• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৱাছিম আক্ৰামৰ ডাঙৰ অভিলেখ ভংগ হ’ব, যশপ্ৰীত বুমৰাহে কৰিব এই কৃতিত্ব

ৱাছিম আক্ৰামৰ ডাঙৰ অভিলেখ ভংগ হ’ব, যশপ্ৰীত বুমৰাহে কৰিব এই কৃতিত্ব

1 year ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

30 minutes ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

57 minutes ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

1 hour ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

2 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

3 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

11 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

12 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

12 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

13 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

13 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

14 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৱাছিম আক্ৰামৰ ডাঙৰ অভিলেখ ভংগ হ’ব, যশপ্ৰীত বুমৰাহে কৰিব এই কৃতিত্ব

editor by editor
June 9, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ৱাছিম আক্ৰামৰ ডাঙৰ অভিলেখ ভংগ হ’ব, যশপ্ৰীত বুমৰাহে কৰিব এই কৃতিত্ব
0
SHARES
313
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৱাছিম ​আক্ৰামৰ ডাঙৰ অভিলেখ ভংগ হ’ব, যশপ্ৰীত বুমৰাহে কৰিব এই কৃতিত্ব

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ জছপ্ৰিত বুমৰাহ এক বৃহৎ অভিলেখৰ কাষ চাপিছে, যি অভিলেখ বহু বছৰ পূৰ্বে পাকিস্তানৰ ৱাছিম আক্ৰমে গঢ়িছিল। এতিয়া সেই অভিলেখ ভংগ কৰাৰ সময় আহি পৰিছে।

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত আক্ৰামৰ অভিলেখ ভংগ কৰাৰ সুযোগ বুমৰাহৰ হাতত। যদি এই অভিলেখ বুমৰাহে নিজৰ নামত কৰিব পাৰে, তেন্তে জশপ্ৰিত বুমৰাহৰ নামত ক্ৰিকেট জগতত ৰাজত্ব প্ৰতিষ্ঠা হ’ব।

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৱাছিম আক্ৰামৰ ডাঙৰ অভিলেখ এতিয়া ভংগ হোৱাৰ বহু ওচৰ চাপিছে। ৱাছিম আক্ৰাম হৈছে এছিয়া মাহদেশৰ এনে এগৰাকী বলাৰ যিয়ে ছেনা দেশত সৰ্বাধিক উইকেট দখল কৰিছে।

‘ছেনা’ দেশৰ অৰ্থ হ’ল দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া। ইংৰাজীত যাক SENA বুলি লিখা হয়। এছিয়ান বলাৰ হিচাপে ৱাছিম আক্ৰামৰ নামত খোদিত আছে সৰ্বাধিক টেষ্ট উইকেট দখলকাৰীৰ ৰেকৰ্ড। আক্ৰামে সৰ্বমুঠ ১৪৬টা উইকেট দখল কৰিছে।

এই তালিকাত দ্বিতীয় স্থানত বৰ্তমানে আছে ভাৰতৰ যশপ্ৰীত বুমৰাহ। বুমৰাহে এই পৰ্যন্ত ছেনা দেশৰ বিৰুদ্ধে ১৪৫টা টেষ্ট উইকেট দখল কৰিছে। যি মাথো ১ টা উইকেটৰ পৰা পাছত।

ইংলেণ্ডত আৰু এটা উইকেট লোৱাৰ লগে লগে বুমৰাহ ৱাছিম​আক্ৰামৰ সমান হৈ পৰিব। আনহাতে দুটা উইকেট লোৱাৰ লগে লগে আক্ৰামক অতিক্ৰম কৰি এই ক্ষেত্ৰত এছিয়াৰ শ্ৰেষ্ঠ বলাৰ হৈ পৰিব। প্ৰথম টেষ্টত নিজেই দুটা উইকেট দখল কৰাটো জস্প্ৰিত বুমৰাৰ বাবে কঠিন কাম নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian CricketJashprit BoomrahWashim Wakram
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ
বাণিজ্য

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

August 27, 2026
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?
বিনোদন

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

August 27, 2026
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’
বিবিধ

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

August 27, 2026
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ
ভাৰত

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

August 27, 2026
Next Post
১৬ দিনে জনতা-আৰক্ষীৰ বিভ্ৰান্ত কৰি মাজনিশা আত্মসমৰ্পণ সোনমৰ! কিয় মেঘালয় আৰক্ষীৰ ওচৰত কৰিবলৈ বাধ্য হ’ল সোনম?

১৬ দিনে জনতা-আৰক্ষীৰ বিভ্ৰান্ত কৰি মাজনিশা আত্মসমৰ্পণ সোনমৰ! কিয় মেঘালয় আৰক্ষীৰ ওচৰত কৰিবলৈ বাধ্য হ’ল সোনম?

২৩ বছৰতেই এজন এজনকৈ ২৫ পুৰুষৰ সৈতে বিবাহ! অৱশেষত গ্ৰেপ্তাৰ তৰুণী, আঁৰৰ কাৰণ জানিলে চকু কঁপালত উঠিব আপোনাৰ

২৩ বছৰতেই এজন এজনকৈ ২৫ পুৰুষৰ সৈতে বিবাহ! অৱশেষত গ্ৰেপ্তাৰ তৰুণী, আঁৰৰ কাৰণ জানিলে চকু কঁপালত উঠিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.