কয়লাৰ ট্ৰাক ধৰিবলৈ লংকাৰ ৰাজপথত নামিছিল এমুঠিমান স্থানীয় যুৱক। লংকা আৰক্ষীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। ‘অসম লাইভ ২৪’ৰ তদন্তত যুৱকসকল আৰু আৰক্ষীৰ বিপৰীতধৰ্মী তথ্য।