• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় কেৱল নীলা ৰঙৰেই পাগুৰি বান্ধিছিল মনমোহন সিঙে, নিজেই সদৰি কৰিছিল ইয়াৰ কাৰণ

কিয় কেৱল নীলা ৰঙৰেই পাগুৰি বান্ধিছিল মনমোহন সিঙে, নিজেই সদৰি কৰিছিল ইয়াৰ কাৰণ

1 year ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

36 minutes ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

1 hour ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

2 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

14 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

15 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

15 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

15 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

16 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

17 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

18 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

19 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় কেৱল নীলা ৰঙৰেই পাগুৰি বান্ধিছিল মনমোহন সিঙে, নিজেই সদৰি কৰিছিল ইয়াৰ কাৰণ

editor by editor
December 27, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
কিয় কেৱল নীলা ৰঙৰেই পাগুৰি বান্ধিছিল মনমোহন সিঙে, নিজেই সদৰি কৰিছিল ইয়াৰ কাৰণ
0
SHARES
891
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিয় কেৱল নীলা ৰঙৰেই পাগুৰি বান্ধিছিল মনমোহন সিঙে, নিজেই সদৰি কৰিছিল ইয়াৰ কাৰণ

দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ পদ শুৱনি কৰা দেসৰ অৰ্থনৈতিক দিশ অতিকে শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা দুখনকৈ শিক্ষানুষ্ঠানৰ অধ্যাপক, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ মনমোহন সিঙৰ ৯২ বছৰ বয়সত কালি ২৬ ডিচেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে।

দেশৰ কোটি কোটি জনতাৰ প্ৰিয় নেতাৰ মৃত্যুত শোক প্ৰকাশ সকলোৰে। পাছে জানেনে আপোনাৰ প্ৰিয় নেতাই কিয় সদায়ে নীলা ৰঙৰ পাগুৰি মাৰিছিল। কিয় বিশেষ আছিল এই নীলা ৰঙৰ পাগুৰি!

এবাৰ মনমোহৰ সিঙে নিজেই সদৰি কৰিছিল ইয়াৰ পাছৰ কাৰণ, নিজেই কৈছিল তেঁও কিয় কেৱল নীলা ৰঙৰেই পাগুৰি পৰিধান কৰিছিল।

এয়া ২০০৬ চনৰ কথা, যেতিয়া তেঁওক আইনৰ ডক্টৰেট উপাধিৰে সন্মানিত কৰাৰ বাবে এডিনবাৰ্গৰ ডিউক আৰু বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ প্ৰিঞ্চ ফিলিপে এই বিষয়ে প্ৰশ্ন কৰিছিল।

তেতিয়াই এই নীলা ৰঙৰ পাগুৰিৰ ৰহস্য ভেদ কৰিছিল ড০ মনমোহন সিঙে। সিঙে কৈছিল যে, ইয়াৰ মূলতে কেম্ব্ৰিজ ইউনিভাৰ্চিটি। য’ত তেওঁ অৰ্থনীতিৰ শিক্ষাগ্ৰহণ কৰিছিল।

এই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পঢ়া দিনৰে পৰা কেৱল এই ৰঙৰে পাগুৰি পিন্ধি আহিছে। কাৰণ নীলা তেখেতৰ প্ৰিয় ৰং। ইয়াৰ উপৰিও কেম্ব্ৰিজত পঢ়া দিনত কেৱল নীলা ৰঙৰে পাগুৰি পিন্ধা বাবে তেখেতৰ একপ্ৰকাৰৰ সুকীয়া ব্যক্তিত্বই গঢ় লৈ উঠিছিল সেই বিশ্ববিদ্যালয়ত।

বিশ্ববিদ্যালয়ৰ সকলোৱে তেখেতক ইয়াৰ বাবে এক উপনামো দিছিল। অধিকাংশ লোকে সেই উপনামেৰেই জানিছিল ড০ সিঙক। তেখেতক উপনাম দিছিল- ব্লু টাৰ্বান। ই একপ্ৰকাৰৰ সুকীয়া পৰিচয় হৈ পৰিছিল মনমোহন সিঙৰ বাবে । সেয়ে আজীৱন কেৱল এই ৰঙৰেই পাগুৰি পিন্ধি থাকিল ড০ মনমোহন সিঙে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Blur TurbanFormer PMIndian Former PmManmohan Singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ
বিশ্ব

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
Next Post
মাজনিশা অহা এটা ফোনকলতেই অৰ্থনীতিবিদ হৈ উঠিছিল ৰাজনীতিবিদঃ বিৰোধীয়েও কিয় শিৰ নত কৰে মনমোহন সিঙৰ ওচৰত?

মাজনিশা অহা এটা ফোনকলতেই অৰ্থনীতিবিদ হৈ উঠিছিল ৰাজনীতিবিদঃ বিৰোধীয়েও কিয় শিৰ নত কৰে মনমোহন সিঙৰ ওচৰত?

নতুন বছৰৰ প্ৰথম মাহতেই বুধাদিত্য ৰাজযোগ, জানুৱাৰী ২০২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

নতুন বছৰৰ প্ৰথম মাহতেই বুধাদিত্য ৰাজযোগ, জানুৱাৰী ২০২৫ত সৌভাগ্যৰ শীৰ্ষত থাকিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.