• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কোন কোন ঠাইৰ পৰা দেখা পাব সম্পূৰ্ণ গ্ৰহণ

কাইলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কোন কোন ঠাইৰ পৰা দেখা পাব সম্পূৰ্ণ গ্ৰহণ

2 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

10 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

11 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

12 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

12 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

12 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

13 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

14 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

15 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

15 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

15 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

16 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কোন কোন ঠাইৰ পৰা দেখা পাব সম্পূৰ্ণ গ্ৰহণ

editor by editor
March 13, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কাইলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কোন কোন ঠাইৰ পৰা দেখা পাব সম্পূৰ্ণ গ্ৰহণ
0
SHARES
477
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কোন কোন ঠাইৰ পৰা দেখা পাব সম্পূৰ্ণ গ্ৰহণ

হিন্দু ধৰ্মত চন্দ্ৰ গ্ৰহণ এৰ বিশেষ ধাৰ্মিক পৰিঘটনা বুলি মান্য কৰা হয়। ই মানুহৰ জনজীৱনৰ ওপৰত প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰা হয়। ধাৰ্মিক দৃষ্টি কোনৰ পৰা চন্দ্ৰ গ্ৰহণৰ কাৰণ ৰাহু-কেতু বুলি ধৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি এইবাৰৰ গ্ৰহণ কেতু গ্ৰহৰ বাবে লাগিব।

এইবাৰ কাইলৈ ১৪ মাৰ্চ তাৰিখে চলিত বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হবলৈ গৈ আছে। এই একেটা দিনতে এইবাৰ হোলীৰ দৰে পবিত্ৰ উৎসৱো সমগ্ৰ দেশজুৰি উদযাপন কৰা হব।

পাছে কোন কোন ঠাইৰ পৰা দেখা পোৱা যাব এইবাৰৰ চন্দ্ৰগ্ৰহণ। ভাৰতৰ পৰা দেখা পোৱা নাযাব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। প্ৰধানতঃ প্ৰশান্ত মহাসাগৰ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, পশ্চিম ইউৰোপ আৰু পশ্চিম আফ্ৰিকাত দেখা পোৱা যাব।

ভাৰতীয় সময় অনুসৰি কাইলৈ দিনৰ ভাগত হব চন্দ্ৰ গ্ৰহণ। পুৱা ৯ বাজি ২৭ মিনিটত আৰম্ভ হব উপছায়া গ্ৰহণ, ১০ বাজি ৩৯ মিনিটত আংশিক গ্ৰহণ আৰু১১ বাজি ৫৬ মিনিটত পূৰ্ণ গ্ৰহণ হব।

এইবাৰ যিহেতু ভাৰতত এই গ্ৰহণ দেখা নাযায়, সেয়ে গ্ৰহণৰ সুতক কালৰো কোনো গুৰুত্ব নহব ভাৰতত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2025 first Lunar EclipseLunar EclipseLunar Eclipse 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
হতভম্ব সকলো! ইৰাণত পৰিল তেজৰ দৰে ৰঙা বৰষুণ, ফটো-ভিডিঅ’ ভাইৰেল

হতভম্ব সকলো! ইৰাণত পৰিল তেজৰ দৰে ৰঙা বৰষুণ, ফটো-ভিডিঅ' ভাইৰেল

হোলীত সূৰ্য্যৰ আশীৰ্বাদত ৩ ৰাশিয়ে পাব প্ৰকৃত প্ৰেম, ১টা ৰাশিৰ বিচ্ছেদৰ সম্ভাৱনা

হোলীত সূৰ্য্যৰ আশীৰ্বাদত ৩ ৰাশিয়ে পাব প্ৰকৃত প্ৰেম, ১টা ৰাশিৰ বিচ্ছেদৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.