• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্ৰৌপদী মূৰ্মুক লৈ বিজেপিৰ চমৎকাৰী খেল

দ্ৰৌপদী মূৰ্মুক লৈ বিজেপিৰ চমৎকাৰী খেল

4 years ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

15 minutes ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

38 minutes ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

1 hour ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

1 hour ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

2 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

2 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

3 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

3 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

4 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

4 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

4 hours ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দ্ৰৌপদী মূৰ্মুক লৈ বিজেপিৰ চমৎকাৰী খেল

ধোঁৱাকোঁৱা দেখিছে মমতা বেনাৰ্জীয়ে

editor by editor
June 25, 2022
in ভাৰত, ৰাজনীতি
0
দ্ৰৌপদী মূৰ্মুক লৈ বিজেপিৰ চমৎকাৰী খেল
0
SHARES
612
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰোধীৰ মুখ্য নেত্ৰী হ’বলৈ গৈ আকৌ এবাৰ উজুটি খালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ নিজৰ ৰাজনৈতিক শক্তি দেখুৱাবলৈ মমতাই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে প্ৰথমে কাষ চাপিছিল ncpৰ শাৰদ পাৱাৰৰ৷

কিন্তু পাৱাৰে বিনম্ৰতাৰে প্ৰত্যাখ্যান কৰিছিল মমতাৰ অনুৰোধ৷ ইয়াৰ পাছত কাষ চাপিল নেচনেল কনফাৰেন্সৰ ফাৰুক আব্দুল্লাৰ।

আব্দুল্লাও নহ’ল ৰাজি৷ কাষ চাপিল মহাত্মা গান্ধীৰ নাতি গোপাল কৃষ্ণ গান্ধীৰ৷ মমতাৰ কথাত মান্তি নহ’ল গান্ধীৰ নাতি উপায়হীন মমতাই শেষ মুহূৰ্তত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰিলে নিজ দলৰে যশোৱন্ত সিনহাক৷

পিছে মমতা বেনাৰ্জীৰ এই অংক ভাৰতীয় জনতা পাৰ্টীয়ে এনেদৰে উলট-পালট কৰি দিলে মমতাৰ সকলো সপোন ভাঙি চূৰমাৰ হোৱাৰ উপক্ৰম ঘটিছে৷

৫০ শতাংশৰ অধিক ভোট পালেই জয়ী হ’ব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী৷ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ দলসমূহৰ মুঠ ভোট আছে ৪৮ শতাংশ

ndaৰ ২ শতাংশ ভোট কম হৈ থকাৰ বাবেই মমতাই ভাবিছিল তেওঁ খেল খেলিব৷ কিন্তু খেলা হ’বে বুলি ভবা মমতাক এনে খেলেৰে নৰেন্দ্ৰ মোদীয়ে বান্ধিলে য’ত ওলাবলৈ বাট নাইকীয়া হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ৷

nda ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰিলে দ্ৰৌপদী মূৰ্মুক। এয়া যেন এক গুলীত দুই চিকাৰ৷ এফালে দ্ৰৌপদী মূৰ্মু হ’ল আদিবাসী মহিলা৷

আনফালে জনজাতীয় লোক৷ উল্লেখ্য যে অসমৰ বাহিৰে আদিবাসী লোকসকল জনজাতি হিচাপে স্বীকৃত৷ এই দুটা উত্তৰাধিকাৰী হোৱাৰ বাবে দ্ৰৌপদী মূৰ্মুক লৈ মহাবিপদত বিৰোধী।

মায়াৱতীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে, জনজাতি আৰু আদিবাসী হোৱাৰ বাবে তেওঁলোকে ভোট প্ৰদান কৰিব দ্ৰৌপদী মূৰ্মুক৷

নিজা ৰাজ্য হিচাপে ওড়িশাৰ বিজু জনতা দলৰ নবীন পাটনায়কে স্পষ্ট কৰি দিছে তেওঁৰ দলৰ ভোট মূৰ্মুৰ পক্ষত৷ ysr প্ৰধান জগমহন ৰেড্ডীৰ ভোট আহিব ndaৰ সপক্ষত৷

বিহাৰৰ জিৎৰাম মাঝি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ ভোটো দ্ৰৌপদী মূৰ্মুৰ পক্ষতে অহাটো খাটাং৷ কিয়নো দ্ৰৌপদী মূৰ্মুক সমৰ্থন নকৰিলে জনজাতি আৰু আদিবাসী বিৰোধীৰূপে স্বীকৃত হোৱাৰ ভয়ৰ ভূতে খেদিছে বিৰোধী শিবিৰক৷

এই ভূতৰ পৰা ৰক্ষা পোৱা নাই অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টীও৷ কিয়নো বিহাৰ, ঝাৰখণ্ডৰ দৰে আদিবাসী ভোটসমূহত নিজৰ ফালে আনিবলৈ অহৰহ যত্ন কৰি আহিছে আম আদমি পাৰ্টীয়ে৷

এনে সময়ত যশোৱন্ত সিনহাক ভোট প্ৰদান কৰি ট্ৰাইবেল আৰু আদিবাসীৰ ৰোষত পৰিবলৈ বিচৰা নাই কেজৰি বাহিনী৷ ndaৰ এনে কৌশলত ধৰাশায়ী হৈছে বিৰোধী শিবিৰ৷

ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাই এনেদৰে এতিয়া অথাই সাগৰত পৰিছে মমতা বেনাৰ্জী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam congressassam ka newsassam ka tazza khabarassam policeAtul Boraaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssambjpCongresscovid 19daily horoscope for today in assamesehealth tipshimanta biswa sarmahimanta biswa sharmahoroscope in assameseindianarendra-modiRussia Ukraine invasionsarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। শিৱসেনাত বিসম্বাদৰ কাৰণ কি?

বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। শিৱসেনাত বিসম্বাদৰ কাৰণ কি?

জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ

জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.