• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত

২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত

4 years ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

4 minutes ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

60 minutes ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

4 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

14 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

15 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

15 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

15 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

15 hours ago
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

16 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

17 hours ago
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

18 hours ago
ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত

editor by editor
May 13, 2022
in বিবিধ, বিশ্ব
0
২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধু কথা আৰু ৰজা-মহাৰজা কাহিনীত চাগে শুনিছিল যে ৰজা-মহাৰজাই বহু সুন্দৰীৰ যুৱতীক বিয়া কৰায়৷ অৰ্থাৎ ডজনে ডজনে ৰাণীৰ লগত ৰজাৰ বিয়া হোৱাৰ কাহিনী আমি শুনি আহিছো৷

অৱশ্যে একবিংশ শতিকাত ইমানবোৰ পত্নী থকা কথা আমি খুব কমেই শুইনিছো৷ কিন্তু আজি আমি এনে এজন স্বামীৰ কথা ক’ব খুজিছো যিগৰাকীয়ে তাহানিৰ ৰজা-মহাৰজাকো হেলাৰঙে চেৰ পেলাইছে৷

লোকজনে এক ডজন বা দুই ডজন নহয়, তিনি ডজনৰো অধিক স্ত্ৰীক বিয়া কৰাইছে৷ লোকজনে আজিৰ কেইমাহমানৰ পূৰ্বে জীৱনৰ ৩৭ সংখ্যক বিয়াখন পাতিছে৷

 

লগতে পঢ়ক কিশোৰী কন্যাক যৌন শোষণৰ বলি, গৰ্ভপাত কৰোৱাই সতীৰ্থসহ গ্ৰেপ্তাৰ হ’ল পিতৃ

লোকজনৰ এই ৩৭ সংখ্যক বিবাহখনত তেওঁৰ ২৮ গৰাকী পত্নী, ৩৫ গৰাকী সন্তান আৰু ১২৬ গৰাকী নাতি-নাতিনী উপস্থিত আছিল৷ লোকজনৰ ৩৭ সংখ্যক বিবাহখনৰ এটা ভিডিঅ’ কেইমাহমান পূৰ্বে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

 

BRAVEST MAN….. LIVING

37th marriage in front of 28 wives, 135 children and 126 grandchildren.👇👇 pic.twitter.com/DGyx4wBkHY

— Rupin Sharma (@rupin1992) June 6, 2021

 

৪৫ ছেকেণ্ডৰ ভিডিঅ’ ক্লিপটো আইপিএছ বিষয়া ৰূপিন শৰ্মাই টুইটাৰত শ্বেয়াৰ কৰি কেপচনত লিখিছিল, ‘‘সাহসী মানুহ… ২৮ গৰাকী পত্নী, ১৩৫ গৰাকী সন্তান আৰু ১২৬ গৰাকী নাতি-নাতিনীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ সম্পন্ন।’’

কেতিয়া আৰু ক’ত ভিডিঅ’টো শ্বুট কৰা হৈছিল বা বিয়াখন কোনদিনা অনুষ্ঠিত হৈছিল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই।

 

লগতে পঢ়ক বলিৰ পঠা হৈছে কাশ্মীৰী পণ্ডিত! জন্মুত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা 

কিন্তু ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰয়া প্ৰকাশ কৰিছিল৷

এজন ব্যৱহাৰকাৰীয়ে কয়, ‘‘কি যে ভাগ্য, আমাৰ এজনীকে চম্ভালাটো টান কাম৷’’ আন এজনে লিখিছে, ‘‘এতিয়ালৈকে এখন বিয়া পাতিবলৈকে সাহস হোৱা নাই, এওঁৰ আকৌ ৩৭ নম্বৰ, ৱাউ৷’’ আন এজনে প্ৰকাশ কৰিলে, ‘‘কোনোবা ছিংগলে দেখিলে জ্বলি পুৰি মৰি যাব।’’

উল্লেখ্য যে ইয়াৰ পূৰ্বে টাইৱানৰ এজন লোকে বৰ্ধিত দৰমহাযুক্ত ছুটীৰ লোভত একেগৰাকী মহিলাক চাৰিবাৰকৈ বিয়া কৰাই ৩৭ দিনৰ ভিতৰত তিনিবাৰকৈ বিবাহ বিচ্ছেদো কৰিছিল৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral newsviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
বিশ্ব

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

December 17, 2025
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…
ক্ৰীড়া

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
Next Post
ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?

ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?

ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?

ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.