• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াত উপস্থিত হৈছে কিম জং উন, বিমানেৰে নগৈ বুলেটপ্ৰুফ ৰে’লেৰে কিয় গ’ল কিম জং উন?

ৰাছিয়াত উপস্থিত হৈছে কিম জং উন, বিমানেৰে নগৈ বুলেটপ্ৰুফ ৰে’লেৰে কিয় গ’ল কিম জং উন?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাছিয়াত উপস্থিত হৈছে কিম জং উন, বিমানেৰে নগৈ বুলেটপ্ৰুফ ৰে’লেৰে কিয় গ’ল কিম জং উন?

editor by editor
September 12, 2023
in জীৱনশৈলী, বিশ্ব, ৰাজনীতি, লেখা
0
ৰাছিয়াত উপস্থিত হৈছে কিম জং উন, বিমানেৰে নগৈ বুলেটপ্ৰুফ ৰে’লেৰে কিয় গ’ল কিম জং উন?
0
SHARES
659
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং ওনে মঙলবাৰে ৰাছিয়ালৈ যাত্ৰা কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে পুটিনৰ সৈতে বিশেষ সন্মিলনত ভাগ ল’বলৈ ৰাছিয়ালৈ যাত্ৰা কৰিছে। ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত অস্ত্ৰ শস্ত্ৰৰ আদান প্ৰদান, সামৰিক বিষয় আৰু কূটনৈতিক বহুকেইটা বিষয়ৰ ওপৰত আলোচনা কৰিব দুই দেশৰ ৰাষ্ট্ৰপ্ৰধান দুজনে। ইয়াৰোপৰি দুয়োখন দেশে আমেৰিকাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈকো ৰণনীতি তৈয়াৰ কৰিব পাৰে। এখন দেশৰ পৰা আন এখন দেশলৈ ৰাষ্ট্ৰপ্ৰধানে যাত্ৰা কৰাটো তেনেই সাধাৰণ বিষয় যদিও কিম জং উনে কৰা এই যাত্ৰা কিন্তু কিছু ব্যতিক্ৰম। এইবাৰ কিম জং উনে ৰাছিয়ালৈ ট্ৰেইনেৰে যাত্ৰা কৰিছে।

বিমানৰ পৰিবৰ্তে ৰে’লত ভ্ৰমণ কৰাৰ কাৰণ কি?
কিম জং উন ৰে’লযোগে ৰাছিয়াত উপস্থিত হোৱাৰ ফটো সমগ্ৰতে ভাইৰেল হৈ পৰিছে। কিন্তু কিয় বিমানযোগে নগৈ ৰে’লযোগে যাত্ৰা কৰিছে কিম জং উনে? সংবাদ সংস্থা এপিৰ প্ৰতিবেদন অনুসৰি, কিম জং উনৰ পিতৃ কিম জং ইল আৰু তেওঁৰ ককাক কিম ইল চুঙৰ মৃত্যলৈ বিৰাটেই ভয় আছিল। সেয়ে দুয়োৱে কাহানিও বিমানত ভ্ৰমণ কৰা নাছিল। তেওঁলোকৰ মনত এই ভয়ৰ সৃষ্টি হৈছিল কিম জং ইল আৰু কিম ইল চুঙে জেট বিস্ফোৰণ চকুৰ সন্মুখতে দেখিছিল সেয়ে দুয়োৱে বিমান বুলি ক’লেই ভয় কৰিছিল। এই ঘটনাৰ পাছত অৱশ্যে ১৯৮৬ চনত কিম ইল ছুঙে বিমানতেই কেইবাবাৰো ছোভিয়েট ইউনিয়নলৈ যাত্ৰা কৰিছে। কিম জং উনেও ছুইজাৰলেণ্ডত বৰ্ডিং স্কুলত পঢ়া শুনা কৰিছিল। ছুইজাৰলেণ্ডলৈ কিম জং উনেও বিমানতেই যাত্ৰা কৰিছিল।

২০১১ চনত উত্তৰ কোৰিয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰে কিম জং উনে। উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত কিম জং উনেও বিমান উৰণ একেবাৰেই কমাই দিয়ে। কিমে ২০১৮ চনতেই শেষৰটো বিমান যাত্ৰা কৰিছে। ২০১৮ চনত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হ’বলৈ ছিংগাপুৰলৈ গৈছিল। বহুতৰে ধাৰণা যে কিমে ৰে’লত যাত্ৰা কৰাটো তেওঁৰ পৰিয়ালৰ পৰম্পৰা ধৰি ৰখাহে। জ্যেষ্ঠসকলৰ প্ৰতি সন্মান জনায়েই তেওঁ ৰে’লত যাত্ৰা কৰে।

কিম জং উনে যাত্ৰা কৰা ৰে’লত কি কি বিশেষ সুবিধা আছে?
সংবাদসংস্থা ৰয়টাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱামতে কিমে যাত্ৰা কৰা ৰে’লখন তেওঁৰ দেউতাক আৰু ককাকেও ব্যৱহাৰ কৰিছিল। এই ৰে’লত এখন বিলাসী চোফা আৰু কনফাৰেন্স ৰুম আছে। ৰে’লখনৰ ভিতৰত ২১ খন বুলেটপ্ৰুফ বাহনো আছে। তেওঁৰ বিশেষ ৰে’লখনৰ আগে পিছে দুখন কনভয় ৰে’লো চলে। সাম্ভাব্য ভাবুকিৰ মোকাবিলা কৰিবলৈ প্ৰায় ১০০ নিৰাপত্তা এজেণ্ট ষ্টেচনে ষ্টেচনে থাকে। আনহাতে আন ৰে’লসমূহক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁৰ ৰে’লে যাত্ৰা কৰাৰ সময়ত সেই ৰে’ল ষ্টেচনে ষ্টেচনে ৰখাই দিয়া হয়।

কিম জং উনে যাত্ৰা কৰা ৰে’লে কিমান বেগত যাত্ৰা কৰে?
সুৰক্ষাৰ ক্ষেত্ৰত এই ৰে’লখন যথেষ্ট শক্তিশালী। কিন্তু গতিৰ ক্ষেত্ৰত, ইলেক্ট্ৰনিক বাইকতকৈয়ো লেহেম। ৰে’লখনৰ শীৰ্ষ গতিবেগ ৫০ কিঃমিঃ/ঘণ্টা। অত্যাধুনিক ৰে’লসমূহতকৈ তেওঁ যাত্ৰা কৰা ৰে’লৰ গতিবেগ বহু কম। শক্তিৰ ক্ষেত্ৰত কিন্তু এই ৰে’লক লণ্ডনৰ উচ্চ গতিৰ ৰেলৰ সৈতে তুলনা কৰা হয়। লণ্ডনৰ ৰে’লসমূহ প্ৰতি ঘণ্টাত ২০০ কিঃমিঃ/ঘণ্টাত চলে। ইপিনে জাপানৰ বুলেট ট্ৰেইনসমূহ ৩২০ কিঃমিঃ/ঘণ্টা বেগত চলে।

এই ৰে’লখনৰ কি কি বিশেষত্ব আছে?
এই সেউজীয়া ৰে’লখন সম্পূৰ্ণৰূপে বুলেটপ্ৰুফ। ইয়াৰ ভিতৰত এখন ৰেষ্টুৰেণ্টো আছে, যি মূল্যৱান ফৰাচী সুৰাৰে পৰিপূৰ্ণ। এই ট্ৰেইনৰ ভিতৰত থকা ৰেষ্টুৰেণ্টত লবষ্টাৰ, গাহৰিৰ মাংসৰ বাৰবিকিউ আছে। ইয়াৰ উপৰিও, ৰে’লখনত কনফাৰেন্স ৰুম, কমন ৰুম আৰু কেইবাটাও শোৱনি কোঠা আছে। এই শোৱনি কোঠাসমূহত ছেটেলাইট ফোন আৰু ফ্লেট-স্ক্ৰীণ টেলিভিছনৰ সুবিধা আছে।

ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত কি কি আলোচনা হ’ব?
প্ৰতিবেদন অনুসৰি, এই বৈঠকত পুটিনে কিমৰ পৰা ৰাছিয়াৰ সেনাৰ বাবে আৰ্টিলাৰী শ্বেল আৰু এণ্টি টেংক মিছাইল ল’ব পাৰে। একে সময়তে এই অস্ত্ৰৰ বিনিময়ত কিম জং উনে পুটিনৰ পৰা উন্নত উপগ্ৰহ আৰু পাৰমাণৱিক শক্তিচালিত ছাবমেৰিন নিৰ্মাণৰ প্ৰযুক্তিও শিকিব পাৰে। ইয়াৰ উপৰিও, কিম জং উনে ৰাছিয়াৰ পৰা খাদ্য সাহায্যও দাবী কৰিব। এক সূত্ৰই প্ৰকাশ কৰামতে উত্তৰ কোৰিয়াৰ বহু ঠাইত এতিয়াও অনাহাৰত দিন কটাইছে বহুলোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে? ভিতৰত থাকে নেকি পাৰমানৱিক আক্ৰমণৰ সমূহ মন্ত্ৰণা?

২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে? ভিতৰত থাকে নেকি পাৰমানৱিক আক্ৰমণৰ সমূহ মন্ত্ৰণা?

কুম্ভ ৰাশিত জাগ্ৰত হৈছে শনি! ৪ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

কুম্ভ ৰাশিত জাগ্ৰত হৈছে শনি! ৪ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.