• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

1 hour ago
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

14 minutes ago
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

44 minutes ago
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

51 minutes ago
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

2 hours ago
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

3 hours ago
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

4 hours ago
আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

16 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

editor by editor
March 22, 2026
in জীৱনশৈলী
0
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি সমস্ত গ্ৰহে সময়ে সময়ে গতি পৰিবৰ্তন কৰে৷ কেতিয়াবা কেতিয়াবা এই গ্ৰহসমূহে একে ৰাশিত অন্য গ্ৰহৰ সৈতে মিলিত হৈ সংযোগ তৈয়াৰ কৰে৷ চন্দ্ৰ আৰু মঙ্গলৰ মাজত এনে এক বিশেষ সংযোগ ঘটিব চলিছে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই বিশেষ সংযোগৰ নামত মহালক্ষ্মী ৰাজযোগ৷ শাস্ত্ৰমতে, এই ৰাজযোগ অত্যন্ত শুভ আৰু উপকাৰী৷ জ্যোতিষীয়ে জনাইছে যে এই যোগে, সম্পত্তি, স্বাচ্ছন্দ্য আৰু উন্নতি কঢ়িয়াই আনিব পাৰে৷

জ্যোতিষশাস্ত্ৰত চন্দ্ৰক মন আৰু আৱেগৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ অন্যহাতে মঙ্গল গ্ৰহ শক্তি, সাহস আৰু স্থাবৰ সম্পত্তিৰ দৰে বিষয়ৰ সৈতে জড়িত৷ যেতিয়া এই দুই গ্ৰহৰ মিলন ঘটে তেতিয়াই এজন ব্যক্তিয়ে আৰ্থিকভাৱে পজিটিভ নোটত থাকে আৰু কৰ্মজীৱনতো ভাল ফল লাভ কৰিব পাৰে৷ জানি থওক কোন কোন ৰাশিৰ জাতক জাতিকা মহালক্ষ্মী ৰাজযোগত উপকৃত হ’ব?

মেষ ৰাশি

এই যোগৰ ফলত মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় লাভজনক প্ৰমাণিত হব পাৰে৷ জাতক-জাতিকাৰ আয় বৃদ্ধিৰ লক্ষণে দেখা যাব৷ অসমাপ্ত কাম সম্পন্ন কৰিব পাৰে৷ কৰ্মজীৱনত ব্যৱসায়িক উন্নতিৰ সুযোগ আহিব৷ নতুন দায়িত্ব আহিব পাৰে৷ ডাঙৰ কোৱো চুক্তিৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় আৰ্থিকভাৱে শক্তিশালী হোৱাৰ সময়৷ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত নতুন সুযোগে এই ৰাশিৰ ব্যক্তিৰ বাবে অপেক্ষা কৰিছে৷ এইক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সমৰ্থনো পাব পাৰে৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে আৰু সঞ্চয় বাঢ়িব পাৰে৷

বৃশ্চিক ৰাশি

মহালক্ষ্মী ৰাজযোগে এই ৰাশিৰ জাতকৰ বাবে ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে৷ কৰ্মজীৱনত উন্নতিৰ সুযোগ আহিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম বৃদ্ধি পাব৷ সন্মান বাঢ়িব আৰু নতুন দায়িত্ব পাব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

March 22, 2026
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ
জীৱনশৈলী

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

March 22, 2026
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

March 22, 2026
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?
জীৱনশৈলী

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

March 22, 2026
Next Post
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন