• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক’ৰনাৰ গণ সংক্ৰমণ

লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক’ৰনাৰ গণ সংক্ৰমণ

4 years ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

22 minutes ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

43 minutes ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

1 hour ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

2 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

2 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

3 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

3 hours ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

5 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

7 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক’ৰনাৰ গণ সংক্ৰমণ

মাত্ৰ তিনি দিনত 800,000 ৰো অধিক সংক্ৰমিত!

editor by editor
May 15, 2022
in ক'ভিড-১৯, বিশ্ব
0
লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক’ৰনাৰ গণ সংক্ৰমণ
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ তিনি দিনৰ ভিতৰতেই উত্তৰ কোৰিয়াত ভয়ংকৰ কৰনা সংক্ৰমণ। যোৱা 24 ঘণ্টাত, কোভিডৰ ফলত 15 জন লোকৰ মৃত্যু হৈছে।

কিম জং-উন প্ৰশাসনে ইতিমধ্যে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দেশজুৰি লকডাউন ঘোষণা কৰিছে।

দুদিন আগতে কোভিডত প্ৰথম মৃত্যুক লৈ উত্তৰ কোৰিয়াই সংক্ৰমণৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। কিন্তু এই মুহূৰ্তত, স্বাস্থ্য বিষয়াসকল সংক্ৰমিত লোকৰ সংখ্যাৰ চাপৰ বিষয়ে চিন্তিত।

প্ৰশাসনৰ মতে, যোৱা তিনিটা দিনত, কৰোনাত মুঠ 42 জন লোকৰ মৃত্যু হৈছে। আৰু মাত্ৰ তিনি দিনৰ ভিতৰত, কৰোনা ৰোগীৰ সংখ্যা 8 লাখ 20 হাজাৰ 620 হৈছেগৈ।

ইয়াৰ ভিতৰত, 3,24,550 জন ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
এই পৰিস্থিতিত, উত্তৰ কোৰিয়াই দেশজুৰি লকডাউন আৰম্ভ কৰিছে।বৰ্তমান সকলো সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে উত্তৰ কোৰিয়াত।

উত্তৰ কোৰিয়াৰ প্ৰশাসনে দাবী কৰিছে যে অমিক্ৰন ভেৰিয়েন্টেই দেশখনত সংক্ৰমণ বৃদ্ধি কৰিছে। বিশেষজ্ঞসকলে অৱশ্যে দাবী কৰে যে উত্তৰ কোৰিয়া কৰোনা প্ৰতিৰোধ কৰিবলৈ উদাসীন।

আনকি প্ৰথম বৃদ্ধিৰ পাছতো, কিমৰ দেশত এতিয়ালৈকে কোনো কৰোনা টিকাকৰণ হোৱা নাই। কৰোনা পৰীক্ষাতো গুৰুত্ব দিয়া নাই দেশখনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsaxom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assamcoronacovid 19covid vaccineindia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?
জীৱনশৈলী

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

April 2, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
Next Post
ড্ৰামা কুইন ৰাখীৰ নতুন প্ৰেমিক! প্ৰেমিকৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে ৰাখীয়ে?

ড্ৰামা কুইন ৰাখীৰ নতুন প্ৰেমিক! প্ৰেমিকৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে ৰাখীয়ে?

‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.