• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

3 years ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

9 minutes ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

18 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

19 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

20 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

20 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

21 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

21 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

22 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

24 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

1 day ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

editor by editor
August 11, 2022
in বিশ্ব, ৰাজনীতি
0
‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ কৰাচী চহৰৰ এগৰাকী মহিলাই এক ভিডিঅ’ যোগে দেশখনৰ অৰ্থনৈতিক দুৰাৱস্থা এনেদৰে উদঙাই দিছে যে তেওঁৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পিছতে বিশ্বজুই চৰ্চা লাভ কৰিছে৷

দুই সন্তানৰ মাতৃ মহিলাগৰাকীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক উদ্দেশ্যি ভিডিঅ’টোত কয়, ‘‘আপুনি মোক কওক, এই মুদ্ৰাস্ফীতিত, মই মোৰ সন্তানক খুৱাম নে মাৰি পেলাম?’’

উল্লেখ্য যে পাকিস্তান দীৰ্ঘদিন ধৰি অৰ্থনৈতিক সংকট আৰু মুদ্ৰাস্ফীতিৰ ফান্দত আবদ্ধ হৈ আছে। আনকি পাকিস্তানৰ অৱস্থা শ্ৰীলংকাৰ দৰে হ’ব পাৰে বুলিও বিশেষজ্ঞসকল শংকিত হৈ পৰিছে৷ এই সকলোবোৰৰ মাজতে অত্যাৱশ্যকীয় বস্তুৰ বাবে বজাৰ কৰি বজাৰৰ পৰা উভতি আহোঁতে এগৰাকী গৃহিনীয়ে নিজৰ মৰ্ম বেদনা এইদৰে প্ৰকাশ কৰে।

 

کراچی سے تعلق رکھنے والی ایک ماں نے حکمرانوں کو اپنا بجلی کا بل اور کچن کے لئے اشیاء کی خریداری کا بل دکھا کر کچھ سوال پوچھے میں نے یہ سوال مفتاح اسماعیل کو بھیج دئیے مفتاح صاحب نے جواب بھجوا دیا ہے لیکن پہلے ایک ماں کا دکھڑا سن لیں pic.twitter.com/THahmjAjUL

— Hamid Mir (@HamidMirPAK) August 9, 2022

 

লগতে পঢ়ক বিয়াৰ অজুহাতেৰে এয়াৰ হোষ্টছক ধৰ্ষণ; ঘৰলৈ নি যুৱতীৰ ওপৰত শাৰীৰিক আক্ৰমণ

পাকিস্তানৰ জ্যেষ্ঠ সাংবাদিক হামিদ মিৰে কয় ভিডিঅ’টো শ্বেয়াৰ কৰি কয় মই বিচাৰো যে সমগ্ৰ পাকিস্তানে এই মহিলাগৰাকীৰ কণ্ঠ শুনক। ৰবিয়া নামৰ এইগৰাকী মহিলাই কৈছে যে দায়িত্বশীল পদবীত থকা শ্বাহবাজ শ্বৰীফ আৰু মৰিয়ামৰ দৰে লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ পিছত তেওঁলোকৰ খৰচ কেনেদৰে পৰিচালনা কৰিব লাগে সেই কথা কওক।

কেৱল এয়াই নহয়, নিজৰ কথা কৈ থাকোঁতে মহিলাগৰাকীয়ে কয় যে তেওঁৰ দুটা সন্তান আছে। এটা সন্তান ৰোগাক্ৰান্ত আৰু তেওঁৰ চিকিৎসাৰ বাবে ঔষধৰ খৰচ যোৱা চাৰি মাহত প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। সন্তানৰ বাবে ঔষধ কিনাৰ পৰা হাত সাৰিব পাৰিমনে? তেওঁ আৰু কয় যে চৰকাৰে দৰিদ্ৰ জনসাধাৰণক প্ৰায় হত্যা কৰিছে। সঁচাকৈয়ে আপুনি ঈশ্বৰকো ভয় নকৰেনে? প্ৰধানমন্ত্ৰীক উদ্দেশ্যি মহিলাগৰাকীয়ে কয়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assaminflationpakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?
বিবিধ

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

January 12, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?
জীৱনশৈলী

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

January 6, 2026
সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

January 6, 2026
Next Post
ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই

ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই

প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.