• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ৰাশিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ! চৰম সমস্যাৰ সন্মুখীন, পদে পদে বিপদ আহিব, ছেপ্টেম্বৰত সাবধান হওক এইকেইটা ৰাশি

5 months ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

19 minutes ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

55 minutes ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

2 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

3 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

4 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

5 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

6 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

7 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ৰাশিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ! চৰম সমস্যাৰ সন্মুখীন, পদে পদে বিপদ আহিব, ছেপ্টেম্বৰত সাবধান হওক এইকেইটা ৰাশি

শনিৰ ৰাশিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ! চৰম সমস্যাৰ সন্মুখীন, পদে পদে বিপদ আহিব, ছেপ্টেম্বৰত সাবধান হওক এইকেইটা ৰাশি

editor by editor
August 30, 2025
in জীৱনশৈলী
0
শনিৰ ৰাশিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ! চৰম সমস্যাৰ সন্মুখীন, পদে পদে বিপদ আহিব, ছেপ্টেম্বৰত সাবধান হওক এইকেইটা ৰাশি
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰৰ শেষ চন্দ্ৰগ্ৰহণ ৭ ছেপ্টেম্বৰ ২০২৫ ভাদ্ৰপদ পূৰ্ণিমা তিথিত হব৷ পিতৃপক্ষও এই দিনটোৰ পৰাই আৰম্ভ হব৷ এই চন্দ্ৰগ্ৰহণ হব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ যি ভাৰতৰ পৰাও দেখা যাব৷ সেয়ে গ্ৰহণৰ সময়, সূতকৰ সমস্ত নিয়ম অনুসৰণ কৰা হব আৰু পূজা-পাতলকে আদি কৰি সকলো কাৰ্যকলাপ নিষিদ্ধ থাকিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, চন্দ্ৰগ্ৰহণ নিশা ৯.৫৮ মিনিটত আৰম্ভ হব আৰু শেষ হব ১.২৬ মিনিটত৷ এই গ্ৰহণ কুম্ভ ৰাশিত ঘটিব, যি শনিদেৱৰ ৰাশিচক্ৰ৷

কৰ্কট ৰাশি

আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰ৷ এই পৰিস্থিতিত কৰ্কট ৰাশিত জাতকৰ ওপৰত চন্দ্ৰগ্ৰহণৰ বিৰূপ প্ৰভাৱ পৰিব৷ কাৰণ গ্ৰহণৰ সময়ত চন্দ্ৰৰ শক্তি দুৰ্বল হৈ যায়৷ এই পৰিস্থিতিত গ্ৰহণৰ সময়ত আপুনি মানসিকভাৱে স্থিতিশীল থাকিব লাগিব আৰু আপোনাৰ স্বাস্থ্য আৰু সম্পৰ্কৰ দিশতো মনোযোগ দিব লাগিব৷

কন্যা ৰাশি

বছৰৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ কন্যা ৰাশিৰ ষষ্ঠ ঘৰত ঘটিব আৰু আপোনাৰ কামৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব৷ এই সময়ত আপুনি কোনো ডাঙৰ কাম আৰম্ভ কৰা উচিত নহয়৷ অৰ্থ, সম্পৰ্ক আৰু স্বাস্থ্যৰ দিশৰ পৰা এই সময় শুভ নহয়৷

কুম্ভ ৰাশি

৭ ছেপ্টেম্বৰ, কুম্ভ ৰাশিতেই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ঘটিব৷ সেয়ে কুম্ভ ৰাশিৰ জাতক বেছিকৈ সতৰ্ক থাকক৷ গ্ৰহণৰ ছায়া স্বাস্থ্যজনিত সমস্যাৰ কাৰণ হব পাৰে৷ ইয়াৰোপৰি পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰতো বিৰোধৰ পৰিস্থিতি তৈয়াৰ হব পাৰে৷

মীন ৰাশি

আপোনাৰ ৰাশিচক্ৰৰ দ্বাদশ ঘৰত চন্দ্ৰগ্ৰহণ ঘটিব আৰু সমস্যা বৃদ্ধি কৰিব৷ কাৰণ ই ক্ষতিৰ ঘৰ৷ এনে পৰিস্থিতিত আৰ্থিক ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে৷ চন্দ্ৰগ্ৰহণৰ সময়ত স্বাস্থ্য আৰু সম্পৰ্কৰ প্ৰতি যত্নবান হোৱাটো প্ৰয়োজন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ
জীৱনশৈলী

January 17, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
Next Post
মাহৰ শেষ দিনত বৈধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, ভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

হাস্পতালত ৰোগী চাই থাকোতেই চিকিৎসকৰ হাৰ্টএটেক, ৩৯ বছৰ বয়সতেই শেষ হ’ল কাৰ্ডিয়াক ছাৰ্জনৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন