• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
lic-launches-new-scheme-on-last-saturday

LIC ত বাম্পাৰ অফাৰ! মাত্ৰ দুশ টকাকৈ জমা কৰক আৰু লাভ কৰক ২৮ লাখ টকা

5 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

9 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

9 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

10 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

10 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

11 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

11 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

12 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

13 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

14 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

15 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

15 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

LIC ত বাম্পাৰ অফাৰ! মাত্ৰ দুশ টকাকৈ জমা কৰক আৰু লাভ কৰক ২৮ লাখ টকা

editor by editor
November 21, 2021
in অসম, জীৱনশৈলী
0
lic-launches-new-scheme-on-last-saturday

lic-launches-new-scheme-on-last-saturday

0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আচৰিত! “বাই ৱান গেট ৱান”ৰ দৰে LIC ত বাম্পাৰ অফাৰ! মাত্ৰ দুশ টকাকৈ জমা কৰক আৰু লাভ কৰক ২৮ লাখ টকা। আজিৰ সময়ত হ’য়টো সকলো মানুহেই LIC ত বীমাৰ জড়িৰতে ধন জমা কৰে। আৰু আপুনিও ব্যতিক্ৰম নহয়। য’ত সম্ভৱ বিভিন্ন সময়ত LIC ত আপুনিও ধন জমা কৰি আহিছে । কিন্তু এই সময়ত আপোনাৰ বাবে LIC য়ে মুকলি কৰিছে বাম্পাৰ লাভ যুক্ত এক বিশেষ আঁচনি। শনিবাৰে LIC য়ে বীমা সম্পৰ্কীয় এক নতুন আঁচনি আলোচনা কৰে, যত আপুনি ২০ বছৰৰ বাবে ২০০ টকাকৈ জমা কৰি নিৰ্ধাৰিত ম্যাদৰ শেষত লাভ কৰিব প্ৰায় ২৮ লাখ ধন। এই আঁচনিৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে আপুনি কম বিনিয়োগ কৰি অধিক লাভ আদায় কৰক। এই আঁচনিত প্ৰতি পাঁচ বছৰত ৰিস্ক কভাৰ বৃদ্ধি হয়। এই আঁচনিৰ আৰম্ভনীৰ ৬ৰ পৰা ১০ বছৰৰ ভিতৰত ২৫ শতাংশৰ পৰা ১২৫ শতাংশলৈ বৃদ্ধি হয়। আনহাতে ১১ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰত লাভাংশ বৃদ্ধি হয় ১৫০ শতাংশলৈ। ২০ বছৰলৈ এই পৰিমান বৃদ্ধি হৈ ২০০ শতাংশ পৰ্যন্ত পায়। অনহাতে, গুৰুত্বপূৰ্ণ বিষয়টো হ’ল, যদি ৬ৰ পৰা ১০ বছৰৰ ভিতৰত বীমা কৰা ব্যক্তিজনৰ মৃত্যু হয় তেন্তে মৃত্যুৰ কভাৰেজ পাব ২ৰ পৰা ২.৫ লাখ। মূল বিষয়টো হ’ল এই কভাৰেজৰ বাবে আঁচনি ধাৰকৰ বয়স ১৫ পৰা ৪৫ বছৰ ভিতৰত হব লাগিব। এই আঁচনিৰ একেবাৰে নিম্নতম কভাৰেজৰ পৰিমান হৈছে ১,৫০,০০০ টকা। এই আঁচনি সম্পৰ্কে আৰু অধিক স্পষ্টকৈ জানিবৰ বাবে LICৰ নিজা Web site ত গৈ পঢ়ি চাব পাৰে।

Click Here For More Info:

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24licllife insurance corporationnew lic scheme
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

August 1, 2026
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

August 1, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

August 1, 2026
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!
জীৱনশৈলী

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

August 1, 2026
Next Post
farmers-potesters-urge-narendra-modi-to-implement-his-promise-in-parliament

মোদী চৰকাৰক ডাঙি ধৰি থকা লাই খুঁটা স্বৰূপ উত্তৰ প্ৰদেশ এইবাৰ সঁচাকৈ ডুবিল নেকি !

farmers protesters demand grant in aid for the 750 martyrs of the movement

"এনেই মৰিলো ঋষিৰ শাপত, তাতে এইবাৰ আকৌ ধানৰ গাপত" ভূতৰ ওপৰত দানহ পৰিছে মোদী চৰকাৰৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.