• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ জুলাইত আহিব ভয়াৱহ ছুনামী! বৃহৎ প্ৰাকৃতিক দুৰ্যোগ মোকাবিলাৰ বাবেও সাজু হৈছে নেকি জনতা? কোনে কৰিছে ছুনামীৰ ভৱিষ্যদ্বাণী?

৫ জুলাইত আহিব ভয়াৱহ ছুনামী! বৃহৎ প্ৰাকৃতিক দুৰ্যোগ মোকাবিলাৰ বাবেও সাজু হৈছে নেকি জনতা? কোনে কৰিছে ছুনামীৰ ভৱিষ্যদ্বাণী?

9 months ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

9 minutes ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

32 minutes ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

53 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

2 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

3 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

3 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

5 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

6 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

6 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

7 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ জুলাইত আহিব ভয়াৱহ ছুনামী! বৃহৎ প্ৰাকৃতিক দুৰ্যোগ মোকাবিলাৰ বাবেও সাজু হৈছে নেকি জনতা? কোনে কৰিছে ছুনামীৰ ভৱিষ্যদ্বাণী?

৫ জুলাইত আহিব ভয়াৱহ ছুনামী! বৃহৎ প্ৰাকৃতিক দুৰ্যোগ মোকাবিলাৰ বাবেও সাজু হৈছে নেকি জনতা? কোনে কৰিছে ছুনামীৰ ভৱিষ্যদ্বাণী?

editor by editor
July 2, 2025
in জীৱনশৈলী, বিশ্ব
0
৫ জুলাইত আহিব ভয়াৱহ ছুনামী! বৃহৎ প্ৰাকৃতিক দুৰ্যোগ মোকাবিলাৰ বাবেও সাজু হৈছে নেকি জনতা? কোনে কৰিছে ছুনামীৰ ভৱিষ্যদ্বাণী?
0
SHARES
705
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ জুলাইলৈ আৰু মাত্ৰ ৩ দিন বাকী৷ সেয়ে আতংক বাঢ়িছে জাপানত৷ জাপানী বাবা ভাংগা নামেৰে পৰিচিত ভৱিষ্যদ্ৰষ্টা ৰিও তাতছুকিয়ে জনাইছে যে জুলাইৰ আৰম্ভণিতেই ভয়াৱহ ছুনামী আৰু ভূমিকম্পৰ কবলত পৰিব পাৰে জাপানে৷ ৫ জুলাইত এই দুৰ্যোগ ঘটিব বুলি নিজৰ ভৱিষ্যদ্বাণীত জনাইছে তাতছুকিয়ে৷ তেওঁ জনাইছে এই ভূমিকম্প আৰু ছুনামীৰ কাৰণে বিৰাট ক্ষয়ক্ষতিৰ কবলত পৰিব জাপান৷ বিপুল সম্পত্তি ক্ষতিৰ ওপৰিও প্ৰচুৰ প্ৰাণহানিৰো আশংকা কৰিছে তাতছুকিয়ে৷

কি কৈছে ৰিও তাতছুকিৰ গণনাই?

জাপানৰ তোকাৰা দ্বীপত ৫ জুলাইত ডাঙৰ ভূমিকম্প আৰু ছুনামী হব বুলি ভৱিষ্যদ্বাণী কৰিছিল ৰিও তাতছুকিয়ে৷ ইতিমধ্যেই সাম্প্ৰতিক কালত প্ৰায় ৫০০ বাৰ ভূমিকম্পই জোঁকাৰিছে তোকাৰা দ্বীপ৷ সেই কাৰণেই সাধাৰণ মানুহৰ মাজত আতংকও বাঢ়িছে৷ জাপানৰ মেটেৰোলজিকেল এজেন্সিয়ে জনাইছে যে শনিবাৰৰ পৰা অসংখ্য সৰু সৰু কম্পন্ন অনুভূত হৈছে তোকাছুৰাত৷ অৱশ্যে এইকেইটা ভূমিকম্পত কোনো ক্ষয়ক্ষতি হোৱাৰ তথ্য অহা নাই৷ কিন্তু ৫ জুলাইৰ পূৰ্বে বাৰে বাৰে অহা কম্পনে সাধাৰণ মানুহৰ মাজত ভয়ত মাত্ৰা বাঢ়িছে৷ এই ছুনামী ২০১১ত তোহোকুতত অহা ছুনামীতকৈ ভয়ংকৰ হব বুলি দাবী কৰিছে তাতছুকিয়ে৷

মেৰিন ভলকেনো বিশেষজ্ঞই কি কৈছে?

জাপানৰ মেৰিণ ভলকেনো বিশেষজ্ঞ ইয়োকোছৰ বক্তব্যত ছুনামীৰ সম্ভাৱনা আৰু তীব্ৰ হৈছে৷ ইয়োকোছে জনাইছে যে ৰিখটাৰ স্কেলত ৬ মেগ্নিছিউডৰ ভূমিকম্প হোৱাৰ আশংকা আছে৷ আগন্তুক ১ সপ্তাহত স্থানীয় বাসিন্দাসকলক সতৰ্ক থাকিবলৈ পৰামৰ্শ দিছে তেওঁ৷ কেৱল তোকাছুৰাই নহয়, ছুনামীৰ ভৱিষ্যদ্বাণীত আতংক বাঢ়িছে সমগ্ৰ জাপানতেই৷ ৫ জুলাই কাষ চাপি অহাৰ লগে লগেই জাপানত কমিবলৈ ধৰিছে পৰ্যটকৰ সংখ্যাও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?
জীৱনশৈলী

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

March 17, 2026
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ
জীৱনশৈলী

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

March 17, 2026
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ
জীৱনশৈলী

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

March 17, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

March 17, 2026
Next Post
তপামূৰত চুলি গজাবলৈ গৈ ৰাইজৰ ৰোষত পংকজ পাঠক! প্ৰকৃত ঘটনা কি? জানক সবিশেষ তথ্য

তপামূৰত চুলি গজাবলৈ গৈ ৰাইজৰ ৰোষত পংকজ পাঠক! প্ৰকৃত ঘটনা কি? জানক সবিশেষ তথ্য

৯ জুলাইৰ পৰা আৰম্ভ হ’ব ভাল সময়! টোপনি ভাঙিব বৃহস্পতিৰ, উজ্বলি উঠিব ৫ৰাশিৰ জীৱন

৯ জুলাইৰ পৰা আৰম্ভ হ’ব ভাল সময়! টোপনি ভাঙিব বৃহস্পতিৰ, উজ্বলি উঠিব ৫ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.