• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’

‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’

6 days ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

2 hours ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

3 hours ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

4 hours ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

6 hours ago
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

7 hours ago
যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

8 hours ago
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

8 hours ago
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

9 hours ago
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

12 hours ago
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

2 days ago
শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

2 days ago
দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

2 days ago
  • About
  • Advertise
  • Careers
Monday, August 8, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’

বন্দনা-মুন্নাই আৰম্ভ কৰিলে নতুন জীৱন

editor by editor
August 2, 2022
in Uncategorized
0
‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’
0
SHARES
50.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘মই বোৱাৰীক বোৱাৰী হিচাপে ৰখা নাছিলো, তাইক নিজৰ ছোৱালীৰ দৰে ৰাখিছিলো৷ আমি বোৱাৰী হিচাপে কোনোদিনে ভবাই নাছিলো৷ ময়ো এদিন ছোৱালী আছিলো, তাৰ পাছত বোৱাৰী হ’লো আৰু এতিয়া শাহু হ’লো৷ গতিকে বোৱাৰীৰ মনৰ বেদনা বুজি পাওঁ৷ তাই যাতে চিৰজীৱন বিধৱাৰ সাজ পিন্ধি থাকিব নালাগে, তাইক মই আকৌ বোৱাৰী কৰি ল’লো৷’— এয়া এগৰাকী শাহুৱে কোৱা কথা৷

দৰাচলতে মঙলদৈৰ পৰাগ নগৰৰ জুলা চলিহা আৰু বংশীধৰ চলিহাৰ প্ৰথম পুত্ৰ বিগত জানুৱাৰী কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছিল৷ ২০১৫ চনত বিবাহপাশত আবদ্ধ হোৱা পুত্ৰৰ মৃত্যুৰ পিছত বিধৱা হৈ পৰিছিল পত্নী৷ কিন্তু শোকত ভাগি পৰা শাহু-শহুৰে তাইক মাকৰ ঘৰলৈ যাবলৈ নিদি নিজৰ ছোৱালীৰ দৰে ৰাখিলে৷ পুত্ৰশোকৰ লগতে ফুলকুমলীয়া বোৱাৰীৰ চিন্তাই ব্যথিত কৰিছিল শাহু-শহুৰক৷

শেষত শাহু জুলা চলিহা আৰু শহুৰ বংশীধৰ চলিহাই আলোচনা কৰি সৰু পুত্ৰৰ সৈতে বিয়া পাতি দি বোৱাৰীক বোৱাৰী হিচাপেই ৰখাৰ সিদ্ধান্ত ল’লে৷ সেই অনুসৰি বোৱাৰী বন্দনা চলিহাৰ সৈতে আলোচনা কৰাত বোৱাৰীয়েকে সন্মতি দিলে৷ তাৰ পিছত বৌয়েকৰ সৈতে বিয়া সন্দৰ্ভত সৰু পুত্ৰ মুন্নাক প্ৰস্তাৱ দিয়াত পুত্ৰয়ো সন্মতি দিলে৷ দুয়োৰে সন্মতিৰ পিছত শাহু-শহুৰে সমাজৰ দুই-চাৰিজনৰ লগতে আলোচনা কৰে৷ আৰু তেওঁলোকেও সন্মতি জনোৱাত দুয়োৰে বিবাহৰ সম্পন্নৰ বাবে সাজু হয়৷ সেই অনুসৰি সনাতন ধৰ্ম সভাৰ প্ৰাংগণৰ বিষ্ণু মন্দিৰত উদুলি-মুদুলি পৰিৱেশ৷ ভগৱানক সাক্ষী কৰি সম্পন্ন হয় দুয়োৰে বিবাহ৷ এক নতুন জীৱন আৰম্ভ কৰে বন্দনা আৰু মুন্নাই৷ সকলোৱে আশীৰ্বাদ দিছে দুয়োৰে সংসাৰ সুখময় হওক৷

ইপিনে যিটো সময়ত শাহু-বোৱাৰীৰ সংঘাতে বাতৰিৰ শিৰোনাম দখল কৰে, তেনে সময়তে বোৱাৰীক লৈ শাহু-শহুৰৰ এই কৰ্মই সমাজলৈ কঢ়িয়াইছে এক ইতিবাচক বাৰ্তা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…
Uncategorized

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

August 8, 2022
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?
Uncategorized

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

August 8, 2022
‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’
Uncategorized

‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’

August 1, 2022
পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ
Uncategorized

পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ

July 30, 2022
Next Post
২২ বছৰীয়া অতি সাহসী যুৱতী! তিনিবাৰ বিক্ৰী একাধিকবাৰ ধৰ্ষণৰ পিছতো কলেজ যোৱাৰ প্ৰস্তুতি

২২ বছৰীয়া অতি সাহসী যুৱতী! তিনিবাৰ বিক্ৰী একাধিকবাৰ ধৰ্ষণৰ পিছতো কলেজ যোৱাৰ প্ৰস্তুতি

গেংষ্টাৰৰ ভাবুকি! মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পাছত চলমান খানৰ বুলেটপ্ৰুফ বাহন

গেংষ্টাৰৰ ভাবুকি! মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পাছত চলমান খানৰ বুলেটপ্ৰুফ বাহন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.