• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত কেতুৰ প্রভাৱ, ছায়াগ্ৰহৰ কৃপাত ৩ ৰাশি ২০২৬ত ডাঙৰ মানুহ হ’বই

3 months ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

16 minutes ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

43 minutes ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

54 minutes ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

1 hour ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

3 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

4 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

5 hours ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

16 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত কেতুৰ প্রভাৱ, ছায়াগ্ৰহৰ কৃপাত ৩ ৰাশি ২০২৬ত ডাঙৰ মানুহ হ’বই

নতুন বছৰত কেতুৰ প্রভাৱ, ছায়াগ্ৰহৰ কৃপাত ৩ ৰাশি ২০২৬ত ডাঙৰ মানুহ হ’বই

editor by editor
December 31, 2025
in জীৱনশৈলী
0
নতুন বছৰত কেতুৰ প্রভাৱ, ছায়াগ্ৰহৰ কৃপাত ৩ ৰাশি ২০২৬ত ডাঙৰ মানুহ হ’বই
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰ ২০২৬ৰ মাৰ্চ মাহত আধ্যাত্মিকতাৰ কাৰক ছায়া গ্ৰহ কেতুৰ নক্ষত্ৰ পৰিবৰ্তন হ’ব৷ কেতুৱে সদায়ে বক্ৰী চলনেৰে নিজৰ ৰাশি আৰু নিজৰ নক্ষত্ৰ সলনি কৰিব৷ দ্ৰিক পঞ্চাঙ্গ অনুসৰি ২৯ মাৰ্চৰ পুৱা ৪ বাজি ৪৯ মিনিটত কেতুৱে মঘা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ কেতুৰ নিজৰ নক্ষত্ৰ মঘাত প্ৰৱেশ কৰা জ্যোতিষ দৃষ্টিত খুবেই গুৰুত্বপূৰ্ণ হ’ব৷ কেতুৰ এই নক্ষত্ৰ পৰিবৰ্তন ৪ৰাশিৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ’ব৷ জানি থওক লাকী ৰাশি কি কি?

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে কেতুৰ নক্ষত্ৰ গোচৰে প্ৰতিক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব৷ আৰ্থিক ক্ষেত্ৰত জাতক খুবেই শক্তিশালী থাকিব আৰু একাধিক উৎসৰ পৰা অৰ্থ উপাৰ্জন কৰিব৷  চিন্তা ভাৱনা কৰাৰ শক্তি বাঢ়িব৷ মানসিক ৰূপৰ পৰা জাতকে শান্তি অনুভৱ কৰিব আৰু আত্মবিশ্বাস বাঢ়িব৷

সিংহ ৰাশি

কেতুৰ মঘা নক্ষত্ৰত প্ৰৱেশে সিংহ ৰাশিৰ জাতকৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব৷ জাতকৰ ভাগ্য হঠাৎ চমকি উঠিব৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা পৰিকল্পনাৰ ওপৰত কাম কৰাৰ সুযোগ পাব৷ বিনিয়োগৰ পৰা বৃহৎ লাভ কৰিব পাৰিব৷ আৰ্থিক পৰিস্থিতি সলনি হব৷ জাতকে ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে কেতুৰ নক্ষত্ৰ গোচৰ অতি লাভদায়ক প্ৰমাণিত হব৷ জাতকৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ থাকিব৷ অৰ্থ উপাৰ্জনৰ একাধিক ৰাস্তা খুলি যাব৷ যিকোনো পৰিকল্পনাৰ ওপৰত কাম কৰাৰ বাবে এই সময় শুভ৷ উচ্চপদত থকা অধিকাৰীসকলে সহায়তা পাব৷ জাতকসকলৰ সন্মান বাঢ়িব আৰু সকলোৱে আপোনাৰ প্ৰশংসা কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

March 27, 2026
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?
জীৱনশৈলী

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

March 27, 2026
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?
জীৱনশৈলী

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

March 27, 2026
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা
জীৱনশৈলী

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

March 27, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম দিনা খেল দেখুৱাব সমসপ্তক যোগে, ভাগ্য চমকি উঠিব ৫ৰাশিৰ

৫লাখ টকাৰ FD কৰিছে? মাহিলী কিমান ধন আয় হ’ব পাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন