণ ‘পাৰ্কিনছন আৰু কেঞ্চাৰ ৰোগৰ লক্ষণ৷ তেওঁ লগতে কয় যে ২০২০ চনৰ ফেব্ৰুৱাৰিত পুটিনৰ এক জৰুৰী অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia PresidentVladimir PutinVladimir Putin illnes
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ
জীৱনশৈলী

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
Next Post
গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা অসম আৰক্ষী জোৱানৰ; কিয় কৰিলে হত্যা?

গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা অসম আৰক্ষী জোৱানৰ; কিয় কৰিলে হত্যা?

অসম বিধানসভা বাজেট অধিবেশন : প্ৰথম দিনাই সদনৰ পৰা বহিষ্কৃত বিধায়ক অখিল গগৈ

অসম বিধানসভা বাজেট অধিবেশন : প্ৰথম দিনাই সদনৰ পৰা বহিষ্কৃত বিধায়ক অখিল গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.