• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইগৰাকী ক্ৰিকেটাৰক পিতৃৰে অ’টো চলাবলৈ কোৱা হৈছিল, তেওঁ এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ ছুপাৰ ষ্টাৰ

এইগৰাকী ক্ৰিকেটাৰক পিতৃৰে অ’টো চলাবলৈ কোৱা হৈছিল, তেওঁ এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ ছুপাৰ ষ্টাৰ

4 years ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

8 minutes ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

33 minutes ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

1 hour ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

1 hour ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

2 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

2 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

3 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

4 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

4 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

5 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

6 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইগৰাকী ক্ৰিকেটাৰক পিতৃৰে অ’টো চলাবলৈ কোৱা হৈছিল, তেওঁ এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ ছুপাৰ ষ্টাৰ

editor by editor
February 9, 2022
in ক্ৰীড়া, ভাৰত
0
এইগৰাকী ক্ৰিকেটাৰক পিতৃৰে অ’টো চলাবলৈ কোৱা হৈছিল, তেওঁ এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ ছুপাৰ ষ্টাৰ
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলাৰ সপোন লৈয়ে এদিন খেল পথাৰত নামিছিল ল’ৰাজন৷ আৰ্থিকভাৱে অতি দুৰ্বল আছিল ঘৰৰ অৱস্থা৷ পিতৃয়ে অ’টো চলাই পোহ-পাহ দিছিল ঘৰখন ৷ তেওঁ অতি কষ্টৰে আগবাঢ়িছিল জীৱনৰ বাটত৷ কিন্তু তেওঁৰ ভাগ্যই তেওঁক লৈ গৈছিল অন্য এটা দিশলৈ৷ এখোজ এখোজকৈ আগবাঢ়ি গৈ স্থান লাভ কৰিছিল ভাৰতীয় ক্ৰিকেট দলত৷ উচ্ছাকাংক্ষী মনৰ সেই ল’ৰাজন এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম তাৰকা খেলুৱৈ৷ তেওঁ হৈছে ভাৰতীয় ফাষ্ট বলাৰ মহম্মদ চিৰাজ৷ আই পি এলত ৰয়েল চেলেঞ্জাৰচ বেংগালুৰুৰ হৈ খেলিছিল খেলুৱৈগৰাকীয়ে৷

২০১৯ চনত IPLত কৰা দুৰ্বল প্ৰদৰ্শনৰ বাবে ক্ৰিকেটপ্ৰেমীৰ সমালোচনাৰ সন্মুখীন হৈছিল চিৰাজ৷ ক্ৰিকেট এৰি তেওঁকো পিতৃৰ সৈতে অ’টো চলোৱাৰ পৰামৰ্শ দি ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰিছিল একাংশই৷ কিন্তু সমালোচনাক আওকান কৰি আগবাঢ়ি হৈছিল চিৰাজ৷  সেই সময়ৰ ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে ভৰসা ৰাখিছিল মহম্মদ চিৰাজৰ ওপৰত৷ শেহতীয়াকৈ RCBৰ এক প’ডকাষ্ট অনুষ্ঠানত সেই কথা ৰোমন্থন কৰি আৱেগিক হৈ পৰিল খেলুৱৈগৰাকী৷ ২০১৯ ৰ IPLৰ পাছৰ সেই কঠিন সমালোচনাৰ পাছত নিজকে অধিক শক্তিশালী কৰি তুলিছে ক্ৰিকেটাৰগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত
জীৱনশৈলী

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

May 7, 2026
Next Post
‘বিকিনী, জিনছ, হিজাব পিন্ধাটো মহিলাই নিজেই নিৰ্ধাৰণ কৰিব’, প্ৰিয়ংকা গান্ধী

‘বিকিনী, জিনছ, হিজাব পিন্ধাটো মহিলাই নিজেই নিৰ্ধাৰণ কৰিব’, প্ৰিয়ংকা গান্ধী

উপলব্ধ হ’ল কোভিডবিৰোধী নেজেল স্প্ৰে’, Fabisprayত DCGIৰ অনুমোদন

উপলব্ধ হ’ল কোভিডবিৰোধী নেজেল স্প্ৰে’, Fabisprayত DCGIৰ অনুমোদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.