• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিকিনী, জিনছ, হিজাব পিন্ধাটো মহিলাই নিজেই নিৰ্ধাৰণ কৰিব’, প্ৰিয়ংকা গান্ধী

‘বিকিনী, জিনছ, হিজাব পিন্ধাটো মহিলাই নিজেই নিৰ্ধাৰণ কৰিব’, প্ৰিয়ংকা গান্ধী

4 years ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

18 hours ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

19 hours ago
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

20 hours ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

20 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

22 hours ago
২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

22 hours ago
দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

23 hours ago
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

2 days ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

2 days ago
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

2 days ago
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

2 days ago
Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘বিকিনী, জিনছ, হিজাব পিন্ধাটো মহিলাই নিজেই নিৰ্ধাৰণ কৰিব’, প্ৰিয়ংকা গান্ধী

editor by editor
February 9, 2022
in অসম, ভাৰত, ৰাজনীতি
0
‘বিকিনী, জিনছ, হিজাব পিন্ধাটো মহিলাই নিজেই নিৰ্ধাৰণ কৰিব’, প্ৰিয়ংকা গান্ধী
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিকিনী, ঘূণঘট, জিনছ আৰু হিজাব কি পিন্ধে সেয়া মহিলাই নিজে নিৰ্ধাৰণ কৰিব৷ এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই৷

 

কৰ্ণাটকৰ হিজাব বিতৰ্কই সমগ্ৰ দেশৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে মুখ খুলিছে কংগ্ৰেছ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী বাদ্ৰাই৷

 

হিজাব বিতৰ্কৰ সন্দৰ্ভত মুখ খুলি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয় যে মহিলাই কি পিন্ধিব তাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল মহিলাৰ নিজৰহে আছে৷ প্ৰিয়ংকা গান্ধীয়ে লগতে কয় বিকিনী, ঘূণঘট, জিনছ আৰু হিজাব কি পিন্ধিব সেয়া মহিলাই নিজেই সিদ্ধান্ত লোৱাৰ অধিকাৰ সংবিধানেই দিছে৷

 

হেজষ্টেগ ব্যৱহাৰ কৰি ‘লড়কী হ্যুঁ লড় চক্টি হ্যুঁ’ বুলি উল্লেখ কৰি প্ৰিয়ংকা গান্ধীয়ে টুইট কৰি লগতে কয়, ‘‘এই অধিকাৰ ভাৰতৰ সংবিধানে দিছে৷ মহিলাৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰক৷’’

 

ইফালে হিজাব বিতৰ্কই ক্ৰমাৎ ৰাজনৈতিক যুদ্ধলৈ পৰিণত হোৱা দেখা গৈছে৷ কংগ্ৰেছে দেশৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ দোহাই দি ইছলাম ধৰ্মাৱলম্বী শিক্ষাৰ্থীয়ে হিজাব পৰিধানৰ সমৰ্থনত থিয় দিলেও বিজেপিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে৷ বিজেপিয় শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্ম কেন্দ্ৰিক নিৰ্দেশনা কঠোৰভাৱে মানি চলিবই বুলি ঘোষণা কৰিছে৷ যাৰফলত হিজাব বিতৰ্কই সমগ্ৰ দেশজুৰি ক্ৰমাৎ গম্ভীৰ হৈ পৰিছে৷

 

উল্লেখ্য যে কৰ্ণাটকৰ এখন কলেজত ইছলাম ধৰ্মাৱলম্বী ছাত্ৰীক হিজাব পৰিধান কৰিবলৈ কৰ্তৃপক্ষই নিষিদ্ধ কৰাৰ পিছতে শিক্ষাৰ্থীসকলে কলেজ কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে৷

 

প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ ওপৰত আৰক্ষীয়ে জঁপিয়াই পৰাৰ পিছতে হিজাব বিতৰ্কই কেৱল কৰ্ণাটকতেই সীমাৱদ্ধ থকা নাই, এই বিতৰ্কই সমগ্ৰ দেশজুৰি উত্তাল হৈ পৰিছে৷

 

আনকি হিজাব বিতৰ্কই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মজিয়া পায়গৈ৷ কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিজাব বিতৰ্কৰ গম্ভীৰতালৈ লক্ষ্য কৰি ৰায় প্ৰদান কৰাৰ পৰিৱৰ্তে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ তিনি দিনলৈ বন্ধ ৰখাৰহে নিৰ্দেশ দিয়ে৷

 

ইয়াৰ পিছতে হিজাব বিতৰ্কই দেশৰ পৰিক্ৰমা ভেদি আন্তঃৰাষ্ট্ৰীয় স্তৰতো মূৰ দাঙি উঠা দেখা গৈছে৷ ইতিমধ্যে শান্তিৰ নবেল বঁটা বিজয়ী মালালা ইউছুফজাই-এ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ভাৰতীয় নেতাসকলে মুছলমান মহিলাক সামাজিকভাৱে বৰ্জন কৰাটো বন্ধ কৰক৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalhijabhijab row
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই
জীৱনশৈলী

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

November 7, 2025
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে
জীৱনশৈলী

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

November 7, 2025
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি
জীৱনশৈলী

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

November 7, 2025
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?
জীৱনশৈলী

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

November 7, 2025
Next Post
উপলব্ধ হ’ল কোভিডবিৰোধী নেজেল স্প্ৰে’, Fabisprayত DCGIৰ অনুমোদন

উপলব্ধ হ’ল কোভিডবিৰোধী নেজেল স্প্ৰে’, Fabisprayত DCGIৰ অনুমোদন

৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.