• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কল্কি অৱতাৰক সহায় কৰিবলৈ কলিযুগত আকৌ আহিব বজৰংবলী, কৰিব ধৰ্মৰক্ষা

কল্কি অৱতাৰক সহায় কৰিবলৈ কলিযুগত আকৌ আহিব বজৰংবলী, কৰিব ধৰ্মৰক্ষা

1 year ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

13 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

13 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

14 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

14 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

15 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

15 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

16 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

16 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

16 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

16 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

17 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কল্কি অৱতাৰক সহায় কৰিবলৈ কলিযুগত আকৌ আহিব বজৰংবলী, কৰিব ধৰ্মৰক্ষা

শাস্ত্ৰ অনুসৰি কলিযুগৰ শেষত অধৰ্মৰ বিনাশ কৰি ধৰ্মৰক্ষা কৰিবলৈ আবিৰ্ভূত হ’ব কল্কি অৱতাৰ৷ বিষ্ণুৰ দশম অৱতাৰ কল্কিক সহায় কৰিবলৈ কলিযুগত আকৌ দেখা দিব বজৰংবলীয়ে৷ এই কথাই বৰ্ণিত আছে একাধিক পুৰাণত৷

editor by editor
December 10, 2024
in জীৱনশৈলী, বিবিধ
0
কল্কি অৱতাৰক সহায় কৰিবলৈ কলিযুগত আকৌ আহিব বজৰংবলী, কৰিব ধৰ্মৰক্ষা
0
SHARES
409
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ত্ৰেতা যুগৰ অৱসানৰ পাছত শ্ৰীৰামসহ সকলো দেৱতাই তেওঁলোকৰ মানৱ ৰূপ ত্যাগ কৰি স্বৰ্গলৈ উভতি যায়৷ বৈকুণ্ঠলৈ উভতি যোৱাৰ পূৰ্বে বিষ্ণুৰ অৱতাৰ শ্ৰীৰামে তেওঁৰ পৰম ভক্ত হনুমানক কলিযুগত ধৰ্ম ৰক্ষাৰ দায়িত্ব দি যায়৷ ৰামে দিয়া বৰতেই অমৰত্ব লাভ কৰে বজৰংবলীয়ে৷ তেওঁ হৈছে কলিযুগৰ জীৱন্ত দেৱতা৷ যুগ যুগ ধৰি তেওঁ পৃথিৱীক ৰক্ষা কৰি আহিছে৷ ৰামায়ণ আৰু বিষ্ণু পুৰাণত কলিযুগত হনুমানৰ উপস্থিতিক লৈ একাধিক তথ্যৰ উল্লেখ পোৱা যায়৷

কলিযুগত স্বমহিমাৰে আহিব বজৰংবলী

শ্ৰীমদ ভাগৱত পুৰাণ অনুসৰি কলিযুগত গন্ধমাদন পৰ্বতত অৱস্থান কৰি আছে বজৰংবলীয়ে৷ অত্যন্ত দুৰ্গম এই পৰ্বতত উপস্থিত হোৱাটো অত্যন্ত কঠিন৷ হনুমানৰ দৰ্শন পাবলৈ একান্ত আগ্ৰহীসকলেহে তেওঁৰ গন্ধমাদন পৰ্বতত উপস্থিত হ’ব পাৰে৷ পৌৰাণিক কাহিনী অনুসৰি কৈলাশ পৰ্বতৰ উত্তৰে আছে এই গন্ধমাদন পৰ্বত৷ ঘন জংঘলেৰে ঢকা এই পৰ্বত বৰ্তমান তিব্বতত অৱস্থিত৷

কল্কি অৱতাৰক সহায় কৰিব হনুমানে

কলিযুগৰ শেষত ধৰাধামত আবিৰ্ভূত হ’ব শ্ৰীবিষ্ণুৰ দশম অৱতাৰ কল্কি৷ কলিযুগৰ অৱসান ঘটাৰ পাছত সত্যযুগৰ সূচনা কৰিব তেওঁ৷ বিষ্ণু পুৰাণ, ভৱিষ্য পুৰাণ আৰু কল্কি পুৰাণত কোৱা হৈছে যে কলিযুগৰ শেষত কল্কি অৱতাৰক সহায় কৰিবলৈ স্বমহিমাৰে ধৰা দিব বজৰংবলীয়ে৷ হনুমানৰ অবিহনে আৰু যি ৬চিৰঞ্জীৱিৰ উল্লেখ পোৱা যায়, তেওঁলোকে সকলোৱে পুনৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সহায় কৰিব কল্কি অৱতাৰক৷

ধৰ্মৰক্ষা কৰিব হনুমানে

কল্কিৰ জন্মৰ সময়তেই তেওঁ বধ কৰিবলৈ উদ্যোগী হৈ উঠিব অসাধু কিছু লোকে৷ সেই সময়তেই কল্কিৰ চাৰিওফালে সুৰক্ষা বলয় তৈয়াৰ কৰিব বজৰংবলীয়ে৷ ইয়াৰোপৰি সেই ঘোৰ দুঃসময়তো যিসকল ধৰ্মৰ পথত চলিব তেওঁলোকক ৰক্ষা কৰিব বজৰংবলীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
HDFC বেংকৰ পৰা ৭বছৰৰ বাবে ৮লাখৰ Personal Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭বছৰৰ বাবে ৮লাখৰ Personal Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

নিশ্চয় এয়া আপোনাৰ বাবেও সুখবৰ হ’ব! ৫০লাখৰ গৃহ ঋণ ল’লে EMI বহু কমিব ২০২৫ চনত, কিন্তু কেনেকৈ?

নিশ্চয় এয়া আপোনাৰ বাবেও সুখবৰ হ’ব! ৫০লাখৰ গৃহ ঋণ ল’লে EMI বহু কমিব ২০২৫ চনত, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.