• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছৰ দুৰ্গ খ্যাত ৰায়বলেৰীত প্ৰিয়ংকা, বিজেপিৰ হৈ যুঁজত নামিব কোন ?

কংগ্ৰেছৰ দুৰ্গ খ্যাত ৰায়বলেৰীত প্ৰিয়ংকা, বিজেপিৰ হৈ যুঁজত নামিব কোন ?

2 years ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

11 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

11 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

12 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

13 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

14 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

15 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

16 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

16 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

17 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

18 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

18 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কংগ্ৰেছৰ দুৰ্গ খ্যাত ৰায়বলেৰীত প্ৰিয়ংকা, বিজেপিৰ হৈ যুঁজত নামিব কোন ?

editor by editor
April 3, 2024
in ভাৰত, ৰাজনীতি
0
কংগ্ৰেছৰ দুৰ্গ খ্যাত ৰায়বলেৰীত প্ৰিয়ংকা, বিজেপিৰ হৈ যুঁজত নামিব কোন ?
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কংগ্ৰেছৰ দুৰ্গ খ্যাত ৰায়বলেৰীত প্ৰিয়ংকা, বিজেপিৰ হৈ যুঁজত নামিব কোন ?

লোকসভাৰ কুছকাৱাজ দেখা পোৱা গৈছে সকলো দলতে, সকলো দলেই ব্যস্ত কিদৰে নিৰ্বাচন জয় কৰিব পাৰি তাৰেই ৰণকৌশল ৰচনা কৰাত। কংগ্ৰেছেই হওক বা বিজেপিয়ে, সকলো দলেই প্ৰতিটো সমষ্টিত জয় হোৱাৰ বাবে কৰিছে পৰিকল্পনা।

তাৰেই মাজতে সকলোতকৈ অধিক আসন থকা উত্তৰ প্ৰদেশক লৈ যুঁজ অধিক বৃদ্ধি পোৱা দেখা গৈছে। বিজেপিয়ে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ প্ৰচাৰো আৰম্ভ কৰি দিছে।

আনহাতে কংগ্ৰেছৰো প্ৰচাৰ আৰম্ভ হৈছে। উত্তৰ প্ৰদেশৰ কেইবাখনো আসনৰ প্ৰাৰ্থীৰ নামো সদৰি কৰিছে কংগ্ৰেছে। অৱশ্যে এই ক্ষেত্ৰত এতিয়াও বহু সমষ্টিৰ প্ৰাৰ্থীৰ নাম সদৰি কৰা নাই বিজেপিয়ে। সেয়ে বহুতেই কৈছে বিজেপিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম চাইহে সদৰি কৰিব নিজৰ দলৰ প্ৰাৰ্থীৰ নাম।

পাছে এই সকলোবোৰৰ মাজতে সকলোতকৈ উল্লেখযোগ্য সমষ্টি দুটা হৈছে কংগ্ৰেছৰ দুৰ্গ খ্যাত ৰায়বলেৰী আৰু আমেঠী। এই সন্দৰ্ভতে খবৰ আহিছে যে, ৰায়বৰেলীৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিব প্ৰিয়ংকা গান্ধী বাদ্ৰাই। যি সমষ্টিৰ পৰা পূৰ্বে প্ৰিয়ংকাৰ আইতাক আৰু মাকেও নিৰ্বাচন খেলি জয়ী হৈছিল।

আইতাক ইন্দিৰা গান্ধীয়ে ৰায়বৰেলীৰ পৰা দুবাৰ জয়ী হৈছে, তাৰ বিপৰীতে মাতৃ ছোনিয়া গান্ধীয়ে একেটা সমষ্টিৰ পৰা চাৰিবাৰ জয়ী হৈ সাসংদ হৈছিল। তাকো পূৰ্বৰ নিৰ্বাচনত কংগ্ৰেছে যি এখন মাত্ৰ আসনত জয়ী হৈছিল সেয়া আছিল কেৱল ৰায়বলেৰী।

কংগ্ৰেছৰ দুৰ্গত এইবাৰ প্ৰিয়ংকা গান্ধী। সেই সমষ্টিতেই এতিয়া বিজেপিয়ে কাক টিকট দিয়ে সেয়াহে চাব লগা হ’ব। এই ক্ষেত্ৰত সকলোতকৈ চৰ্চিত নাম হৈছে স্মৃতি ইৰাণীৰ।

যদিহে স্মৃতি ইৰাণীয়ে সঁচাকৈ ৰায়বৰেলীত টিকট লাভ কৰে, তেন্তে দুই নাৰী শক্তিৰ যুঁজ চাব লগীয়া হ’ব। দুয়োটা দলৰ দুয়োগৰাকী নেত্ৰীয়ে শক্তিশালী হোৱাৰ বাবে ৰায়বৰেলীত কোনে শেষ হাঁহি মাৰে সেয়া একেবাৰে অন্তিম সময়লৈ বাট চাব লাগিব।

উল্লেখ্য যে, এতিয়ালৈকে বিজেপিৰ কোনো প্ৰাৰ্থীৰে নাম উচ্চাৰণ হোৱা নাই। কংগ্ৰেছৰ ফালৰ পৰাও অনুষ্ঠানিক ভাৱে প্ৰিয়ংকা গান্ধীৰ নাম সদৰি হোৱা নাই, অহা ১৫ এপ্ৰিলৰ পাছত হে আনুষ্ঠানিক ভাৱে নাম সদৰি কৰাৰ সম্ভাৱনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CongressIndian Politicspoliticspriyanka gandhiRaebareli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

March 21, 2026
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ
ভাৰত

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

March 21, 2026
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
Next Post
জানেনে, এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ বিয়া পাতিছে ৰেমো ডি’ছুজাই

জানেনে, এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ বিয়া পাতিছে ৰেমো ডি'ছুজাই

এখন এনে বিবাহ, য’ত স্বামী-স্ত্ৰী দুয়ো মহিলা, পাছে ৰাস্তালৈ ওলালে দুয়ো মাতৃ-কন্যা !

এখন এনে বিবাহ, য'ত স্বামী-স্ত্ৰী দুয়ো মহিলা, পাছে ৰাস্তালৈ ওলালে দুয়ো মাতৃ-কন্যা !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.