• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰকীয়াই ভাঙিছে নেকি মেৰীকমৰ সংসাৰ? বক্সাৰ মেৰীৰ সুখৰ সংসাৰ ভঙাটো সঁচানে?

পৰকীয়াই ভাঙিছে নেকি মেৰীকমৰ সংসাৰ? বক্সাৰ মেৰীৰ সুখৰ সংসাৰ ভঙাটো সঁচানে?

11 months ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

6 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

7 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

8 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

9 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

9 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

10 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

10 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

11 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

12 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

12 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

13 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰকীয়াই ভাঙিছে নেকি মেৰীকমৰ সংসাৰ? বক্সাৰ মেৰীৰ সুখৰ সংসাৰ ভঙাটো সঁচানে?

পৰকীয়াই ভাঙিছে নেকি মেৰীকমৰ সংসাৰ? বক্সাৰ মেৰীৰ সুখৰ সংসাৰ ভঙাটো সঁচানে?

editor by editor
April 10, 2025
in জীৱনশৈলী
0
পৰকীয়াই ভাঙিছে নেকি মেৰীকমৰ সংসাৰ? বক্সাৰ মেৰীৰ সুখৰ সংসাৰ ভঙাটো সঁচানে?
0
SHARES
333
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ এক বিবাহ বিচ্ছেদৰ খবৰ৷ অলিম্পিক পদক বিজয়ী আৰু বক্সিং আইকন মেৰি কমৰ ব্যক্তিগত জীৱন এতিয়া আৰু পূৰ্বৰ দৰে ৰঙীন নহয়৷ একাধিক সূত্ৰই নিশ্চিত কৰিছে যে মেৰি কম আৰু তেওঁৰ স্বামী কৰুং ওঙ্খালাৰ মাজত বিচ্ছেদ ঘটিছে৷ অৰ্থাৎ দুয়োৰে বিবাহবিচ্ছেদ হৈছে৷

প্ৰেম আৰু এজনে আনজনৰ প্ৰেৰণা বুলি বিভিন্ন ইণ্টাৰভিউত মেৰিকমে কৈ আহিছিল৷ সেই দম্পত্তিয়েই এতিয়া পৃথকে থকাৰ সিদ্ধান্ত ল’লে৷ ২০২২ চনৰ মনিপুৰ বিধানসভা নিৰ্বাচনত ওঙ্খেলাৰৰ ব্যৰ্থতাৰ পাছৰে পৰাই মেৰি আৰু ওঙ্খেলাৰে পৃথকে আছে৷ সূত্ৰৰ খবৰ অনুসৰি মেৰিয়ে তেওঁলোকৰ চাৰি সন্তানক লৈ ফৰিদাবাদলৈ একেবাৰেই যাত্ৰা কৰিছে৷ অন্যহাতে ওঙ্খেলাৰে তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে দিল্লীত বসবাস কৰে৷ দম্পত্তিৰ এক ঘনিষ্ঠ সূত্ৰই হিন্দুস্তান টাইমছক জনাইছে যে নিৰ্বাচনৰ পাছতেই তেওঁলোকৰ মাজত মতবিৰোধ আৰম্ভ হৈছিল৷ সেই মতবিৰোধ পাছলৈ তীব্ৰ হৈ উঠে৷ নিৰ্বাচনী প্ৰচাৰৰ নামত মেৰিৰ স্বামীয়ে প্ৰায় ২-৩ কোটি আৰ্থিক ক্ষতিও কৰিছিল৷ ইয়াৰপাছতো তেওঁ পৰাজয় বৰণ কৰা কথাটো মেৰিয়ে সহজভাৱে ল’ব পৰা নাছিল৷

পদ্মভূষণ বঁটাৰে সন্মানিত বক্সাৰ মেৰি ২০১৬ চনত সংসদলৈকো নিৰ্বাচিত হৈছিল৷ আৰু এক আভ্যন্তৰীণ সূত্ৰই দাবী কৰিছে যে ওঙ্খেলাৰে প্ৰথমভাগত ৰাজনীতিত প্ৰৱেশ কৰিবলৈ অনিচ্ছুক আছিল৷ ৰাজনীতিত প্ৰবেশ কৰোৱাটোও মেৰিৰেই পৰিকল্পনা আছিল৷ ওঙ্খেলাৰে নিৰ্বাচনো মেৰিৰ জোৰতেই খেলিছিল৷ মনিপুৰৰ ৰাজনৈতিক অস্থিৰ পৰিস্থিতিত তেওঁ ৰাজনীতিত নামিবই খোজা নাছিল৷ কিন্তু পত্নীৰ কথা পেলাব নোৱাৰি আগবাঢ়ে ওঙ্খেলাৰ৷কিন্তু নিৰ্বাচনত ভাল ফলাফল দেখুৱাব নোৱাৰিলে৷ যাক লৈ অতিষ্ট হৈ পৰে পত্নী মেৰি৷ অৱশ্যে মেৰিয়ে এই ঘটনাক লৈ বা বিচ্ছেদক লৈ বৰ্তমানলৈকো কোনো বিবৃত্তি প্ৰকাশ কৰা নাই৷ বক্সিং দুনীয়াৰ একাংশ লোকে অৱশ্যে মেৰিৰ অন্য পুৰুষৰ সৈতে সম্পৰ্ক থকা বুলিও দাবী উত্থাপন কৰিছে৷

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বক্সাৰৰ মত, ‘মেৰিকম আৰু ওঙ্খেলাৰ বিচ্ছেদৰ গুঞ্জৰ কেৱল গুঞ্জৰেই নহব পাৰে৷ মেৰিৰ অৱশ্যে অন্য এগৰাকী বক্সাৰৰ স্বামীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে৷ সেই ব্যক্তিক মেৰিয়ে তেঁওৰ ইনষ্টাগ্ৰাম পোষ্টসমূহত ব্যৱসায়িক অংশীদাৰ হিচাপে উপস্থাপন কৰি আহিছে৷’

মেৰিকম আৰু কৰুং ওঙ্খেলাৰ প্ৰেম কাহিনী

বিভিন্ন সূত্ৰই প্ৰকাশ কৰা প্ৰতিবেদন মতে মেৰি আৰু ওঙ্খেলাৰৰ প্ৰেমকাহিনী আৰম্ভ হৈছিল দিল্লীতেই৷ ২০০০ চনত তেতিয়া দিল্লী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ছাত্ৰ আছিল ওঙ্খেলাৰ৷ ওঙ্খেলাৰে এক প্ৰতিযোগিতাত যোৱাৰ পথত মেৰিৰ হেৰুওৱা বেগ বিচৰাত সহায় কৰিছিল৷

২০০৫ চনত তেওঁলোক দুয়ো বিবাহপাশত আৱদ্ধ হয়৷ ২০০৭চনত দুয়ো যমজ সন্তানৰ পিতৃ মাতৃ হয়৷ ২০১৩ চনত আৰু এটি পুত্ৰসন্তানৰ জন্ম হয়৷ ২০১৮ চনত তেওঁলোকে এগৰাকী কন্যা সন্তান দত্তক লয়৷ কাৰণ মেৰিয়ে এগৰাকী কন্যা সন্তানৰ মাতৃ হোৱাৰ হেঁপাহ পুঁহি ৰাখিছিল মনত৷ সন্তানকেইটিৰ লালন পালনৰ বাবেই ওঙ্খেলাৰে তেওঁৰ ফুটবল কেৰিয়াৰ ত্যাগ কৰিছিল৷

এগৰাকী উদ্যমী বক্সাৰ মেৰি দেশৰ অন্যতম আইকন৷ যাৰ নামত ৬ টা বিশ্ব চেম্পিয়নছিপ আৰু এটা অলিম্পিক ব্ৰঞ্জ পদক আছে৷ তেওঁ প্ৰায় প্ৰতিসময়তে এই সফলতাৰ আঁৰত স্বামীৰ হাত থকাৰ কথাও কৈ আহিছিল৷ সেই মেৰিয়েই তেওঁৰ স্বামীক বিচ্ছেদ দিলে নেকি সেয়াহে এতিয়া বহুতৰে মনত ডাঙৰ প্ৰশ্ন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

March 20, 2026
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
Next Post
এই ১৪ টা ৱেবচাইটৰ যিকোনো এটাত চালেই হ’ব, ১০বাজি ৩০ মিনিটতে চাব পাৰিব মেট্ৰিকৰ ফলাফল

এই ১৪ টা ৱেবচাইটৰ যিকোনো এটাত চালেই হ’ব, ১০বাজি ৩০ মিনিটতে চাব পাৰিব মেট্ৰিকৰ ফলাফল

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! থিতাতেই শেষ হ’ল ৬ টাকৈ জীৱন, ক’ত, কেনেকৈ এই দুৰ্ঘটনা?

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! থিতাতেই শেষ হ’ল ৬ টাকৈ জীৱন, ক’ত, কেনেকৈ এই দুৰ্ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.