• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাভ জেহাদ কৰিলে শাস্তি যাৱজ্জীৱন কাৰাদণ্ড! অচিৰেই মোদী চৰকাৰে প্ৰণয়ন কৰিব নতুন আইন

লাভ জেহাদ কৰিলে শাস্তি যাৱজ্জীৱন কাৰাদণ্ড! অচিৰেই মোদী চৰকাৰে প্ৰণয়ন কৰিব নতুন আইন

3 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

11 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

11 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

12 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

12 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

13 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

13 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

14 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

14 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

14 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

14 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

15 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

লাভ জেহাদ কৰিলে শাস্তি যাৱজ্জীৱন কাৰাদণ্ড! অচিৰেই মোদী চৰকাৰে প্ৰণয়ন কৰিব নতুন আইন

editor by editor
August 21, 2023
in অপৰাধ, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
লাভ জেহাদ কৰিলে শাস্তি যাৱজ্জীৱন কাৰাদণ্ড! অচিৰেই মোদী চৰকাৰে প্ৰণয়ন কৰিব নতুন আইন
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লাভ জেহাদ কৰিলে হাৰি যোৱাৰ কোনো পথ খোলা নাথাকিব। যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰিব লাভ জেহাদ কৰা প্ৰতিজন অপৰাধীয়েই। নতুন আইন অনাৰ পথত আগবাঢ়িছে মোদী শাসনাধীন চৰকাৰে। নতুনকৈ প্ৰস্তাৱিত ফৌজাদাৰী আইনৰ অধীনত নাৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি প্ৰতাৰণা কৰাৰ শাস্তিও যাৱজ্জীৱন কাৰাদণ্ড হ’ব বুলিও নতুন আইনত উল্লেখ আছে। বিগত ১২ আগষ্ঠত সংসদত লাভ জেহাদক লৈ আইন অনাৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দেশত নতুন ফৌজাদাৰী আইন প্ৰঁণয়নৰ বাবে লোকসভাত তেওঁ তিনিখন বিল উত্থাপন কৰিছিল।

তেঁঁও উত্থাপন কৰা তিনিখন বিলৰ ভিতৰত এখনত উল্লেখ থকামতে অন্য ধৰ্মৰ মহিলা বা পুৰুষৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হ’লে তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰিব লাগে। এয়া শাস্তিযোগ্য অপৰাধ বুলি বিলখনত তেওঁ উল্লেখ কৰিছে। আৰু এই অপৰাধ বিচাৰত ব্যক্তি একোজন দোষী সাব্যস্ত হ’লে তেঁওৰ ১০ বছৰৰ কাৰাদণ্ড কথাও বিলত উল্লেখ আছে। কেৱল কাৰাদণ্ডই নহয় জৰিমনাও বিহিব লাগে বুলি বিলখনত উল্লেখ আছে। এই বিল অনাৰ পূৰ্বে ভাৰতীয় দণ্ডবিধিত এই ধৰণৰ অপৰাধৰ বিষয়ে সুনিৰ্দিষ্ট কোনো বিধান নাছিল। নতুন ফৌজাদাৰী আইনখন গৃহীত হ’লে ভাৰতীয় দণ্ডবিধিৰ ৯০ ধাৰাত অপৰাধৰ বিচাৰ কৰা হ’ব।

বিগত কেইবাবছৰ ধৰি ভাৰতত ভিন্ন ধৰ্মীন বিবাহৰ একাধিক ঘটনা ঘটিছে। বেছিভাগ ক্ষেত্ৰতেই দেখা গৈছে এনেকৈ হোৱা ভিন্নধৰ্মী বিবাহত অত্যাচাৰৰো স্বীকাৰ হৈছে মহিলাসকল। লীভ ইন ৰিলেছনশ্বীপতেই এই ধৰণৰ ঘটনা বেছিকৈ সংঘটিত হৈছে। মহিলাসকলৰ ওপৰত হোৱা এই অত্যাচাৰ দূৰ কৰিবলৈ একাংশ লোকে চৰকাৰক নতুন আইন প্রণয়নৰ বাবে এই আৱেদন দাখিল কৰিছে। এই আৱেদনৰ ভিত্তিতেই নতুন বিলখন আনিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

লাভ জেহাদৰ ওপৰিও জাতি, ধৰ্ম নিৰ্বিশেষে গণপিটন দূৰ কৰিবলৈকো প্ৰস্তাৱিত ফৌজাদাৰী আইনৰ অধীনত একাধিক বিল অনা হৈছে। পাঁচ বা তাতোকৈ অধিক ব্যক্তি মিলি
কাৰোবাক পিটি হত্যা কৰিলে তেনে ঘটনাৰ জড়িত ব্যক্তিৰ বিৰুদ্ধেও শাস্তিৰ বিধান ৰখা হৈছে এই বিলত। তেনে গণপিটনত দোষী প্ৰমাণিত হোৱা ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড নাইবা মৃত্যুদণ্ডৰ শাস্তিৰ কথা এই বিলত অনা হৈছে। ইয়াৰোপৰি বিলত উল্লেখ থকা অনুসৰি এই ধৰণৰ কাণ্ডত অভিযুক্ত ব্যক্তিক ৭বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা বিহাৰ কথাও বিলত উল্লেখ আছে।

উল্লেখ্য যে বৰ্ষাকালীন অধিবেশনৰ শেষৰ দিনটোত লোকসভাত ফৌজাদাৰী আইনৰ অধীনত তিনিখন বিল অনা হৈছিল। সেই বিল অনাৰ এসপ্তাহ পাছতো এই বিষয়টোক লৈ দেশজুৰি চৰ্চাও চলি আছে। নতুন ফৌজাদাৰী আইনখনক অমিত শ্বাহে ঔপনিবেশিক যুগৰ আইনৰ প্ৰতিস্থাপন বুলিও ভাষণত উল্লেখ কৰিছিল অমিত শ্বাহে। নতুন আইনখনে নাৰী আৰু শিশুৰ ওপৰত হোৱা অত্যাচাৰ, হত্যা আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে কোনো লোকে ষড়যন্ত্ৰ কৰিলে তেওঁলোকৰ বিৰুদ্ধে এই আইনৰ অধীনত শাস্তি বিহাৰ কথাও আইনত উল্লেখ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
নাগ পঞ্চমীৰ পৰাই আৰম্ভ শুভ যোগ! হাতলৈ অৰ্থ আৰু নতুন চাকৰিও আহিব এই ৫ ৰাশিৰ, কোন কোন ৰাশিৰ ভাল দিন আৰম্ভ হ’ব?

নাগ পঞ্চমীৰ পৰাই আৰম্ভ শুভ যোগ! হাতলৈ অৰ্থ আৰু নতুন চাকৰিও আহিব এই ৫ ৰাশিৰ, কোন কোন ৰাশিৰ ভাল দিন আৰম্ভ হ’ব?

চিনেমাই সফলতাৰ মুখ দেখিছে যদিও মানসিক অশান্তিয়ে কোঙা কৰিছে ছানী দেওলক! মূৰত এতিয়াও ৫৬ কোটিৰ ঋণ, অৱশেষত বাসগৃহও নিলামত দিছে অভিনেতা ছানি দেওলে

চিনেমাই সফলতাৰ মুখ দেখিছে যদিও মানসিক অশান্তিয়ে কোঙা কৰিছে ছানী দেওলক! মূৰত এতিয়াও ৫৬ কোটিৰ ঋণ, অৱশেষত বাসগৃহও নিলামত দিছে অভিনেতা ছানি দেওলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.