• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীয়ে এইবাৰ আমাৰ শক্তি দেখিব…! ইৰান ধ্বং/সৰ নক্সা তৈয়াৰ কৰিছে ইহুদি ৰাষ্ট্রই?

পৃথিৱীয়ে এইবাৰ আমাৰ শক্তি দেখিব…! ইৰান ধ্বং/সৰ নক্সা তৈয়াৰ কৰিছে ইহুদি ৰাষ্ট্রই?

1 year ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

7 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

8 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

9 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

10 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

11 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

11 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

12 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পৃথিৱীয়ে এইবাৰ আমাৰ শক্তি দেখিব…! ইৰান ধ্বং/সৰ নক্সা তৈয়াৰ কৰিছে ইহুদি ৰাষ্ট্রই?

পৃথিৱীয়ে এইবাৰ আমাৰ শক্তি দেখিব...! ইৰান ধ্বংসৰ নক্সা তৈয়াৰ কৰিছে ইহুদি ৰাষ্ট্রই?

editor by editor
October 25, 2024
in বিবিধ, বিশ্ব, লেখা
0
পৃথিৱীয়ে এইবাৰ আমাৰ শক্তি দেখিব…! ইৰান ধ্বং/সৰ নক্সা তৈয়াৰ কৰিছে ইহুদি ৰাষ্ট্রই?
0
SHARES
508
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এফালে পাৰস্য উপসাগৰৰ কোলাত থকা ছিয়া মুলুকক এশিকন দিয়া আৰু অন্যহাতে সমগ্ৰ বিশ্বৰ সন্মুখত নিজৰ শক্তি প্ৰদৰ্শন কৰ৷ ইৰানৰ ওপৰত আক্ৰমণ চলোৱাৰ মাজতেই এটা কাঁড়েৰে দুটা চিকাৰ কৰিব খুজিছে ইহুদি ৰাষ্ট্ৰ ইজৰাইলে৷ যিয়ে পশ্চিম এছিয়াৰ পৰিস্থিতিক জটিল কৰিব বুলিয়েই ধাৰণা কৰিছে আন্তৰ্জাতিক ৰাজনৈতিক আৰু কূটনৈতিক বিশেষজ্ঞসকলে৷

চলিত বছৰৰ ১ অক্টোবৰত তেল আভিভক বেলেষ্টিক ক্ষেপণাস্ত্ৰৰে টাৰ্গেট কৰিছে তেহৰানক৷ তাৰপাছৰে পৰাই ইৰানক প্ৰত্যাঘাত কৰাৰ ধমকি দিছে ইহুদি প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক৷ তেহৰানৰ পৰমাণু কেন্দ্ৰ নে ফৌজি ঘাঁটি ক’ত আক্ৰমণ হ’ব? সেই বিষয়টোক লৈ আৰম্ভ হৈছে জল্পনা৷

এই পৰিস্থিতিতেই ভাইৰেল হৈছে ইজৰাইলী প্ৰতিৰক্ষামন্ত্ৰী ইয়োভ গেলেণ্টৰ এটা ভিডিঅ’৷ তাতেই তেওঁ ইহুদি যুদ্ধবিমানৰ পাইলটসকলৰ সৈতে কথা পতা দেখা গৈছে৷ কেৱল সেয়াই নহয় ইজৰাইলী ডিফেন্স ফৰ্ছৰ এয়াৰফৰ্ছৰ যুদ্ধাসকলক চৰকাৰৰ অৱস্থান সম্পৰ্কে স্পষ্টকৈ জনাইছে তেওঁ৷

চলিত বছৰৰ ২৩ অক্টোবৰ আইডিএফৰ হাতজেৰিম বায়ুসেনা ছাউনিলৈ যায় গেলেণ্ট৷ তাতেই তেওঁ কয়, ‘আমি ইৰানৰ ওপৰত আক্ৰমণ চলালে ইজৰাইল কি সেই কথা বুজিব পাৰিব৷ এই কথা মূৰত ৰাখি যুদ্ধৰ বাবে প্ৰস্তুত হওক৷’ ইয়াৰ পাছতেই সামাজিকমাধ্যমত বায়ুসেনা ছাউনি পৰিদৰ্শনৰ এটা ভিডিঅ’ পোষ্ট কৰিছে ইহুদি প্ৰতিৰক্ষামন্ত্ৰী৷

এয়াৰফৰ্ছৰ যোদ্ধাসকলৰ সৈতে কথা পতাৰ সময়ত তেওঁ বাৰে বাৰে এটা কথাতেই জোৰ দিছে৷ তেওঁ কৈছে, ‘ইৰানৰ আক্ৰমণৰ পাছত প্ৰত্যেকেই আমাৰ শক্তি কি জানিব পাৰিব৷ ইজৰাইলৰ ক্ষতি কৰিলে যি চৰম মূল্য দিব লাগিব এয়া শত্ৰুসকলক আমি বুজাই দিম৷’ এক্স হেণ্ডেলত লিখিছে গেলেণ্টে৷

হিব্ৰু ভাষাত পোষ্ট কৰিছে নেতানিয়াহু মন্ত্ৰীসভাৰ এজন সদস্যই৷ তাতেই আইডিএফৰ এয়াৰফৰ্ছৰ যোদ্ধাসকলক প্ৰশংসাৰে ভৰাই দিছে৷ গেলেণ্টে লিখিছে,‘ব্যক্তিবিশেষ হওক বা কোনো এটা ফৌজী দল বা স্কোয়াড্ৰণ৷ আপোনালোকৰ ক্ষমতাৰ ওপৰত আমাৰ প্ৰবল আস্থা আছে৷’

ইয়াৰপাছতেই হামাছ প্ৰধান ইয়াহিয়া ছিনৱাৰৰ প্ৰসংগ তুলিছে ইজৰাইলী প্ৰতিৰক্ষামন্ত্ৰীয়ে৷ গাজাত যি ফোৰ্ছ নিয়োগ কৰি  গাজা শেষ কৰা হৈছিল সেই সন্দৰ্ভত গেলেণ্টে কয়, ‘এবছৰ পূৰ্বে গাজাত কোনো এজনে আমাৰ হাতত পৰাস্ত হ’ব বুলি ধাৰণাই কৰা নাছিল৷ আজি তেওঁলোকৰ বাবে সপোন দেখিবলৈকে ঠাই নাই৷ নাই কোনো ছিনিওৰ৷ আইডিএফৰ বাবেই এয়া সম্ভৱ হৈছে৷’

উল্লেখ্য যে বিগত ছমাহত দুবাৰ ইহুদিৰ ভূমিত ডাঙৰ আক্ৰমণ চলাইছে ছিয়া ফৌজে৷ ইয়াৰ মাজত ১অক্টোবৰত আক্ৰমণ আছিল ভয়ংকৰ৷ সেই দিনটোত ইজৰাইলক লক্ষ্য কৰি প্ৰায় ২০০টা বেলিষ্টিক ক্ষেপণাস্ত্ৰ এৰিছিল ইৰানে৷ যাৰ অধিকাংশকেই মাজ আকাশত ধ্বংস কৰিছিল আইডিএফে৷ ফলত জীৱনহানি তেনেকৈ হোৱা নাছিল৷

তেহৰাণক ইয়াৰ জবাব দিবলৈ আকাশীপথেৰেই আক্ৰমণ কৰাৰ সিদ্ধান্ত ইজৰাইলৰ৷ এই ক্ষেত্ৰত আইডিএফৰ আমেৰিকাই তৈয়াৰ কৰা এফ ১৬, এফ ৩৫ৰ দৰে যুদ্ধবিমানসমূহ ব্যৱহাৰৰ প্ৰৱল সম্ভাৱনা আছে৷ সূত্ৰৰ খবৰ অনুসৰি এই ইছ্যুত আমেৰিকাৰ প্ৰেছিডেণ্ট জ’ বাইডেন আৰু ভাইছ প্ৰেছিডেণ্ট কমলা হেৰিছৰ সৈতে ফোনত কথাও পাতিছে ইহুদি প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে৷ তেল আভিভত ইৰানৰ পৰমাণু কেন্দ্ৰত আক্ৰমণ কৰক সেয়া বিচৰা নাই আমেৰিকাই৷ ফলত আই ডি এফৰ টাৰ্গেট ছিয়া ফৌজৰ ডাঙৰ ডাঘৰ ছাউনীসমূহেই হ’ব বুলি ধাৰণা কৰা হৈছে৷

সাম্ভাব্য এই আক্ৰমণৰ প্ৰস্তুতি সংক্ৰান্তিয় গোপন নথি ইতিমধ্যেই সামাজিকমাধ্যমত ফাঁচ হৈছে৷ যি তৈয়াৰ কৰিছিল আমেৰিকাৰ এক সংস্থা নেশ্ব্যনেল জিঅ’স্পেকিয়েল ইনটেলিজেন্স এজেন্সিয়ে৷ ৱাছিংটনৰ গুপ্তচৰ উপগ্ৰহৰ পৰা পঠিওৱা ছবি বিশ্লেষণ কৰি সেই নথি তৈয়াৰ কৰা হৈছিল বুলি জনা গৈছে৷

আমেৰিকাৰ সংবাদমাধ্যম নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি এনজিএ মহাফেজখানাৰ পৰা মুঠ দুখন নথি ভাইৰেল হৈছে৷ ইয়াৰে এখন নথিৰ নাম হৈছে ইজৰাইলঃ ইৰাণত প্ৰত্যাঘাতৰ বাবে বিমান বাহিনীৰ নিৰন্তৰ অনুশীলন৷’ সেই নথিটিতেই আইডিএফৰ বিমানবাহিনীৰ কছৰতৰ একাধিক ছবিও আছে৷ মাজ আকাশত যুদ্ধবিমানত ইন্ধন ভৰোৱাৰ অনুশীলনত জোৰ দিছে ইহুদি ফৌজে৷ প্ৰতিৰক্ষা বিশেষজ্ঞই জনাইছে যে ইৰানৰ ওপৰত প্ৰত্যাঘাত কৰিলে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি যিয়ে অন্য মাত্ৰা ল’ব৷ প্ৰাথমিক প্ৰতিক্ৰিয়াৰ পাছত ক্ষেপণাস্ত্ৰ আক্ৰমণো চলাব পাৰে ইজৰাইলে৷ সেয়ে বায়ুসেনা ব্যৱস্থাক মজবুত কৰিবলৈ আৰম্ভ কৰিছে ইহুদি সেনাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
এমাহত ২০০০কৈ জমা কৰিলে ৫ বছৰত কিমান টকা ৰিটাৰ্ণ পাব?

এমাহত ২০০০কৈ জমা কৰিলে ৫ বছৰত কিমান টকা ৰিটাৰ্ণ পাব?

ধনতেৰাছত এই সকলো সামগ্ৰী কিনিনেই সলনি হ’ব অৰ্থভাগ্য, সমগ্ৰ বছৰ থাকিব মা লক্ষ্মীৰ আশীৰ্বাদ

ধনতেৰাছত এই সকলো সামগ্ৰী কিনিনেই সলনি হ’ব অৰ্থভাগ্য, সমগ্ৰ বছৰ থাকিব মা লক্ষ্মীৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.