• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ

4 years ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

11 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

13 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

14 hours ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

15 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

16 hours ago
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

17 hours ago
এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ

editor by editor
July 24, 2022
in অপৰাধ, ভাৰত
0
Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ অন্য এক লাভ জেহাদৰ ঘটনা পোহৰলৈ আহিছে৷ ভুৱা পৰিচয়েৰে এক মুছলমান যুৱকে এগৰাকী হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ লগতে প্ৰেমিকাৰ নাবালিকা ভগ্নীকো ধৰ্ষণ কৰাৰ চাঞ্চ্যলকৰ অভিযোগ উত্থাপন হৈছে৷

এই ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডত৷ ঝাৰখণ্ডৰ চিমডেগা জিলাৰ নাইম মিয়া নামৰ এজন মুছলমান যুৱকে ভুৱা পৰিচয় প্ৰদানেৰে এগৰাকী হিন্দু যুৱতীৰে প্ৰেমৰ সম্পৰ্কৰ গঢ়ি তোলে৷

প্ৰেমৰ সম্পৰ্ক আৰম্ভ হোৱাৰ পিছতে নাইম মিয়া নামৰ মুছলমান যুৱকজনে হিন্দু যুৱতীগৰাকীৰ সৈতে লিভ-ইনত বাস কৰিবলৈ ধৰে৷ এইদৰে প্ৰায় ৫ টা বছৰ অতিক্ৰম কৰাৰ সময়তে হঠাতে প্ৰেমিকা যুৱতীগৰাকী গৰ্ভৱতী হয়৷

লগতে পঢ়ক বিবাহিত মহিলা আৰু প্ৰেমিকক সুৰক্ষা দিব নোৱাৰি! উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

যুৱতীগৰাকী গৰ্ভৱতী হোৱাৰ পিছতে যুৱকজনে নিজৰ প্ৰকৃত পৰিচয় প্ৰকাশ কৰি বিবাহ কৰাবলৈ অস্বীকাৰ কৰে৷ ইফালে ইয়াৰ পিছতে যুৱতীগৰাকীৰ নাবালিকা ভগ্নীকো ধৰ্ষণ কৰি যুৱকজনে ভিডিঅ’ ৰেকৰ্ডিং কৰি দুই ভগ্নীক ব্লেকমেইল কৰি যৌন নিৰ্যাতন তথা হাৰাশাস্তি কৰি আহিবলৈ ধৰে৷

ঘটনা সন্দৰ্ভত বিজেপি জিলা সভাপতি লক্ষ্মণ বাদইকে জানিব পাৰি ভুক্তভোগী দুই ভগ্নী আৰু পৰিয়ালৰ লোকক সাক্ষাৎ কৰি মহিলা আৰক্ষী থানাত অভিযোগ দাখিল কৰে৷

লগতে পঢ়ক স্বামী-স্ত্ৰীৰ বিবাদ নিষ্পতি কৰা বন্ধুৱে ধৰ্ষণ কৰিলে বন্ধু পত্নীক, ইয়াৰ পিছত হ’ল কি?

ভুক্তভোগী দুই যুৱতীয়ে আৰক্ষীৰ ওচৰ চপাৰ সম্ভেদ লাভ কৰিয়ে জিলাখনৰ থেথাইটাংগাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাত্ৰামেটা গাঁৱৰ বাসিন্দা নাইম মিয়াই পলায়ন কৰে৷

আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পাছতে আৰক্ষী অভিযুক্ত নাইম মিয়াৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷ ইফালে এই সমগ্ৰ ঘটনাক  কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। বিভিন্ন সংগঠনে লাভ জেহাদৰ বলি হোৱা যুৱতীগৰাকী লগতে পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamlove jihadmuslim man rape hindu teenager
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?
জীৱনশৈলী

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক
জীৱনশৈলী

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

March 25, 2026
Next Post
৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

সাগৰত উদ্ধাৰ তিমি মাছৰ বমি, যাৰ মূল্য ২৮ কোটি টকা! কিয় ইমান দাম এই বমিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন