• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰৰ এই স্থানত ৰাখক ধন, সুখী হ’ব লক্ষ্মী-কুবেৰ, সংসাৰত উপচি পৰিব সম্পদ

ঘৰৰ এই স্থানত ৰাখক ধন, সুখী হ’ব লক্ষ্মী-কুবেৰ, সংসাৰত উপচি পৰিব সম্পদ

1 year ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

15 minutes ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

51 minutes ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

1 hour ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

2 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

2 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

3 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

4 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

5 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

6 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

6 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

8 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰৰ এই স্থানত ৰাখক ধন, সুখী হ’ব লক্ষ্মী-কুবেৰ, সংসাৰত উপচি পৰিব সম্পদ

ঘৰৰ এই স্থানত ৰাখক ধন, সুখী হ’ব লক্ষ্মী-কুবেৰ, সংসাৰত উপচি পৰিব সম্পদ

editor by editor
January 27, 2025
in জীৱনশৈলী
0
ঘৰৰ এই স্থানত ৰাখক ধন, সুখী হ’ব লক্ষ্মী-কুবেৰ, সংসাৰত উপচি পৰিব সম্পদ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথাতেই কোৱা হয় টকাই টকাক আকৰ্ষণ কৰে৷ অৰ্থাৎ আপোনাৰ অৰ্থই আৰু অৰ্থক আকৰ্ষণ কৰি আপোনাৰ কাষ চপাই আনিব৷ কিন্তু ইয়াৰ বাবে বাস্তুশাস্ত্ৰৰ কেইটিমান নিয়ম মানি চলাও জৰুৰী৷ ঘৰৰ যিকোনো স্থানত টকা পইছা ৰখা মুঠেও সঠিক নহয়৷ ঘৰৰ কোন স্থানত টকা ৰাখিব সেই বিষয়ে বাস্তুশাস্ত্ৰত উল্লেখ আছে৷ সঠিক স্থানত টকা ৰাখিলে প্ৰসন্ন হয় মা লক্ষ্মী আৰু কুবেৰ৷

ঘৰৰ ক’ত ধন ৰাখিব?

আলমাৰিৰ লকাৰ বা ড্ৰায়াৰ য’তেই ধন ৰাখে তাত ভুলতো কৰ্টৰ কাগজ, চিকিৎসকৰ প্ৰেছক্ৰিপছন, শাৰীৰিক পৰীক্ষাৰ ৰিপৰ্ট আদি নাৰাখিব৷ বাস্তুশাস্ত্ৰ বিশেষজ্ঞই জনাইছে যে ঘৰৰ য’ত ধন ৰাখে সেয়া সদায় উত্তৰ দিশত ৰাখক৷ উত্তৰ হৈছে সম্পদৰ দেৱতা কুবেৰৰ দিশ৷ বাস্তু অনুসৰি এই দিশত ধন ৰখা শুভ৷ ইয়াৰ ফলত কুবেৰৰ আশীৰ্বাদত অৰ্থ ভাণ্ডাৰ কেতিয়াও খালী নহয়৷ নতুন চকচকীয়া নোট পালে খৰচ নকৰি জমা ৰখাৰ প্ৰৱণতা আমাৰ বহুতৰ মাজতেই দেখা যায়৷ বাস্তুশাস্ত্ৰই এই অভ্যাসক সমৰ্থন কৰে৷ নতুন নোট উত্তৰ দিশৰ কাবাৰ্ডত ৰাখক৷ তাতেই টকাৰ সৈতে এটি কুবেৰ যন্ত্ৰ ৰাখিব পাৰিলে অতি শুভ৷

টকাৰ ওপৰত লিখাৰ অভ্যাস বহুতৰেই থাকে৷ বাস্তু অনুসৰি এই প্ৰৱণতা মুঠেও ভাল নহয়৷ টকাৰ ওপৰত কাহানিও একো নিলিখিব৷ ইয়াৰোপৰি আঙুলিত থু লগাই টকা গণনা কৰাৰ অভ্যাসো অত্যন্ত অশুভ৷ ইয়াৰ ফলত ৰুষ্ট হয় মা লক্ষ্মী৷ ইয়াৰোপৰি থু লগাই টকা গণিলে নোটত লাগি থকা ধুলি মাকটি আমাৰ মুখত লাগি যায়৷ ইয়াৰ পৰা শৰীৰত ৰোগ হ’ব পাৰে৷

বাস্তু অনুসৰি টকা বা পাৰ্ছ কেতিয়াও পেণ্টক হিপ পকেটত নাৰাখিব৷ যিয়ে এই কাম কৰে, তেওঁলোকৰ অৰ্থাভাৱ কেতিয়াও নহয়৷ বিচনাৰ তলত বা গাৰুৰ তলত ভুলতো টকা নাৰাখিব৷ টকাৰ ওপৰত শুৱাটো বাস্তুমতে অশুভ৷ আৰু এটা বিষয় মনত ৰাখিব লাগে যে দেওবাৰ আৰু মঙলবাৰে কেতিয়াও ধন ধাৰলৈ নল’ব৷ ইয়াৰোপৰি কোনো মাহৰ সংক্ৰান্তিত বৃদ্ধি যোগত হস্তা নক্ষত্ৰত টকা ধাৰ লোৱা উচিত নহয়৷ এই দিনত টকা ধাৰ ল’লে ঋণৰ জালৰ পৰা মুক্তি পোৱা নাযায়৷ টকা ধাৰ নোলোৱাই ভাল৷ অত্যন্ত প্ৰয়োজন নহ’লে কেৱলমাত্ৰ বুধবাৰে টকা ধাৰ লৈ মঙলবাৰে টকা শোধ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

March 20, 2026
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
Next Post
এতিয়াৰে পৰা বেংকৰ মেছেজ সোমালেই দিব লাগিব ধন, জানক কেনেকৈ ডি-এক্টিভ কৰিব এই এলাৰ্ট?

এতিয়াৰে পৰা বেংকৰ মেছেজ সোমালেই দিব লাগিব ধন, জানক কেনেকৈ ডি-এক্টিভ কৰিব এই এলাৰ্ট?

চলিত সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

চলিত সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.