• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ উত্তপ্ত মণিপুৰ, সান্ধ্য আইনৰ লগতে বন্ধ ইণ্টাৰনেট

পুনৰ উত্তপ্ত মণিপুৰ, সান্ধ্য আইনৰ লগতে বন্ধ ইণ্টাৰনেট

1 year ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

7 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

8 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

9 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

9 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

10 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

11 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

11 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

12 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

13 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

14 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুনৰ উত্তপ্ত মণিপুৰ, সান্ধ্য আইনৰ লগতে বন্ধ ইণ্টাৰনেট

editor by editor
June 8, 2025
in অসম, উত্তৰ-পূব, ৰাজনীতি
0
পুনৰ উত্তপ্ত মণিপুৰ, সান্ধ্য আইনৰ লগতে বন্ধ ইণ্টাৰনেট
0
SHARES
553
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ উত্তপ্ত মণিপুৰ, সান্ধ্য আইনৰ লগতে বন্ধ ইণ্টাৰনেট

মণিপুৰৰ পৰিস্থিতি পুনৰ ভয়াৱহ হৈ পৰিছে। বহু উপত্যকা জিলাত সতেজ হিংসাত্মক পৰিস্থিতিৰ পিছত উত্তেজনা বৃদ্ধি পাইছে, যাৰ বাবে বহু অঞ্চলত সান্ধ্য আইন জাৰি কৰা হৈছে আৰু ইণ্টাৰনেট সেৱাও স্থগিত ৰখা হৈছে। শনিবাৰে নিশা মেইটেই সংগঠন আৰম্বাই টেংগোলৰ এজন নেতা আৰু আন কিছু সদস্যক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱাৰ পিছতে অঞ্চলটোত অশান্তি বিয়পি পৰে।

প্ৰতিবাদকাৰীয়ে হুলস্থুলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। পথৰ মাজত টায়াৰ আৰু পুৰণি আচবাব জ্বলাই বিমানবন্দৰৰ প্ৰৱেশদ্বাৰ ঘেৰাও কৰি নেতাজনক মুক্তিৰ দাবীত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় প্ৰতিবাদকাৰী। ৰাজধানী ইম্ফলতো উত্তপ্ত পৰিস্থিতি। আজি দেওবাৰেও পৰিস্থিতি উত্তেজিত হৈ থাকে।

মেইটেই সংগঠন আৰম্বাই টেংগোলেৰ এজন নেতাক গ্ৰেপ্তাৰ কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছতে মণিপুৰত নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ পৰিচয় বা তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰকাশ কৰা নাই। কিন্তু বাতৰি অনুসৰি গ্ৰেপ্তাৰ হোৱা নেতাজনৰ নাম কানন সিং বুলি জানিব পৰা গৈছে। যাৰ বাবেই এইদৰে প্ৰতিবাদকাৰী নামি পৰে ৰাজপথত।

আজি দেওবাৰে নিৰাপত্তা বাহিনীয়ে হিংসাত্মক প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰিব লগা হয়। লগতে লাঠিচাৰ্জো কৰে, কিন্তু নিৰাপত্তাৰক্ষীৰ লাঠিচাৰ্জৰ ফলত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অশান্ত অঞ্চলত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে ৰাজভৱনলৈ যোৱা পথসমূহত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিষ্ণুপুৰ জিলাত সান্ধ্য আইন জাৰি কৰাৰ বিপৰীতে ইম্ফল পূৱ, ইম্ফল পশ্চিম, থৌবাল আৰু কাকচিং উপত্যকা জিলাত যিকোনো ঠাইতে ৫ জন বা তাতকৈ অধিক লোকৰ সমাগম হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ছ’চিয়েল মিডিয়াৰ জৰিয়তে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আৰক্ষীয়ে আশংকা কৰাৰ বাবে উপত্যকা জিলা ইম্ফল ইষ্ট, ইম্ফল পশ্চিম, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰত ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: curfewmanipurManipur Policenorth-east
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক
অসম

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

September 18, 2026
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ
অসম

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

September 18, 2026
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য
ভাৰত

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

September 18, 2026
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক
ভাৰত

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

September 18, 2026
Next Post
সূৰ্য্য-বৃহস্পতিৰ মহান সংযোগ! গুৰু আদিত্য ৰাজ্যযোগত পাঁচ ৰাশিৰ বৃহৎ লাভ

সূৰ্য্য-বৃহস্পতিৰ মহান সংযোগ! গুৰু আদিত্য ৰাজ্যযোগত পাঁচ ৰাশিৰ বৃহৎ লাভ

দৈনিক ৰাশিফল, সপ্তাহৰ আৰম্ভণিতেই সৰ্বাৰ্থ সিদ্ধি যোগ, কোনে কোনে লাভ কৰিব মহাদেৱৰ আশীৰ্বাদ

দৈনিক ৰাশিফল, সপ্তাহৰ আৰম্ভণিতেই সৰ্বাৰ্থ সিদ্ধি যোগ, কোনে কোনে লাভ কৰিব মহাদেৱৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.