• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলৰ আছে এই ভয়ংকৰ গোপন নিচা, কংগনাই ভৰা সংসদত ৰাহুলৰ কি নিচাৰ কথা ক’লে?

ৰাহুলৰ আছে এই ভয়ংকৰ গোপন নিচা, কংগনাই ভৰা সংসদত ৰাহুলৰ কি নিচাৰ কথা ক’লে?

2 years ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

18 minutes ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

1 hour ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

2 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

3 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

4 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

5 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

5 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

6 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাহুলৰ আছে এই ভয়ংকৰ গোপন নিচা, কংগনাই ভৰা সংসদত ৰাহুলৰ কি নিচাৰ কথা ক’লে?

ৰাহুলৰ আছে এই ভয়ংকৰ গোপন নিচা, কংগনাই ভৰা সংসদত ৰাহুলৰ কি নিচাৰ কথা ক’লে?

editor by editor
July 31, 2024
in ভাৰত, ৰাজনীতি
0
ৰাহুলৰ আছে এই ভয়ংকৰ গোপন নিচা, কংগনাই ভৰা সংসদত ৰাহুলৰ কি নিচাৰ কথা ক’লে?
0
SHARES
552
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে বিজেপি সাংসদ কংগনা ৰানাউটে৷ সংসদত হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ সাংসদ কংগনাৰ দাবী, ‘মোৰ মনে কয় ৰাহুল গান্ধী ড্ৰাগছ আসক্ত৷ তেওঁৰ শাৰীৰিক পৰীক্ষা কৰা উচিত৷’ কংগনাৰ এই বিতৰ্কিত মন্তব্যৰ পাছতেই গৰম হৈ পৰে সংসদৰ মজিয়া৷

কংগনাই ৰাহুলক ড্ৰাগছ আসক্ত বুলি দাবী কৰাৰ ওপৰিও কয় যে ৰাহুলে কেতিয়াবা শিৱৰ অভয় মুদ্ৰা যদি কেতিয়াবা মহাভাৰতৰ চক্ৰবেহু, হিন্দুত্ববাদ আৰু নৰেন্দ্ৰ মোদীৰ ওপৰত হোৱাই নোহোৱাই আক্ৰমণ চলাই থাকে৷ এই বিশয়টোৱেই প্ৰমাণ কৰে যে ৰাহুল এগৰাকী নিচাগ্ৰস্থ ব্যক্তি৷

মঙলবাৰে সাংসদ কংগনা ৰানাউটে কয়, ‘এই দেশ গণতন্ত্ৰৰ দেশ৷ য’ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰেহে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়৷ ইয়াত পুৰুষ, মহিলা, জাতি, ধৰ্মৰ ভিত্তিত প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰা হয়৷ ৰাহুলে কৰি থকা মন্তব্যসমূহ দেশৰ গণতন্ত্ৰৰ বাবে অপমানজনক৷ তেওঁ প্ৰতিদিনেই গণতন্ত্ৰক অপমান কৰি আছে৷ বিগত সংসদতো কমেডি শ্ব কেইবাবাৰো ৰাহুলে কৰিছে৷’

ইয়াৰোপৰি কংগনাই কয়, ‘বিগত কাৰ্যকালত তেওঁ বিতৰ্কিত মন্তব্য কৰি পিছপৰি যোৱা নাই৷ এইবাৰো শিৱ কী বাৰাত, চক্ৰবেহু আদি আকৌ আৰম্ভ কৰিছে৷ মোৰ মনে কয় তেওঁ ড্ৰাগছ আসক্তই হ’ব৷ তেওঁৰ ভালকৈ শাৰীৰিক পৰীক্ষা কৰোৱা উচিত৷ মানুহে সুস্থ অৱস্থাত এনে মন্তব্য কৰিব নোৱাৰে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
Next Post
গোপন কথাবোৰ গোপনে নাথাকিব! মনৰ ভাষা পঢ়িব পৰাকৈ শক্তিশালী হৈ উঠিছেAI?

গোপন কথাবোৰ গোপনে নাথাকিব! মনৰ ভাষা পঢ়িব পৰাকৈ শক্তিশালী হৈ উঠিছেAI?

১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.