• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম

2 years ago
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

25 minutes ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

1 hour ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

2 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

19 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

20 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

21 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

22 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

23 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

24 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

1 day ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম

editor by editor
July 7, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম
0
SHARES
381
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম

ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে টি২০ বিশ্বকাপ ২০২৪ দখল কৰি ইতিহাস সৃষ্টি কৰে। ২৯ জুন তাৰিখে ব্ৰিজটাউনত অনুষ্ঠিত হোৱা চূড়ান্ত খেল খনত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি বিশ্বকাপ দখল কৰে।

ইয়াৰ দ্বাৰা ভাৰতে এতিয়ালৈকে দুবাৰ টি-২০বিশ্বকাপ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে ২০০৭ চনত বিশ্বকাপ দখল কৰিছিল। তাৰ পিছত এইবাৰ ২০২৪ চনত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰে।

এইবাৰৰ চূড়ান্ত খেলখনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড বি চি চি আইৰ সচিব জয় শ্বাহে কৰা ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হয় । জয় শ্বাহে খেলখনৰ পূৰ্বে কৈছিল যে, এইবাৰ ভাৰতীয় দলে ৰোহিত শৰ্মাৰ নেতৃত্বত ব্ৰিজটাউনৰ খেলপথাৰত ভাৰতীয় বিজয় পতাকা উৰুৱাব। শেষত সেয়াই সঁচা প্ৰমাণিত হয়। ভাৰতে খেল খনৰ অন্তত ভাৰতীয় পতাকা উৰুৱাই।

সেই সফলতাৰ পাছত এইবাৰ জয় শ্বহে পুনৰ আন এক ভৱিষ্যতবাণী কৰিছে। তেখেতে কয় যে, ৰোহিত শৰ্মাৰ নেতৃত্বতে ভাৰতীয় ক্ৰিকেট দলে অহা বছৰ আই চি চি চেম্পিয়ন ট্ৰফি আৰু ৱৰ্ল্ড টেষ্ট চেম্পিয়নচিপ ফাইনেলত জয়ী হ’ব।

জয় শ্বাহৰ এই কথাৰ পৰাই স্পষ্ট প্ৰমাণিত হয় যে, আই চি চি চেম্পিয়ন ট্ৰফি আৰু ৱৰ্ল্ড টেষ্ট চেম্পিয়নচিপ দুয়োখন প্ৰতিযোগিতাতে ভাৰতীয় দলক ৰোহিত শৰ্মাইয়ে অধিনায়কত্ব কৰিব। উল্লেখ্য যে, ৰোহিত শৰ্মাই বৰ্তমানে টি-২০ আন্তঃৰাষ্ট্ৰীয় চিৰিজৰ পৰা অৱসৰ ঘোষণা কৰিছে।

এতিয়া ৰোহিতৰ লক্ষ্য পৰৱৰ্তী দুই প্ৰতিযোগিতাতো ভাৰতক জয়ৰ সোৱাদ দিয়া। লগতে অধিনায়ক হিচাপে নিজৰ নাম গঢ়া। দুয়োখন প্ৰতিযোগিতাই ২০২৫ চনত অনুষ্ঠিত হ’ব। ৱৰ্ল্ড টেষ্ট চেম্পিয়নচিপ অহা বছৰৰ জুন মাহত লৰ্ডছত অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bcciCaptain Rohit SarmaIndian Cricket TeamJay ShahTeam. Indian Team. Rohit Sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

January 17, 2026
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
জীৱনশৈলী

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

January 17, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
Next Post
অনন্ত-ৰাধিকাৰ সংগীত মেহফিল জমাব নোৱাৰিলে জাষ্টিন বেইবাৰে, বাদশ্বাহৰ পাঞ্জাৱী গীতেই দিলে ধামাকা, ধামাকাৰ বাবে বাদশ্বাহে ল’লে কিমান কোটি ধন?

ইমান নিৰ্দয় নহ’ব, অলপ উদাৰ হওক, চিঠি লিখি যোগী আদিত্যনাথক উদাৰ হ’বলৈ কিয় আহ্বান জনালে ৰাহুল গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন