• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমাৰ দেশক এতিয়া জনসংখ্যাৰ প্ৰয়োজনঃ মধুসময় কটাবলৈকে চৰকাৰী কৰ্মচাৰীক সপ্তাহত ৩দিন ছুটি, ক’ত এই নতুন নিয়ম?

আমাৰ দেশক এতিয়া জনসংখ্যাৰ প্ৰয়োজনঃ মধুসময় কটাবলৈকে চৰকাৰী কৰ্মচাৰীক সপ্তাহত ৩দিন ছুটি, ক’ত এই নতুন নিয়ম?

1 year ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

48 minutes ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

1 hour ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

2 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

2 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

2 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

2 hours ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

3 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

4 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

5 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

5 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমাৰ দেশক এতিয়া জনসংখ্যাৰ প্ৰয়োজনঃ মধুসময় কটাবলৈকে চৰকাৰী কৰ্মচাৰীক সপ্তাহত ৩দিন ছুটি, ক’ত এই নতুন নিয়ম?

আমাৰ দেশক এতিয়া জনসংখ্যাৰ প্ৰয়োজনঃ মধুসময় কটাবলৈকে চৰকাৰী কৰ্মচাৰীক সপ্তাহত ৩দিন ছুটি

editor by editor
December 10, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
আমাৰ দেশক এতিয়া জনসংখ্যাৰ প্ৰয়োজনঃ মধুসময় কটাবলৈকে চৰকাৰী কৰ্মচাৰীক সপ্তাহত ৩দিন ছুটি, ক’ত এই নতুন নিয়ম?
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনসংখ্যা বঢ়াব লাগিব৷ সেয়ে সপ্তাহত কামৰ সময় বান্ধি দিয়া হ’ল মাত্ৰ ৪দিন৷ বাকীকেইদিন থাকিব ছুটী৷ এই ঘোষণা জাপান চৰকাৰৰ৷ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অভিনৱ পন্থা হৈছে সেই দেশৰ চৰকাৰে৷ নতুন বছৰৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব বুলিও জনাইছে টকিঅ’ৰ গভৰ্নৰ ইউৰিকো কোইকে৷ তেওঁ জনাইছে যে অতিৰিক্ত কাম কৰাৰ বাবে শিশুৰ জন্ম আৰু জন্মৰ আগেপিছে যত্ন লোৱাৰ বাবে সময়ৰ নাটনিৰ বাবেই বহুতে সন্তান জন্ম দিব নোখোজে৷ সেয়ে আগন্তুক বৰ্ষৰ এপ্ৰিলৰ পৰা এই নতুন নিয়ম আৰম্ভ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷

জাপানৰ সাধাৰণ অধিবেশনত এই কথা জনাইছে গভৰ্ণৰে৷ এই নতুন নীতিৰ লক্ষ্যই হৈছে জাপানী দম্পত্তিসকলক সন্তানধাৰণত উৎসাহিত কৰা৷ জাপানত প্ৰজননৰ হাৰ বৰ্তমান কমিবলৈ ধৰিছে৷ ৰিপৰ্টে দাবী কৰা অনুসৰি বিগত বছৰৰ হিচাপত এই প্ৰজননৰ হাৰ কমি ১.২ হৈছেগৈ৷ যি যথেষ্ট শংকাৰ কাৰণ৷ দেশৰ জনসংখ্যা বঢ়াব বিচাৰিলে এই হাৰ অন্তত ২.১ কৰিব লাগিব৷ ইয়াৰ বাবে দেশৰ যুৱক যুৱতীসকলে বেছিকৈ অন্তৰংগ সময় কটাব লাগিব৷ কিন্তু কামৰ চাপ বা অভাৰ টাইমত পৰি সেয়া হৈ উঠা নাই৷ বিগত বছৰ সেই দেশত মাত্ৰ ৭লাখ ৭০০ হাজাৰ ২৭০ শিশুৰ জন্ম হৈছে৷ মহিলাসকলো যথেষ্ট কেৰিয়াৰ সচেতন হৈ উঠাৰ বাবে তেওঁলোকে পৰিয়াল আৰু কেৰিয়াৰৰ মাজত বাচি লৈছে কেৰিয়াৰক৷

এই সকলোবোৰৰ প্ৰভাৱ পৰিছে জনসংখ্যাত৷ এই নতুন কৰ্মপদ্ধতিক লৈ ২বছৰ পূৰ্বৰে পৰাই আলোচনা চলি আছিল৷ তাত অংশগ্ৰহণ কৰা ৯০শতাংশ কৰ্মচাৰীৰ মাজত লোৱা সমীক্ষাত ১০ ভিতৰত ৯ জনেই নতুন কৰ্মপদ্ধতিক সমৰ্থন কৰিছে৷ তেওঁলোকে স্পষ্টকৈ জনাইছে যে, অতিৰিক্ত কামৰ চাপতেই শাৰীৰিক আৰু মানসিক স্বাস্থ্যত প্ৰভাৱ পৰিব ধৰিছে৷ ইয়াৰোপৰি কৰ্ম আৰু জীৱনৰ মাজত বেলেন্স হেৰাইছে৷ নতুন কৰ্মপদ্ধতিত এই বেলেন্স ঘূৰি আহিব৷ জাপানৰ গভৰ্নৰ কোইকে কয়, ‘এই সময় জাপানৰ বাবে কঠিন সময়৷ বৰ্তমান জনসংখ্যা বঢ়োৱাই আমাৰ দেশৰ একমাত্ৰ লক্ষ্য৷ সেয়ে এই বিষয়টো চিন্তা কৰিয়েই অৰ্থনীতিক শক্তিশালী কৰিবলৈ এই সিদ্ধান্ত লৈছে আমাৰ চৰকাৰে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
Next Post
মহাকাশত কেনেকৈ পানী খায় সুনীতা উইলিয়ামছে? ভিডিঅ’যোগে কি দেখুৱালে সুনীতাই?

মহাকাশত কেনেকৈ পানী খায় সুনীতা উইলিয়ামছে? ভিডিঅ’যোগে কি দেখুৱালে সুনীতাই?

এইবাৰ ঘৰে ঘৰে লাখপতি থাকিব, কি নতুন প্ৰকল্প আৰম্ভ কৰিছে SBIয়ে?

এইবাৰ ঘৰে ঘৰে লাখপতি থাকিব, কি নতুন প্ৰকল্প আৰম্ভ কৰিছে SBIয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.