• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱী পাবহি মঙল গ্ৰহৰ শিল-মাটি

পৃথিৱী পাবহি মঙল গ্ৰহৰ শিল-মাটি

6 years ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

23 minutes ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

2 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

3 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

4 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

5 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

22 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

পৃথিৱী পাবহি মঙল গ্ৰহৰ শিল-মাটি

মঙললৈ নাছাৰ ‘পাৰচিভিয়াৰেন্স’

editor by editor
July 31, 2020
in বিজ্ঞান
0
পৃথিৱী পাবহি মঙল গ্ৰহৰ শিল-মাটি
0
SHARES
61
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মঙল গ্ৰহ মানুহৰ বাসোপযোগী হয়নে নহয়, এই বিষয়ত ‘নাছা’ই গৱেষণা চলাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে মঙল গ্ৰহলৈ পুনৰ যান পঠালে নাছাই। ৰ’ব’ট বিজ্ঞানীক লৈ মঙল গ্ৰহলৈ উৰা মাৰিছে ‘পাৰচিভিয়াৰেন্স’। বৃহস্পতিবাৰে ভাৰতীয় সময় মতে বিয়লি ৫.২০ বজাত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কান্নাভেৰাল এয়াৰফোর্ছ ষ্টেচনৰ পৰা ৰাওনা হয় এই মঙল যান ‘পাৰচিভিয়াৰেন্স’।এই যানখন মঙল গ্ৰহত উপস্থিত হ’ব ২০২১ বর্ষৰ ১৮ ফ্ৰেব্ৰুৱাৰীত। যানখনে মঙলৰ মাটি আৰু শিল পৃথিৱীলৈ পঠিয়াব। এই মাটি আৰু পাথৰৰ পৰাই বিজ্ঞানীসকলে ৰঙা গ্ৰহটোৰ সম্বন্ধে অনেক নতুন তথ‍্য জানিব পৰা যাব বুলি আশা কৰিছে। ইয়াৰ পৰাই মঙল গ্ৰহৰ বায়ু-মাটি বসতিৰ অনুকূল হয়নে নহয়, সেই কথা স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: NASA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?
জীৱনশৈলী

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

January 27, 2026
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?
জীৱনশৈলী

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

January 20, 2026
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা
জীৱনশৈলী

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

December 17, 2025
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…
বিজ্ঞান

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

December 16, 2025
Next Post
৩ লাখ শ্ৰমিকৰ কর্মসংস্থাপনৰ ঘোষণা

৩ লাখ শ্ৰমিকৰ কর্মসংস্থাপনৰ ঘোষণা

স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ

স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.