• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়া আকৌ কি কাণ্ড সংঘটিত কৰিলে উঃ কোৰিয়াৰ একনায়ক কিম জং উনে?

এয়া আকৌ কি কাণ্ড সংঘটিত কৰিলে উঃ কোৰিয়াৰ একনায়ক কিম জং উনে?

4 years ago
তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

5 hours ago
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

5 hours ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

6 hours ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

6 hours ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

7 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

8 hours ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

10 hours ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

10 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

11 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

12 hours ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

12 hours ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

এয়া আকৌ কি কাণ্ড সংঘটিত কৰিলে উঃ কোৰিয়াৰ একনায়ক কিম জং উনে?

ৰেড কাৰ্পেটৰ তলত হিটাৰ লৈ পিতৃৰ গুণ গৰিমাৰ বখানিলে উঃ কোৰিয়াৰ শাসনক কিম জং উনে

editor by editor
February 18, 2022
in Uncategorized
0
এয়া আকৌ কি কাণ্ড সংঘটিত কৰিলে উঃ কোৰিয়াৰ একনায়ক কিম জং উনে?
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সংবাদ মাধ্যমৰ বাবে গৰম খবৰৰ উৎস হৈছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন৷ সেয়ে উত্তৰ কোৰিয়াত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’লেও বিশ্বৰ প্ৰায়বোৰ সংবাদ সংস্থা আৰু এজেঞ্চিয়ে শেন চৰাইৰ দৰে কিম জং উনৰ পিছত পৰি থাকে৷

এই কিম জং উনৰ এক শেহতীয়া কাণ্ডই পুনৰ বিশ্ব সংবাদ মাধ্যমত খলকনি তুলিছে৷ হয়, উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ অন্য এক বিশেষ কাণ্ড এইবাৰ সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷

সংবাদ সংস্থা এন কে নিউজ-এ প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে প্ৰচণ্ড শীততো ৰঙা কাৰ্পেটৰ তলত হিটাৰ সংস্থাপন কৰি এখন সভাত প্ৰায় ভাষণ প্ৰদান কৰিছিল৷ জঙে উক্ত ভাষণত কেৱল নিজৰ পৰিয়ালৰে গুণ বখানি আছিল৷

এন কে নিউজৰ মতে যোৱা মংগলবাৰে মাত্ৰ ৫ ডিগ্ৰী উষ্ণতাত মুখত মাস্ক পৰিধান নকৰাকৈ থিয় হৈ থকা শ শ মানুহৰ আগত কিম জং উনে ভাষণ প্ৰদান কৰি থকা দেখা গৈছিল৷ দৰাচলতে যোৱা মংগলবাৰে উত্তৰ কোৰিয়াৰ পূৰ্বৰ শাসক তথা কিম জং উনৰ পিতৃ কিম জং ইলৰ ৮০ সংখ্যক জন্ম বাৰ্ষিকী আছিল৷

সেই উপলক্ষ্যে চৰকাৰীভাৱে কিম জং ইলৰ জন্মভূমি বুলি দাবী কৰি অহা চামজিয়নত জন্ম বাৰ্ষিকী উদযাপন কৰা হৈছিল৷ উক্ত অনুষ্ঠানতে উত্তৰ কোৰিয়াৰ বৰ্তমানৰ শাসনক কিম জং উনে প্ৰায় ৩০ মিনিট ধৰি প্ৰচণ্ড শীতত প্ৰয়াত পিতৃৰ বিষয়ে বক্তৃতা প্ৰদান কৰিছিল৷

এন কে নিউজ-এ প্ৰকাশ কৰা অনুসৰি জঙে ভাষণ প্ৰদান কৰি থকাৰ সময়ত চহৰখনৰ উষ্ণতা আছিল মাত্ৰ ৫ ডিগ্ৰী ছেলছিয়াছ৷ এনে শীততো কিম জঙে মূৰত গৰম টুপি আৰু হাতত গ্ল’ভছ পিন্ধা নাছিল৷

সেয়ে সংবাদ সংস্থাটোৱে দাবী কৰিছে যে উক্ত সময়ত মঞ্চৰ ৰেড কাৰ্পেটৰ তলত হিটাৰ সংস্থাপন কৰা হৈছিল, যাৰবাবে শাসক কিম জং উনৰ সৈতে দেশখনৰ চৰকাৰী বিষয়াসকলে প্ৰচণ্ড শীততো মঞ্চত গৰম টুপি আৰু হাত মোজা নিপিন্ধাকৈ উপৱিষ্ট হৈ থাকিব পাৰিছিল৷

সংবাদ পত্ৰখনে কিম জম উনে ভাষণ প্ৰদান কৰি থকা সময়ৰ কৰা ৰঙা কাৰ্পেটৰ তলত হিটাৰ সংস্থাপনৰ কৰি থোৱা ফ’টো আপলোড কৰি হিটাৰো দেখুওৱাবলৈ চেষ্টা কৰিছে৷

উল্লেখ্য যে উনৰ পিতৃ কিম জং ইলৰ ১৯৪২ চনৰ ১৫ ফেব্ৰুৱাৰিত উত্তৰ কোৰিয়াৰ চামজিয়নত জন্ম গ্ৰহণ কৰিছিল৷ ২০১১ চনত মৃ্ত্যু হোৱা কিম জং ইলৰ প্ৰতিবাৰেই চামজিয়নতে নিৰ্মাণ কৰা প্ৰতিমূৰ্তিৰ আগত জন্ম বাৰ্ষিকী উদযাপন কৰা হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
Next Post
জঘন্য কাণ্ড : এইবাৰ গৰু পোৱালিক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৪ যুৱক

জঘন্য কাণ্ড : এইবাৰ গৰু পোৱালিক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৪ যুৱক

খুৰীয়েকৰ সৈতে ১৪ বছৰীয়া কিশোৰৰ অবৈধ সম্পৰ্ক, সাক্ষী ১০ বছৰীয়া শিশুক হত্যা

খুৰীয়েকৰ সৈতে ১৪ বছৰীয়া কিশোৰৰ অবৈধ সম্পৰ্ক, সাক্ষী ১০ বছৰীয়া শিশুক হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.