• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BMW নহয়, ২১ হাজাৰ টকীয়া বাহনখনহে অতিকে প্ৰিয় আছিল মনমোহন সিঙৰ

BMW নহয়, ২১ হাজাৰ টকীয়া বাহনখনহে অতিকে প্ৰিয় আছিল মনমোহন সিঙৰ

1 year ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

15 minutes ago
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

58 minutes ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

10 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

10 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

11 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

11 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

11 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

12 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

12 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

13 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

14 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

BMW নহয়, ২১ হাজাৰ টকীয়া বাহনখনহে অতিকে প্ৰিয় আছিল মনমোহন সিঙৰ

editor by editor
December 27, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
BMW নহয়, ২১ হাজাৰ টকীয়া বাহনখনহে অতিকে প্ৰিয় আছিল মনমোহন সিঙৰ
0
SHARES
427
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

BMW নহয়, ২১ হাজাৰ টকীয়া বাহনখনহে অতিকে প্ৰিয় আছিল মনমোহন সিঙৰ

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং আৰু এই পৃথিৱীত নাই। দিল্লীৰ এইমছত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মনমোহন সিঙে। অসুস্থতাৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা ৯.৫১ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত দেশত ৭ দিন ৰাষ্ট্ৰীয় শোক পালন কৰা হব আৰু আজি চৰকাৰী সকলো কাৰ্যসূচী বাতিল কৰা হয়। ড০ মনমোহন সিঙৰ অন্তিম ৰীতি-নীতি সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে পালন কৰা হ’ব।

দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱা মনমোহন সিঙৰ গাড়ী সম্পৰ্কীয় এটা ঘটনা অতি জনপ্ৰিয়। ২০০৪ চনৰ এটা ঘটনা তেওঁৰ দেহৰক্ষী অসীম অৰুণে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি কয় যে,- ২০০৪ চনৰ পৰা প্ৰায় তিনি বছৰ ধৰি ড০ সিঙৰ দেহৰক্ষী আছিল অসীম। এনে পৰিস্থিতিত তেওঁৰ ছাঁৰ দৰে তেওঁৰ লগত থকাটো অসীমৰ দায়িত্ব আছিল।

সেই সময়ত ড০ সিঙৰ এখন মাৰুতি ৮০০ বাহন আছিল। যিখন পি এম হাউছত ক’লা চিকচিকাই থকা অতিকে দামি তথা, সকলো সা-সুবিধা থকা বিএমডব্লিউৰ পিছফালে ৰখাই থোৱা আছিল। মনমোহন সিঙে সেই বাহন খন সন্দৰ্ভতে বাৰে বাৰে কৈছিল – অসীম, এইখন গাড়ীত(BMW) যাত্ৰা কৰি মোৰ ভাল নালাগে, মোৰ বাহন সেইখনহে (মাৰুতি)।

https://x.com/asim_arun/status/1872355182706651308

যাৰ বাবে সুৰক্ষীৰ দায়িত্বত থকা অসীমে বাৰে বাৰে বুজাইছিল এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে সুৰক্ষাৰ দিশটো লক্ষ্য ৰাখি বিএমডব্লিউ বাহনখনত যাত্ৰা কৰাটো কিমান প্ৰয়োজন। বিএমডব্লিউত সুৰক্ষাৰ সকলো ফিচাৰ ৰখা আছিল। তাৰ তুলনাত মাৰুতি বাহন খনত কোনো সুবিধা নাছিল।

কিন্তু এই কথা শুনি সদায়ে দুখমনেৰে চাইছিল মাৰুতি খনলৈ। আৰু নিজেই নিজক যেন বুজাই দিছিল, আওঁৰাই দিছিল- ‘ মই এজন মধ্যবিত্ত ব্যক্তি আৰু সাধাৰণ মানুহৰ চিন্তা কৰাটো মোৰ কাম। কোটি টকীয়া বাহনখন প্ৰধানমন্ত্ৰীৰ হো, মোৰ বাহন কেৱল মাৰুতি’।

উল্লেখ্য যে, ১৯৯৬ চনৰ সেই সময়ছোৱাত ড০ সিঙে তেখেতৰ জীৱনৰ প্ৰথমখন গাড়ী কিনিছিল। সেই সময়ত তেওঁৰ পকেটত গাড়ী কিনিবলৈ নগদ ধন নাছিল। সেয়ে পত্নী গুৰশৰণ কৌৰৰ পৰা টকা লৈ মাৰুতি ৮০০ ক্ৰয় কৰিছিল। সেই সময়ছোৱাত মাৰুতিৰ তেতিয়াৰ মডেলখনৰ মূল্য আছিল- ২১ হাজাৰ টকা। তাৰেই ২০ হাজাৰ টকা পত্নী গুৰশৰণ কৌৰৰ পৰা লৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Former PMManmohan SinghMaruti 800
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

March 24, 2026
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

March 24, 2026
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?
জীৱনশৈলী

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

March 23, 2026
Next Post
কিয় কেৱল নীলা ৰঙৰেই পাগুৰি বান্ধিছিল মনমোহন সিঙে, নিজেই সদৰি কৰিছিল ইয়াৰ কাৰণ

কিয় কেৱল নীলা ৰঙৰেই পাগুৰি বান্ধিছিল মনমোহন সিঙে, নিজেই সদৰি কৰিছিল ইয়াৰ কাৰণ

মাজনিশা অহা এটা ফোনকলতেই অৰ্থনীতিবিদ হৈ উঠিছিল ৰাজনীতিবিদঃ বিৰোধীয়েও কিয় শিৰ নত কৰে মনমোহন সিঙৰ ওচৰত?

মাজনিশা অহা এটা ফোনকলতেই অৰ্থনীতিবিদ হৈ উঠিছিল ৰাজনীতিবিদঃ বিৰোধীয়েও কিয় শিৰ নত কৰে মনমোহন সিঙৰ ওচৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.