• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অগ্নিগৰ্ভা কোকৰাঝাৰ! প্ৰতিবাদকাৰীয়ে জ্ব**লালে বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়, আৰক্ষী থানাও লক্ষ্য প্ৰতিবাদকাৰীৰ

1 week ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

2 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

3 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

4 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

5 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

6 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

22 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

23 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

1 day ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অগ্নিগৰ্ভা কোকৰাঝাৰ! প্ৰতিবাদকাৰীয়ে জ্ব**লালে বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়, আৰক্ষী থানাও লক্ষ্য প্ৰতিবাদকাৰীৰ

অগ্নিগৰ্ভা কোকৰাঝাৰ! প্ৰতিবাদকাৰীয়ে জ্ব**লালে বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়, আৰক্ষী থানাও লক্ষ্য প্ৰতিবাদকাৰীৰ

editor by editor
January 20, 2026
in জীৱনশৈলী
0
অগ্নিগৰ্ভা কোকৰাঝাৰ! প্ৰতিবাদকাৰীয়ে জ্ব**লালে বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়, আৰক্ষী থানাও লক্ষ্য প্ৰতিবাদকাৰীৰ
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাৎ ভয়ংকৰ হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি৷ কোকৰাঝাৰত মৰিয়াই মৰিয়াই দুজন ব্যক্তিক হত্যা কৰাৰ পাছতেই অশান্তজৰ্জৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে কোকৰাঝাৰত৷ গৰুচোৰৰ সন্দেহত দুটা ফৈদৰ মাজত হৈছিল মাৰপিটৰ ঘটনা৷ এই ঘটনাতে সোমবাৰে প্ৰাণ হেৰুৱাইছিল চিকনা জৌহলৌ আৰু বিস্মিত নামত দুজন ব্যক্তিয়ে৷ ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল সুনীল মুৰ্মূ৷ লগে লগে সুনীলক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সুনীলৰো মঙলবাৰে হাস্পতালতে মৃত্যু ঘটিছে৷

কোকৰাঝাৰৰ এই গণপ্ৰহাৰৰ ঘটনাক লৈ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক৷ ৰাজপথত আৱদ্ধ কৰি ৰখা হৈছে বিটিচি চিফ হাগ্ৰামা মহিলাৰীৰ বাহনো৷ প্ৰতিবাদকাৰীয়ে ইতিমধ্যেই জ্বলাই দিছে আদিবাসী সাংস্কৃতিক ভৱনো৷ উত্তপ্ত জনতাই ভাঙি লণ্ড ভণ্ড কৰিছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান৷ শেহতীয়াকৈ পৰিস্থিতি উত্তপ্ত হৈ প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰক্ষী থানাও৷

বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়তো অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে৷ বৰ্তমানলৈকে এই ঘটনাত জড়িত ২৯গৰাকীক আটক কৰিছে আৰক্ষীয়ে৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ  বাবে আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰাৰো খবৰ আহি পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
Next Post
১ডলাৰৰ বিপৰীতে ভাৰতীয় ৯১ টকা, আকৌ পতন ভাৰতীয় মুদ্ৰাৰ

ফেব্ৰুৱাৰীৰ পৰাই এই ৩ৰাশি মালামাল হ’ব, শুক্ৰৰ উদয়ত গোল্ডেন টাইম আৰম্ভ হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন