• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০ বছৰৰ পাছত তৈয়াৰ হৈছে কেদাৰ যোগ, ৩ৰাশিৰ আয়, উন্নতি একেবাৰে পাক্কা

৫০০ বছৰৰ পাছত তৈয়াৰ হৈছে কেদাৰ যোগ, ৩ৰাশিৰ আয়, উন্নতি একেবাৰে পাক্কা

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০০ বছৰৰ পাছত তৈয়াৰ হৈছে কেদাৰ যোগ, ৩ৰাশিৰ আয়, উন্নতি একেবাৰে পাক্কা

editor by editor
February 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৫০০ বছৰৰ পাছত তৈয়াৰ হৈছে কেদাৰ যোগ, ৩ৰাশিৰ আয়, উন্নতি একেবাৰে পাক্কা
0
SHARES
13.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৭টা গ্ৰহই চাৰি ৰাশিত অৱস্থান কৰি তৈয়াৰ হৈছে কেদাৰ যোগ। জ্যোতিষ গণনা অনুসৰি ৫০০ বছৰ পাছত এই সংযোগ তৈয়াৰ হৈছে। এই ৰাজযোগে সমস্ত ৰাশিৰ জাতকৰ জীৱনক প্ৰভাৱিত কৰিব। এই তিনি ৰাশিৰ জাতকে এই সময়ত আকস্মিক ধন লাভ কৰিব পাৰে। ইয়াৰোপৰি ভাগ্যোদয়ৰো যোগ আছে। গ্ৰহগতিৰ প্ৰভাৱত সৃষ্ট কেদাৰ যোগত তিনি ৰাশিৰ জীৱনত কেনে ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব জানি থওক সবিশেষে।

৭টা গ্ৰহই চাৰি ৰাশিত অৱস্থান কৰি তৈয়াৰ হৈছে কেদাৰ যোগ। জ্যোতিষ গণনা অনুসৰি ৫০০ বছৰৰ পাছত এনে সংযোগ তৈয়াৰ হৈছে। এই ৰাজযোগে সমস্ত ৰাশিৰ জীৱনক প্ৰভাৱিত কৰিব। এই সময়ত তিনি ৰাশিয়ে আকস্মিক ধন লাভ কৰিব পাৰিব। ইয়াৰোপৰি ভাগ্যোদয়ৰো যোগ আছে। গ্ৰহগতিৰ প্ৰভাৱত সৃষ্ট কেদাৰ যোগে এইকেইটা ৰাশিৰ জাতকক প্ৰভাৱিত কৰিব।

মেষ ৰাশি
কেদাৰ যোগ এই ৰাশিৰ বাবে অত্যন্ত লাভজনক। আপোনাৰ ৰাশিৰ ভাগ্যৰ স্থানত মঙল, শুক্ৰ আৰু বুধে অৱস্থান কৰিছে। অন্যহাতে সূৰ্যই দশম স্থানত আৰু শনিয়ে আয়ৰ স্থানত বিৰাজমান হৈ আছে। এই সময়ত কেৰিয়াৰ আৰু ব্যৱসায়তো উন্নতিৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আয়ৰ নতুন উৎস তৈয়াৰ হৈছে। আয় বৃদ্ধি হ’ব পাৰে। ইয়াৰোপৰি নতুন কামত সফলতা লাভ কৰিব এই ৰাশিৰ জাতকে। আপোনাৰ সমস্ত ইচ্ছাপূৰণ হ’ব। লগ্নিৰ দ্বাৰা লাভৰ যোগ আছে। এই সময়ত পুত্ৰ বা পৌত্ৰ লাভো সম্ভৱ।

মিথুন ৰাশি
কেদাৰ ৰাজযোগ মিথুন ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। সূৰ্যই আপোনাৰ গোচৰ কোষ্ঠীৰ অষ্টম স্থানত অৱস্থান কৰিছে আৰু শনিয়ে একাদশ কক্ষত বিচৰণ কৰিছে। এই সময়ত মিথুন ৰাশিৰ ব্যৱসায়ীসকলে ভালধৰণে উন্নতি কৰিব পাৰিব। ইয়াৰোপৰি এই সময়ত অবিবাহিত জাতকে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। প্ৰেম জীৱনত প্ৰেম বিবাহৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় অনুকূল। প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য অৰ্জন কৰিব পাৰে। এই সময়ত আপোনাৰ সমস্ত ইচ্ছাপূৰণ হ’ব। নতুন কামত সাফল্য লাভ কৰিব।

তুলা ৰাশি
জ্যোতিষ অনুসৰি কেদাৰ ৰাজযোগ তুলা ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। মান সন্মান আৰু প্ৰতিষ্ঠা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। চিনেমা জগত, খেলাধুলাৰ সৈতে জড়িত ব্যৱসায়ীয়ে সফলতা অৰ্জন কৰিব। ৰাজনীতিৰ সৈতে জড়িত জাতকে কোনো পদ লাভ কৰিব পাৰে। ইয়াৰোপৰি বিভিন্ন সময়ত আকস্মিক ধন লাভো কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ আয়োজন হ’ব পাৰে। উৎসাহৰ সংযোগ তৈয়াৰ হ’ব। শিক্ষা, বিভিন্ন প্ৰতিযোগীতাত সফলতা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। বেকাৰ যুৱকে চাকৰি লাভ কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
প্ৰিয়জনক কেনেকৈ শুভেচ্ছা জনাব ভাৱি দোমোজাত পৰিছে নেকি? এইকেইটা ৰোমাণ্টিক মেছেজ আপুনিও প্ৰিয়জনক দিব পাৰে

প্ৰিয়জনক কেনেকৈ শুভেচ্ছা জনাব ভাৱি দোমোজাত পৰিছে নেকি? এইকেইটা ৰোমাণ্টিক মেছেজ আপুনিও প্ৰিয়জনক দিব পাৰে

প্রথম দেখাতেই আদানীক নহ’ব বুলিয়েই কৈছিল! ভেলেণ্টাইন ডে’ৰ দিনাই জানি থওক গৌতম আদানীৰ ৱান ছাইডেড লাভ ষ্টৰী

প্রথম দেখাতেই আদানীক নহ’ব বুলিয়েই কৈছিল! ভেলেণ্টাইন ডে’ৰ দিনাই জানি থওক গৌতম আদানীৰ ৱান ছাইডেড লাভ ষ্টৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.