• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’

4 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

3 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

4 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

6 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

7 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

7 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

8 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

8 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

9 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

9 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

10 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’

editor by editor
March 2, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপ্তম দিনাও ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে যুদ্ধবাজ ৰাছিয়াই৷ বিশ্ব সম্প্ৰদায়ৰ আহ্বান, ভাবুকি, অৰ্থনৈতিক প্ৰতিবন্ধকতা আদি সকলোবোৰ কেৰেপ নকৰি ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত  আক্ৰমণ অব্যাহত ৰাখিছে৷

ইয়াৰ মাজতে দুয়োপক্ষৰ মাজত আলোচনাও আৰম্ভ কৰা হৈছে৷ ইতিমধ্যে দুয়ো দেশৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হোৱা আলোচনা ব্যৰ্থ হৈছে৷ পুনৰ আক্ৰমণকাৰী ৰাছিয়াৰ পৰা আলোচনাৰ প্ৰসংগ উত্থাপন কৰা হৈছে৷ কিন্তু আলোচনাৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেনেলস্কিয়ে কিছু চৰ্ত আৰোপ কৰিছে৷

লগতে পঢ়ক ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ

যুদ্ধ বিধ্বস্ত ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে দাবী কৰিছে যে বোমাবৰ্ষণ বন্ধ হ’লেহে আলোচনা সম্ভৱ হ’ব৷ মংগলবাৰে ৰয়টাৰ আৰু চিএনএনক দিয়া এক যুটীয়া সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ৰাছিয়াই জনসাধাৰণৰ ওপৰত বোমা বৰ্ষণ বন্ধ কৰিলেহে তেওঁলোকে আলোচনাত বহিব পাৰিব৷

‘‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰক৷ বোমাবৰ্ষণ বন্ধ কৰক তাৰ পিছতহে আলোচনাৰ টেবুলত বহিম৷’’ সাক্ষাৎকাৰটোত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে স্পষ্টভাৱে কয়৷

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ : আকৌ ‘ন যযৌ ন তস্থৌ’ অৱস্থা ভাৰতৰ!

ইউক্ৰেনে যোৱা সপ্তাহত ৰাছিয়াৰ সামৰিক আক্ৰমণক প্ৰতিৰোধ কৰাত সহায় কৰিবলৈ NATO সদস্যসকলৰ পৰা অস্ত্ৰ-শস্ত্ৰ লাভ কৰিছে, আনহাতে পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ অৰ্থনীতিৰ ওপৰত নিষেধাজ্ঞা প্ৰৱৰ্তন কৰিছে।

কিন্তু জেলেনস্কিয়ে আন্তৰ্জাতিক সম্প্ৰদায়ক আৰু অধিক সক্ৰিয়তাৰে ৰাছিয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ আহ্বান জনাইছে।

‘‘এয়া NATOৰ দেশসমূহক যুদ্ধত চামিল কৰাৰ বিষয়ে নহয়, সঁচা কথাটো হ’ল ৰাছিয়াই দীৰ্ঘদিনীয়া যুদ্ধত সকলোকে চামিল কৰিবলৈ চেষ্টা কৰিছে৷ অৰ্থাৎ এক বৃহৎ যুদ্ধৰ প্ৰস্তুতি চলি আছে’’, জেলেনস্কিয়ে আৰু কয়।

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : আমেৰিকা-ব্ৰিটেইন আদিৰ তুলনাত ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ কিমান?

ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ দখল কৰাৰ পূৰ্বে ৰাজধানী কীয়েভ এৰি যোৱাৰ প্ৰস্তাৱ অস্বীকাৰ কৰা জেলেনস্কিয়ে লগতে কয় যে যদি NATOএ ইউক্ৰেইনৰ সদস্যপদৰ সম্ভাৱনাৰ দুৱাৰ বন্ধ কৰে তেন্তে ইউক্ৰেইনে আইনীভাৱে বাধ্যতামূলক নিৰাপত্তা নিশ্চিতি দাবী কৰিব।

ইফালে NATOসহ পশ্চিমীয়া দেশসমূহক ‘ন’ ফ্লাই জ’ন’ ঘোষণা কৰি ৰাছিয়াৰ যুদ্ধ বিমান উৰণ বন্ধ কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতি জেনেলস্কিয়ে৷ জেলেনস্কিয়ে ৰাছিয়াৰ যুদ্ধ বিমানক প্ৰতিৰোধ কৰাৰ বাবে ই এক কাৰ্যকৰী পদক্ষেপ হ’ব বুলিও মন্তব্য কৰিছে৷

লগতে পঢ়ক যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস

উল্লেখ্য যে ৰাছিয়াৰে হোৱা প্ৰথমলানি আলোচনাত ইউক্ৰেইনে তাৎক্ষণিক যুদ্ধ বিৰতিৰ লগতে ৰাছিয়ান সেনাৰ প্ৰত্যাহাৰৰ দাবী কৰিছিল৷ কিন্তু আক্ৰমণকাৰী ৰাছিয়াই দুয়োটা দাবীকেই নস্যাৎ কৰিছে৷

আনহাতে, মংগলবাৰে ৰাছিয়া সংবাদ সংস্থা TAASSএ কয় যে ৰাছিয়াই পৰৱৰ্তী আলোচনাৰ বাবে পৰিকল্পনা কৰিছে৷  অৱশ্যে এই আলোচনা ক’ত আৰু কেতিয়া অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে সেই বিষয়ে এতিয়াও সবিশেষ প্ৰকাশ হোৱা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine clashRussia Ukraine invasionRussia-Ukraine conflictVladimir Putinvolodymyr zelensky
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
Next Post
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :কুফল ভুগিব ভাৰতে! কি হ’ব এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :কুফল ভুগিব ভাৰতে! কি হ’ব এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ?

ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.