• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
থাইৰইড আছে নেকি! চিন্তা নকৰিব, কেৱল নিতৌ পুৱা গ্ৰহণ কৰক এই পানী আঁতৰ কৰক সমস্যা, হ্ৰাস পাব ওজনো

থাইৰইড আছে নেকি! চিন্তা নকৰিব, কেৱল নিতৌ পুৱা গ্ৰহণ কৰক এই পানী আঁতৰ কৰক সমস্যা, হ্ৰাস পাব ওজনো

2 years ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

15 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

16 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

16 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

17 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

17 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

18 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

19 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

20 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

21 hours ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

21 hours ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

22 hours ago
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

থাইৰইড আছে নেকি! চিন্তা নকৰিব, কেৱল নিতৌ পুৱা গ্ৰহণ কৰক এই পানী আঁতৰ কৰক সমস্যা, হ্ৰাস পাব ওজনো

editor by editor
May 22, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, স্বাস্থ্য
0
থাইৰইড আছে নেকি! চিন্তা নকৰিব, কেৱল নিতৌ পুৱা গ্ৰহণ কৰক এই পানী আঁতৰ কৰক সমস্যা, হ্ৰাস পাব ওজনো
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিদিনে ৰাতিপুৱা ধনীয়া গুটি তিয়াই থোৱা পানী সেৱন কৰিলে বহু কেইটা সমস্যা সমাধান হ’ব পাৰে একেলগে। এচিডিটি, বুকু জ্বলা, জৰ, অতিৰিক্ত পানী পিয়াহ দূৰ কৰিবলৈ ইয়াৰ বিকল্প পোৱা টান। প্ৰতিদিনে পুৱা ধনীয়াৰ গুটি (Coriander Seeds) তিয়াই থোৱা পানী সেৱন কৰিলে বহু সমস্যাৰ সমাধান হ’ব পাৰে নিমিষতে।

ধনীয়াৰ গুটি তিয়াই থোৱা পানীত কেলচিয়াম, ফাইবাৰ, আইৰণ, মেংগানিজ, খনিজ পদাৰ্থ, বি-কেৰোটিনয়েডছ, পলিফেনলেছৰ দৰে ঔষধি গুণ থাকে। প্ৰতিদিনে এই পানী সেৱন কৰিলে বদহজম, পেটৰ বিষৰ লগতে কৃমিৰ পৰাও মুক্তি লাভ কৰিব পাৰে। কাৰোবাৰ প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা–পোৰা কৰিলে এই পানী সেৱন কৰিলে ৰোগ উপশমত সহায় পাব পাৰে।

ধনীয়াৰ উপকাৰীতা

থাইৰইড নিয়ন্ত্ৰিত হয়, থাইৰইড ৰোগীৰ বাবে ধনীয়াৰ পানী অমৃততকৈ কম নহয় । দৈনিক খালী পেটত খালে থাইৰইড নিয়ন্ত্ৰণত সহায়ক হয় ।

গৱেষণাৰ পৰা দেখা গৈছে যে ধনীয়াত জৈৱ সক্ৰিয় ফাইটোকেমিকেলেৰে সমৃদ্ধ এন্টিঅক্সিডেন্ট থাকে, যাৰ বাবে ই মাইগ্ৰেইনকে ধৰি উদ্বেগ, হতাশা আৰু মানসিক চাপৰ দৰে সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াত এন্টিমাইক্ৰ’বিয়াল আৰু এন্টি-ইনফ্লেমেটৰী গুণো আছে।

এন্টিঅক্সিডেন্টৰ উপস্থিতিৰ বাবে ধনীয়া সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ঋতুভিত্তিক ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ লগতে হৃদৰোগ, কেন্সাৰ, বাতবিষ, ষ্ট্ৰোক আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰাও আপুনি সকাহ পায়।

হজম শক্তি সুস্থ হৈ থাকে, পুৱা খালী পেটত ধনীয়া পানী খালে পাচনতন্ত্ৰৰ সমস্যা দূৰ হয় । ইয়াৰ ফলত এচিডিটিৰ সমস্যা ৰোধ হয়, যাৰ ফলত জ্বলন, গেছ আদি সমস্যাৰ সৃষ্টি নহয় ।

ধনীয়া পানী খালে ওজন নিয়ন্ত্ৰণত থাকে। ইয়াত থকা আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে পেটটো দীৰ্ঘ সময় ধৰি ভৰি থাকে, যাৰ ফলত ভোক ৰোধ হয় আৰু লগতে ওজন নিয়ন্ত্ৰণত থাকে ।

ব্লাড চুগাৰ নিয়ন্ত্ৰিত হৈ থাকে, ধনীয়া গুটিত হাইপ’গ্লাইচেমিক গুণ পোৱা যায়, যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। দৈনিক ধনীয়া পানী সেৱন কৰিলে ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে।

কিদৰে সেৱন কৰিব ধনীয়া গুটি- ধনীয়া পানী বনাবলৈ প্ৰথমে ধনীয়া গুটি গিলাচত উতলাই দিব লাগিব। ইয়াৰ পিছত যেতিয়া পানী আধা হৈ পৰে তেতিয়া ফিল্টাৰ কৰি ঠাণ্ডা হৈ সেৱন কৰিবলৈ দিব লাগে। এনে কৰিলে আপুনি আৰু বহুতো সুবিধা লাভ কৰিব।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dhania SeedshealthHealth benefitThyroid
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ
জীৱনশৈলী

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

January 14, 2026
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

January 14, 2026
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ
জীৱনশৈলী

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

January 14, 2026
Next Post
শ্বাহৰুখৰো হিটষ্ট্ৰোক নেকি? আহমেদাবাদৰ কেডি হাস্পতালত শ্বাহৰুখ, উদ্বিগ্ন ভক্ত, কি কৈছে চিকিৎসকে?

শ্বাহৰুখৰো হিটষ্ট্ৰোক নেকি? আহমেদাবাদৰ কেডি হাস্পতালত শ্বাহৰুখ, উদ্বিগ্ন ভক্ত, কি কৈছে চিকিৎসকে?

বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.