• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

10 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

editor by editor
May 7, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘাত, প্ৰত্যাঘাত৷ পহেলগামৰ প্ৰত্যাক্ৰমণ হিচাপেই অপাৰেছন সেন্দুৰ৷ মাজনিশা ভাৰতীয় সেনাই দিলে মোক্ষম জৱাব৷ ভাঙি গুৰি কৰি দিয়া হৈছে পাকিস্তানৰ একাধিক সন্ত্ৰাসবাদী ঘাঁটি৷ পাকিস্তানক প্ৰত্যাঘাতেৰে হুঁচিয়াৰি দিছে৷ এই পৰিস্থিতিত বিশ্ব নেতাসকলে দুখন পাৰমাণৱিক শক্তিধৰ দেশক শান্তি বজাৰ ৰখাৰ পৰামৰ্শ দিছে৷ বাৰ্তা দিয়া হৈছে সংযত হৈ থকাৰ বাবেও৷

প্ৰশ্ন উঠিছে, পাৰমাণৱিক বোমা বিস্ফোৰণ হ’লে কিমান ছেকেণ্ড সময় লাগে বিস্ফোৰণত? বিস্ফোৰণ হ’লে একেলগে কিমান এলেকা মুহূৰ্ততে ধূলিস্যাৎ হৈ যাব পাৰে৷ পাৰমাণৱিক যুদ্ধ হ’লে দেশৰ নিৰাপত্তাৰ বাবে কি আছে ভাৰতৰ হাতত?

সৰ্বভাৰতীয় সংবাদ সংস্থাই জনোৱা তথ্য অনুসৰি ভাৰতৰ হাতত বিশ্বৰ সকলোতকৈ উন্নত আৰু সক্ষম প্ৰতিৰক্ষা ব্যৱস্থা আছে৷ এছ-৪০০ বিমান প্ৰতিৰক্ষা ব্যৱস্থাৰ ওপৰিও, ভাৰতৰ ওচৰত আৰু কেইবাটাও চিষ্টেম আছে যিয়ে ক্ৰুজ ক্ষেপণাস্ত্ৰ হওক বা বেলিষ্টিক ক্ষেপণাস্ত্ৰ, যিকোনো পাকিস্তানী আক্ৰমণক বাধা দিবলৈ সক্ষম৷ পাকিস্তানে পাৰমাণৱিক বোমা বহন কৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কৰিলে এয়া ধ্বংস কৰি দিব পাৰে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাই৷

কি এই বেলিষ্টিক মিছাইল ডিফেন্স চিষ্টেম?

সৰ্বভাৰতীয় সংবাদ সংস্থাৰ তথ্যমতে বেলিষ্টিক মিছাইল ডিফেন্স চিষ্টেম সাধাৰণতে পাৰমাণৱিক আক্ৰমণৰ সময়ত ব্যৱহৃত হয়৷ ই প্ৰতিৰক্ষামূলক ঢাল হিচাপে ব্যৱহৃত হয়৷ পৃথ্বী ডিফেন্স ভেহিকেল যুদ্ধবিমান ড্ৰোণ, ক্ৰুজ আৰু বেলিষ্টিক মিছাইলক ৰখাই দিবলৈ কেইটামান মুহূৰ্তই যথেষ্ট৷ এয়া বতাহত থকা অৱস্থাতেই ৪০,০০০ ফুট উচ্চতাত লক্ষ্যবস্তু চিহ্নিত আৰু ধ্বংস কৰিব পাৰে৷ এয়া উৎক্ষেপণৰ মাত্ৰ ১০ মিনিটৰ ভিতৰতেই কাৰ্যকৰী হৈ উঠে৷ এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি ৪০০ কিঃমিঃ দূৰৈত থকা পাকিস্তানী যুদ্ধবিমান, বোমাৰু বিমান, নজৰদাৰি বিমান আৰু ড্ৰোণত ভূপতিত, ধূলিস্যাৎ কৰিব পাৰে৷
চন ১৯৯৬৷ প্ৰায় তিনিদশক পূৰ্বে ভাৰতৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা কৰ্মসূচী আৰম্ভ হয়৷ উল্লেখ্য যে ইজৰায়েলে শত্ৰুপক্ষৰ ক্ষেপণাস্ত্ৰত ট্ৰেক কৰিবলৈ সক্ষম এটি ৰাডাৰ চিষ্টেম তৈয়াৰ কৰে৷ যি লং ৰেঞ্জ ট্ৰেকিং ৰেডাৰ বা ছোৰ্ডফিছ নামেৰে পৰিচিত৷ এয়া পাকিস্তান বা চীনৰ পৰা ৩০০ কিঃমিঃ দূৰ পৰ্যন্ত ক্ষেপণাস্ত্ৰ ট্ৰেক কৰিবলৈ সক্ষম এটা ৰেডাৰ চিষ্টেম তৈয়াৰ কৰে, যি লং ৰেঞ্জ ট্ৰেকিং ৰেডাৰ বা ছৰ্ডফিছ নামেৰে পৰিচিত৷
এয়া পাকিস্তান বা চীনৰ পৰা ৩০০ কিঃমিঃ দূৰ পৰ্যন্ত ক্ষেপণাস্ত্ৰ চিনাক্ত কৰিব পাৰে৷ ২০১৭ চনৰ ফেব্ৰুৱাৰীত ভাৰতে পৃথ্বী প্ৰতিৰক্ষা যান পৰীক্ষা কৰে৷ এয়া এটা নতুন ক্ষেপণাস্ত্ৰ ট্ৰেকিং চিষ্টেম যি চিনাক্তকৰণৰ পাছতেই আৰম্ভ কৰা হয়৷ একেলগে উল্লেখ কৰা প্ৰয়োজন যে ভাৰতৰ এটা মোবাইল মিছাইল ডিফেন্স চিষ্টেমো আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ  মন্ত্ৰী পীযুষ হাজৰিকা

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ মন্ত্ৰী পীযুষ হাজৰিকা

দৈনিক ৰাশিফল- মোহিনী একাদশীত হৰ্ষণা যোগ, সপোন পূৰণৰ দিন আজি এই ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.