• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

1 hour ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

3 minutes ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

41 minutes ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

3 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

editor by editor
February 21, 2026
in জীৱনশৈলী
0
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ
0
SHARES
838
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু ঠিক ২দিন পাছতেই আগন্তুক ২৩ ফেব্ৰুৱাৰীৰ পুৱা ১১ বাজি ৪৯ মিনিটত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহ মঙ্গলে৷ বৈদিক জ্যোতিষত মঙ্গলক সেনাপতি গ্ৰহ বুলি কোৱা হয়৷ মঙ্গলৰ সৈতে হিংসা, খং, সাহস, যুদ্ধ আৰু ৰক্তপাত সম্পৰ্কযুক্ত৷ কুম্ভ ৰাশিত ইতিমধ্যেই সূৰ্য, শুক্ৰ, বুধ আৰু ৰাহুৱে অৱস্থান কৰিছে৷ তাৰ সৈতে মঙ্গলৰ প্ৰৱেশৰ ফলত গঠিত হব পঞ্চগ্ৰহী যোগ৷ আৰু মঙ্গল আৰু সূৰ্যই এক ঘৰত অৱস্থান কৰাৰ ফলত আদিত্য মঙ্গল ৰাজযোগ গঠিত হব৷ কুম্ভ ৰাশিত মঙ্গলৰ গোচৰৰ ফলত নানান দিশৰ পৰা লাভৱান হ’ব পাঁচ ৰাশিৰ জাতক৷

মেষ ৰাশি

মেষ ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব মঙ্গলে৷ এই সময়ত আপুনি অফিচৰ সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহায় পাব৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ মঙ্গলৰ গোচৰৰ ফলত আপোনাৰ মনোবাসনা পূৰণ হব৷ চাকৰিত পদোন্নতি হ’ব৷ ব্যৱসায়ত মুনাফা বাঢ়িব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ দশম ঘৰত গোচৰ কৰিব মঙ্গলে৷ আপোনাৰ কেৰিয়াৰৰ বাবে এই গোচৰ অত্যন্ত লাভজনক হ’ব৷ অফিচত নতুন কামৰ দায়িত্ব পাব পাৰে৷ আয় বাঢ়িব৷ নিজৰ পূৰ্বে কৰা কামৰ সুফল পাব৷ বিৰোধীক লৈ আৰু অলপ সচেতন হওক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ সপ্তম ঘৰত গোচৰ কৰিব মঙ্গলে৷ এই সময়ত আপুনি অংশীদাৰিৰ ব্যৱসায় ডাঙৰ সাফল্য পাব৷ চাকৰিয়ালৰ বাবেও এই সময় ভাল সময়৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন সুযোগ পাব৷ ৰৈ থকা ধন লাভ কৰিব৷

ধনু ৰাশি

ধনু ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব মঙ্গলে৷ এই সময়ত আপোনাৰ সন্মুখত ব্যৱসায়ত উন্নতি কৰাৰ নতুন সুযোগ আহিব৷ সাহস আৰু পৰিশ্ৰমে আপোনাক বহু পৰিমাণে আগুৱাই নিব৷ সৰু ভ্ৰমণ লাভজনক হব৷ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব৷ সাংসৰিক জীৱনত সুখ থাকিব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিতেই প্ৰৱেশ কৰিব মঙ্গলে৷ এই সময়ত আপোনাৰ ব্যক্তিত্বৰ বিকাশ হ’ব৷ স্বাস্থ্য ভাল হ’ব৷ মঙ্গলৰ প্ৰভাৱত আত্মবিশ্বাস বাঢ়িব৷ কোনো বিষয়ত বেছিকৈ জেদ নকৰাই ভাল৷ কেৰিয়াৰত বৃহৎ সাফল্য পাব৷ সহকৰ্মীৰ পৰা সমৰ্থন পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?
জীৱনশৈলী

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
Next Post
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন