• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কপিল শৰ্মা, ৰাজপাল যাদৱসহ ৪ তাৰকালৈ ভাবুকি, পাকিস্তানৰ পৰা কোনে দিছে ধমকি?

কপিল শৰ্মা, ৰাজপাল যাদৱসহ ৪ তাৰকালৈ ভাবুকি, পাকিস্তানৰ পৰা কোনে দিছে ধমকি?

2 years ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

29 minutes ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

1 hour ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

2 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

3 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

4 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

5 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

5 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কপিল শৰ্মা, ৰাজপাল যাদৱসহ ৪ তাৰকালৈ ভাবুকি, পাকিস্তানৰ পৰা কোনে দিছে ধমকি?

কপিল শৰ্মা, ৰাজপাল যাদৱসহ ৪ তাৰকালৈ ভাবুকি, পাকিস্তানৰ পৰা কোনে দিছে ধমকি?

editor by editor
January 23, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কপিল শৰ্মা, ৰাজপাল যাদৱসহ ৪ তাৰকালৈ ভাবুকি, পাকিস্তানৰ পৰা কোনে দিছে ধমকি?
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ হত্যাৰ ধমকি দি ই মেইল প্ৰেৰণ কৰিছে কমেডিয়াৰ কপিল শৰ্মালৈ৷ আৰু সেই ই মেইল পঠিওৱা হৈছে পাকিস্তানৰ পৰা৷ এই অভিযোগ দাখিল কৰা হৈছে মহাৰাষ্ট্ৰৰ আম্বোলি থানাত৷ কেৱল কপিল শৰ্মাই নহয়, ধমকি ভৰা ই মেইল আহিছে ৰেমো ডিছুজা, ৰাজপাল যাদৱ, সুগন্ধা মিশ্ৰালৈকো৷ আম্বোলি থানাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি কমেডিয়ান কপিল শৰ্মা, অভিনেতা ৰাজপাল যাদৱ, অভিনেত্ৰী সুগন্ধা মিশ্ৰা আৰু গায়ক ৰেমো ডি ছুজালৈকো এই ধমকি ভৰা মেইল আহিছে৷ মেইলত প্ৰেৰকৰ নামৰ স্থানত লিখা আছে ‘BISHNU’। আৰক্ষীয়ে জনাইছে যে, মেইলত লিখা আছে, ‘আমি আপোনাৰ প্ৰতি মুহূৰ্তৰ গতিবিধিৰ ওপৰত নজৰ দি আছো৷ এয়া অত্যন্ত সংবেদনশীল বিষয়, সেয়ে আপোনাক জনাই থলো৷ এয়া কোনো পাব্লিছিটি ষ্টাণ্ট বা আপোনাক বিৰক্ত কৰাৰ চেষ্টা নহয়৷ আমাৰ অনুৰোধ এই মেছেজটো গুৰুত্বসহকাৰে লওক৷’

আৰক্ষীৰ বক্তব্য, ই মেইল প্ৰেৰকে ৮ ঘণ্টাৰ মাজত এই ৪ তাৰকাৰ পৰা প্ৰত্যুত্তৰ ইমেইলো বিচাৰিছে৷ যদি সেয়া পঠিওৱা নহয় তেতিয়াহ’লে ব্যক্তিগত আৰু কামৰ ক্ষেত্ৰত বিষয়টো গুৰুতৰ হৈ উঠিব পাৰে বুলিও ই মেইলত উল্লেখ কৰা হৈছে৷ ধমকি ভৰা ইমেইল পাই সকলোৱে এতিয়া আৰক্ষীৰ সহায় বিচাৰিছে৷

যদিও বলীউডত এই ধমকি ভৰা মেইল নতুন ঘটনা নহয়৷ ছলমান খান, শ্বাহৰুখ খানৰ দৰে ছুপাৰষ্টাৰেও বিভিন্ন সময়ত ধমকি ভৰা মেইল লাভ কৰি আহিছে৷ লৰেন্স বিষ্ণোই গেঙৰ ধমকিৰ খবৰ প্ৰায়েই শিৰোনামত আহে৷ সম্প্ৰতি ছলমান  খানৰ ঘৰৰ বাহিৰতো গুলি চালনা হৈছিল৷ অন্যহাতে শ্বাহৰুখেও ধমকি ভৰা মেইল লাভ কৰিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
কুকাৰত সিজাই দিয়া হ’ল ১৩ বছৰীয়া সংসাৰ, কেনেকৈ নিজ স্বামীয়ে কৰিলে এই কাণ্ড?

কুকাৰত সিজাই দিয়া হ’ল ১৩ বছৰীয়া সংসাৰ, কেনেকৈ নিজ স্বামীয়ে কৰিলে এই কাণ্ড?

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে…? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে...? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.