• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, একেটা দিনতে একেটা কোঠাতে উদ্ধাৰ পৰিয়ালৰ ৯ জন লোকৰ নিথৰ দেহ

অতিকে শোকাৱহ, একেটা দিনতে একেটা কোঠাতে উদ্ধাৰ পৰিয়ালৰ ৯ জন লোকৰ নিথৰ দেহ

2 years ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

9 minutes ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

2 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

4 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

4 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

5 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

6 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

7 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

8 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

8 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অতিকে শোকাৱহ, একেটা দিনতে একেটা কোঠাতে উদ্ধাৰ পৰিয়ালৰ ৯ জন লোকৰ নিথৰ দেহ

editor by editor
May 29, 2024
in ভাৰত
0
অতিকে শোকাৱহ, একেটা দিনতে একেটা কোঠাতে উদ্ধাৰ পৰিয়ালৰ ৯ জন লোকৰ নিথৰ দেহ
0
SHARES
26.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, একেটা দিনতে একেটা কোঠাতে উদ্ধাৰ পৰিয়ালৰ ৯ জন লোকৰ নিথৰ দেহ

এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে, এখন ঘৰৰে ৯ গৰাকী লোকৰ একেটা দিনতে মৃত্যু। একেটা কোঠাতে উদ্ধাৰ হয় লোককেইগৰাকীৰ নিথৰ দেহ। আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰাৰ পাছতে পোহৰলৈ আহে এই ঘটনা। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত।

ৰাজ্যখনৰ ছিণ্ডৱাৰা জিলাৰ অন্তিম সীমান্তত অৱস্থিত জনজাতীয় প্ৰধান অঞ্চলৰ মহুলঝিৰ থানাৰ অন্তৰ্গত গাঁও বোদালাকছাৰত এটা জনজাতীয় পৰিয়ালৰ ৮ জন লোকক গণহত্যা কৰা হৈছে। পৰিয়ালটোৰ পুত্ৰই কুঠাৰেৰে হত্যা কৰে কেউজন সদস্যক। পিছত হত্যাকাৰী পুত্ৰই ফাঁচী দি নিজেও নিজৰ জীৱন শেষ কৰি দিয়ে।

হত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই, সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, জনজাতীয় পৰিয়ালৰ এজন যুৱকে নিজৰ পিতৃ-মাতৃ, পত্নী, সন্তান আৰু ভাতৃকে ধৰি পৰিয়ালৰ ৮ জন সদস্যক কুঠাৰেৰে হত্যা কৰে, আৰু হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত, নিজেও নিজকে শেষ কৰি দিয়ে।

ঘটনা কালি নিশা প্ৰায় ২ – ৩ মান বজাত সংঘটিত হোৱা বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভৰ পাছতে মহুলঝিৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়। উপস্থিত হোৱাৰ পাছতে সমগ্ৰ গাঁওখন আৰক্ষীয়ে ছীল কৰিছে।

আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি মাথো এটা সপ্তাহ পূৰ্বে ২১ মে’ত অভিযুক্তই বিবাহপাশত আবদ্ধ হৈছিল। কালিৰ ঘটনাত অভিযুক্তই প্ৰথমে পত্নীক হত্যা কৰে, তাৰ পাছত ৫৫ বৰ্ষীয় মা, ৩৫ বৰ্ষীয় ভাতৃ, ৩০ বৰ্ষীয় বৌয়েক, ১৬ বৰ্ষীয় ভগ্নী, ৫ বছৰীয়া ভতিজা আৰু দুগৰাকী কনমানি ভতিজীক কুঠাৰেৰে কাটি হত্যা কৰে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কুঠাৰখন উদ্ধাৰ কৰে। লগতে ঘটনা সন্দৰ্ভত সন্দেহ কৰা অনুসৰি, হত্যাকাৰী যুৱক মানসিক বাৱে সুস্থিৰ নাছিল। তথাপি তদন্ত আব্যাহত ৰাখিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Family Murdermurder casepoliceSon KilledSon Killed Family
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?
ভাৰত

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
Next Post
শৰীৰত থাইৰয়ডৰ মাত্ৰা বৃদ্ধি পাইছে, তেন্তে অতি সহজে ঘৰুৱা পদ্ধতিৰে ইয়াক নিয়ন্ত্ৰণ কৰক

শৰীৰত থাইৰয়ডৰ মাত্ৰা বৃদ্ধি পাইছে, তেন্তে অতি সহজে ঘৰুৱা পদ্ধতিৰে ইয়াক নিয়ন্ত্ৰণ কৰক

কেতিয়াৰ পৰা অম্বুবাচী মেলা, সবিশেষ ইয়াত …

কেতিয়াৰ পৰা অম্বুবাচী মেলা, সবিশেষ ইয়াত ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.